Browsing Category
ৰাজ্য
ঘুমটি নাথাকে,মল থাকিব উৰিয়া গাঁৱত
নগাঁৱৰ উৰিয়া গাঁৱত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ২০০৩/২০০৪ বৰ্ষতে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ বাবে পানীৰ দামত মাটি ক্ৰয় কৰিছিল।বৰ্তমান চাৰিলেনযুক্ত ঘাই পথ নিৰ্মাণ হোৱাৰ পাছত উৰিয়া গাঁৱৰ বাইপাছ চকৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে…
মোডী চৰকাৰ হায় হায় কিন্তু ক’ত?
শিৱসাগৰত নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছে আজি প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।সোমবাৰে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ অৰ্থাৎ AITUC ৰ কৰ্মকৰ্তা সকলে ৰূপায়ণ কৰে প্ৰতিবাদী অৱস্থান ধৰ্মঘট…
Slavery for life at the cost of Thousand Rupees only! An Investigative Report
They told that the couple would provide all facilities to Monorita and would educate her at good school .They also assured that the couple also would pay Rs 2000 per month to Phoolmoni's family.
মাটি খহি শেষ মাটিজুৰিৰ
কাটাখাল নৈৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে হাইলাকান্দিত। হাইলাকান্দিৰ কাটাখাল নৈৰ গৰাখহনীয়াৰ ফলত হাইলাকান্দি জিলাৰ মাটিজুৰি গাঁৱৰ এটা পথ আৰু কেইবাটাও পৰিয়ালৰ ঘৰ সম্পূৰ্ণৰূপে নৈৰ বুকুত জাহ গৈছে ।যোৱা কেইবা বছৰ ধৰি মাটিজুৰি গাঁৱৰ ৩০ ৰৰো…
গণ নাট্য সংঘৰ হোজাই সমিতি গঠন
ভাৰতীয় গণ নাট্য সংঘৰ হোজাই জিলা সমিতি গঠনৰ উদ্দেশ্যে কালি হোজাই জিলাৰ লংকা হাইস্কুল প্রেক্ষাগৃহত এখন প্রতিনিধিত্বমূলক সভাৰ আয়োজন কৰা হয়। জ্যেষ্ঠ অধিবক্তা তথা সাহিত্য সমালোচক ভাৰত তামুলী ফুকনৰ সভাপতিত্বত অনুষ্ঠিত এই সভাৰ আৰম্ভণিতে সভাৰ…
দাসত্ব: টকাৰ বাবে দালালৰ হাতত কন্যা সন্তানক তুলি দিছে পিতৃ-মাতৃয়ে
'আমাৰ লগৰ এজনে তাইৰ লগত কথা পাতিছিল৷ তাই তাইক অৰুণাচলৰ পৰা লৈ আনিবলৈ কৈছিল৷ কিন্তু তাইক ঘূৰাই অনাটো দূৰৰ কথা, আমাৰ ঠিকাদাৰে তাইৰ কাষ চাপিবলৈও মানা কৰিছিল আমাক৷ কৈছিল,তাইক বচোৱাৰ চেষ্টা কৰিলে আমি নিজেই বিপদত পৰিম৷’
মাত্ৰ দুহাজাৰ টকাৰ…
বিনামূলীয়া স্বাস্থ্য শিবিৰ কাহিলীপাৰাত
গুৱাহাটী চিটী হেল্থ ক্লিনিক এণ্ড ডায়গনষ্টিক চেণ্টাৰৰ উদ্যোগত কাইলৈ অৰ্থাৎ দেওবাৰে এক বিনামূলীয়া স্বাস্থ্যশিবিৰ অনুষ্ঠিত হ’ব।সকলোধৰণৰ স্বাস্থ্য পৰীক্ষা বিনামূলীয়া কৰা হ’ব ।কাহিলিপাৰাৰ জয়া শৰ্মা মেডিক’জত অনুষ্ঠিত হ’ব এই স্বাস্থ্য শিবিৰ। পুৱা…
আজমলক গৰিহণা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
এআইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে কৰা মন্তব্যক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত ।ৰাজ্যৰ ৰাজনৈতিক অৰাজনৈতিক বিভিন্ন দল সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি ধিক্কাৰ জনোৱাৰ লগতে বিভিন্ন প্ৰতিক্ৰিয়া ও ব্যক্ত কৰিছে । অসম…
পুনৰ বিতৰ্কত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় !
বিশাল উন্মোচনী সভা পাতি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ।ভাষণত লখিমপুৰবাসীক দিলে উন্নত চিকিৎসা প্ৰদানৰ প্ৰতিশ্ৰুতি।কিন্তু মুকলিৰ এটা বছৰ নৌহওঁতেই ইটোৰ পাছত সিটো অথন্তৰ বেমেজালিৰে আগুৰি ধৰিছে…
ছাত্ৰ নেতাৰ দেহাৱসান
কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰতাপ চন্দ্ৰ টকবিৰ দেহাৱসান । সমগ্ৰ কাৰ্বি আংলংত শোকৰ ছাঁ।পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বাবে এক দুঃখবৰ ! আজি পুৱাৰ ভাগত কাৰ্বি আংলঙবাসীক শোকৰ সাগৰত পেলাই অন্তিম বিদায় ললে অবিভাজিত কাৰ্বি ছাত্ৰ সন্থাৰ…