বিদেশী হ’ল বিপুল বৰা !

Share This Article

খিলঞ্জীয়া চুতীয়া সম্পাদায়ৰ লোকক ডি ভোটাৰ সজাই জেললৈ প্ৰেৰণ কৰিছে চৰকাৰে।সপোনে দিঠকে বাংলাদেশী তথা বিদেশী দেখি থকা চৰকাৰে আজি পৰ্যন্ত কিমান জন ডি ভোটাৰক বহিস্কাৰ বা জেললৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে আপুনি জানেনে ? নিশ্চয় নাজানে !কিন্তু আপুনি জানি আচৰিত হ’ব সত্ৰনগৰী মাজুলীৰ চুতীয়া সম্পদায়ৰ এজন ব্যক্তিক ডি ভোটাৰ সজাই জেললৈ প্ৰেৰণ কৰিছে এই চৰকাৰৰ দিনতে।মাজুলীৰ এটা পৰিয়ালৰ চাৰিজনকৈ ককাই ভাই, বাই ভনীৰ ভিতৰত তিনিজন ককাই, ভাই বাই ভনী মাক বাপেক ককাক সকলো দেশী কিন্তু সৰু ভায়েক বিপুল বৰা হ’ল হেনো ডি ভোটাৰ আৰু এতিয়া যোৰহাটৰ বিদেশী ন্যায়ধীকৰণ আদালতে প্ৰেৰণ কৰিছে জেল হাজোতলৈ।আচলতে কি আইনৰ আওতাত বিপুল বৰা সন্দেহ জনক নাগৰিক হল ই আচৰিত বিষয় !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.