Browsing Category
ৰাজ্য
জিলিকিল গোলাঘাটৰ ৰিমঝিম
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিশু সৌন্দৰ্য প্ৰতিযোগিতাত উজলিবলৈ সক্ষম হৈছে গোলাঘাটৰ ৰিমঝিম হুছেইন বৰুৱা।যোৱা ৩,৪ আৰু ৫ ডিচেম্বৰত মুম্বাইত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় শিশু সৌন্দৰ্য প্ৰতিযোগিতাত অসমৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা গোলাঘাটৰ…
কামপুৰত ভলীবল প্ৰতিযোগিতা
কামপুৰৰ উন্নয়ন আৰু উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'ব ভলীবল প্ৰতিযোগিতা।১৭ ডিচেম্বৰত কামপুৰত অনুস্থিত হ'ব দিবা -নৈশ ভলীবল।মঙলবাৰে এখন সংবাদমেলত এই কথা সদৰী কৰে আয়োজকে।মুঠ ছটা দলে অংশগ্ৰহন কৰিব এই প্ৰতিযোগিতাত ।কামপুৰৰ উন্নয়ন আৰু চাফ চিকুণ…
শিৱসাগৰত ভাৰত ৰত্ন তথা সংবিধান প্ৰণেতা ড° ভীমৰাও আম্বেদকাৰ”আদৰ্শ সন্মান”২০২২ বৰ্ষৰ বিশেষ…
সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত সংবিধান প্ৰণেতা ড° ভীমৰাও আম্বেদকাৰৰ মৃত্যুৰ লগত সংগতি ৰাখি মঙলবাৰে বিশেষ সন্মান প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। শিৱসাগৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম চৰকাৰৰ কৰ্মশ্ৰী বঁটা প্ৰাপক তথা…
কাৰ্বি আংলং চিংগিং চুপাৰষ্টাৰ চিজন-4 ফাইনেলত প্ৰৱেশ গোলাঘাটৰ দীপশিখা ৰাজবংশীৰ
কাৰ্বি আংলং চিংগিং চুপাৰ ষ্টাৰ চিজন-4 চিংগিংগ ৰিয়েলটি শ্ব'ত অগ্ৰগতি গোলাঘাটৰ কন্যা দীপশিখা ৰাজবংশীৰ। ইতিমধ্যে কাৰ্বি আংলং চিংগিং চুপাৰষ্টাৰ চিজন-4 ফাইনেলত প্ৰৱেশ কৰিছে দীপশিখা ৰাজবংশীয়ে। গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰি…
বন মাফিয়াই ব্যৱহাৰ কৰে সেনাৰ বাহন
চিলাপথাৰৰ সমীপৰ ডিমৌত আৰক্ষীৰ জালত পৰিছে এখন বেতভৰ্তি সেনাবাহিনীৰ বাহন । চৰকাৰী নীতি-নিৰ্দেশনাক সম্পূৰ্ণ বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ বন মাফিয়াই বিভিন্ন কৌশল প্ৰয়োগ কৰি নিতৌ ধবংস কৰিছে অসমৰ বন সম্পদ । বন বিভাগে জানিবলৈ দিয়া অনুসৰি কালি…
পুনৰ আত্মসমৰ্পণ ২ বিদ্ৰোহী সংগঠনৰ
শান্তিৰ পথত এইবাৰ আগুৱাই আহিছে বৰাকৰ উপত্যকাৰ দুটা ৰিয়াং বিদ্ৰোহী সংগঠন।দক্ষিণ অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত সক্ৰিয় দুই ৰিয়াং বিদ্ৰোহী সংগঠন BRU Liberation Army Union (BLAU) আৰু United Democratic Liberation Army (UDLA) এ…
আপোচহীনতাৰ বাবে বঁটা ‘দ্য ক্ৰছ কাৰেণ্ট’ক
দ্য ক্ৰছ কাৰেণ্টলৈ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা।দুৰ্নীতি বিৰোধী যুব শক্তি নামৰ সংগঠনটোৱে প্ৰদান কৰে এই বঁটা ।দুৰ্নীতিৰ বিৰুদ্ধে আপোচহীন বাতৰি সম্প্ৰচাৰ কৰি থকাৰ বাবে দ্য কাৰেণ্টক প্ৰদান কৰা হয় এই বঁটা ।বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ…
বিদেশী হ’ল বিপুল বৰা !
খিলঞ্জীয়া চুতীয়া সম্পাদায়ৰ লোকক ডি ভোটাৰ সজাই জেললৈ প্ৰেৰণ কৰিছে চৰকাৰে।সপোনে দিঠকে বাংলাদেশী তথা বিদেশী দেখি থকা চৰকাৰে আজি পৰ্যন্ত কিমান জন ডি ভোটাৰক বহিস্কাৰ বা জেললৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে আপুনি জানেনে ? নিশ্চয় নাজানে !কিন্তু আপুনি…
আম্বানীৰ বাবেই বন্ধ হ’ব চিৰিয়াখানা?
পুনৰ বহিঃ ৰাজ্যলৈ ৰপ্তানি হ'ল গুৱাহাটী চিৰিয়াখানাৰ জীৱ-জন্তু । গুজৰাটৰ আম্বানীৰ ব্যক্তিগত চিৰিয়াখানালৈ ৰপ্তানি হৈছে অসমৰ চিৰিয়াখানাৰ বহু জীৱ-জন্তু। কিন্তু সেই ধৰণে জীৱ-জন্তু আমদানি হোৱা নাই অসমৰ চিৰিয়াখানালৈ। আমি পূৰ্বেও দেখুৱাইছিলো যে…
ঐ ৰাম দীপাংক নাথৰ বিয়াহে…
আছু ত্যাগ সভাপতিৰ
ব্যক্তিগত কাৰণত আছু ত্যাগৰ সিন্ধান্ত দীপাংক নাথৰ
কিন্তু হঠাৎ কিয় ত্যাগ কৰিলে আছু?
আছুৰ সভাপতি দীপাংকৰ নাথে আজি সংগঠনটোৰ পৰা অব্যাহতি লয়৷সম্পূৰ্ণ ব্যক্তিগত কাৰণত অব্যাহতি লোৱা বুলি জনাই সভাপতিগৰাকীয়ে৷ বিশেষ সূত্ৰৰ পৰা…