Browsing Category
ৰাজ্য
বিষয়াক ঢাল কৰি দুৰ্নীতি গাপ দিব নোৱাৰে বিশ্বজিত ফুকনে
এপেক্স বেংকৰ দুৰ্নীতি ঢাকিবলৈ জ্যেষ্ঠ সাংবাদিকৰ নাম ব্যৱহাৰ কৰাৰ চতুৰ কৌশল হাতত লৈছে বেংকৰ অধ্যক্ষ তথা সৰুপথাৰৰ বিজেপি বিধায়ক বিশ্বজিত ফুকনে। অধ্যক্ষ হিচাপে বেংকটোৰ সকলো লেন-দেন বিশ্বজিত ফুকনৰ জ্ঞাতসাৰেই হব লাগে যদিও অজ্ঞানতাৰ ভাও জুৰি…
সংবাদ মাধ্যমক কোনে ভয় কৰে?
ভাৰতৰ সংবাদ মাধ্যম যোৱা কেইটামান বছৰৰ ভিতৰত কি অৱস্থাত উপনীত হৈছে সেয়া প্ৰেছ ফ্ৰীডম ৰেংকিঙতেই ওলাই পৰে৷ বিশ্বৰ ১৮০ খন দেশৰ ভিতৰত প্ৰেছ ফ্ৰীডম ৰেংকিঙত ভাৰতৰ স্থান হ’ল ১৫৯৷ ২০২২ চনত ভাৰতৰ ৰেংকিং আছিল ১৪২৷ এই পতন ধাৰাবাহিকভাৱে অব্যাহত আছে৷…
মুখ্যমন্ত্ৰীয়ে অহংকাৰ এৰকঃ দেৱালৰ লিখন পঢ়ক
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহংকাৰ এৰক আৰু দেৱালৰ লিখন পঢ়ক– এইটোৱে মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ প্ৰতি আজিৰ সময়ৰ পোনপটীয়া আহ্বান৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে ঘোষণা কৰি আহিছে যে অসম এতিয়া আন্দোলন বিবৰ্জিত ৰাজ্য৷চৌপাশে…
সাৰ কাৰখানাক লৈ নতুন বটলত পুৰণি মদ নেকি?
মোদী চৰকাৰৰ এটা শেহতীয়া কেবিনেট সিদ্ধান্ত৷ নামৰূপ সাৰ কাৰখানাত স্থাপন হ’ব চতুৰ্থটো গোট৷ ১২.৭ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদনৰ বাবে এই গোট স্থাপনত বিগত ১৯ মাৰ্চত অনুষ্ঠিত কেবিনেটত অনুমোদন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই প্ৰকল্পত ব্যয় হ’ব…
টোলকৰৰ জৰিয়তে অসমবাসীক টেঁটু চেপা দিছে বিজেপিয়ে
টোলকৰৰ নামত ৫ বছৰত অসমত সংগ্ৰহ ১৪৫৮ কোটি টকা। কেৱল মদনপুৰ টোলগেটৰ পৰাই সংগ্ৰহ ৩৭৭.১৫ কোটি টকা।
নাৰী অধিকাৰ কৰ্মী তথা সমাজকৰ্মী জুনু বৰালৈ ৰাজাবালা দাস বঁটা
গুৱাহাটী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষা, অসমৰ স্ত্ৰীশিক্ষাৰ পথিকৃত, স্বাধীনতা সংগ্ৰামী আৰু নাৰী স্বাধীনতা আন্দোলনৰ নেত্ৰী ৰাজবালা দাসৰ সোঁৱৰণত ১৩৩ সংখ্যক জন্মদিন উপলক্ষে ৮ মাৰ্চ আন্তজাৰ্তিক নাৰী দিৱসৰ দিনা নাৰী অধিকাৰ…
মুখ্যমন্ত্ৰীৰ প্ৰচাৰ বিলাসিতাত ১০০ কোটি, ‘কীকী’ ৰ হাতলৈ ৩৬ কোটি
মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা মানেই জেপ গৰম 'কীকী' ৰ। ডেৰ বছৰত অস্থায়ী মঞ্চ -পেণ্ডেলত উৰুৱালে ১০০ কোটিৰো অধিক টকা। ঋণত পোত গৈছে চৰকাৰ, জেপ গধুৰ হৈছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ‘কীকী’ৰ। ডেৰ বছৰত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ বিলাসিতাত ১০০ কোটি, 'কীকী' ৰ হাতলৈ…
মেগা বিহুৰ নামত ‘কী কী’ বাহিনীৰ জেপলৈ ১২.৬৮ কোটি
বিহুৰ গীনিজ ৰেকৰ্ডত ঠিকাৰ ছিণ্ডিকেটঃ ঠিকনা হাউচ নং ১১৯। ১৭ লাখ টকা ভাড়াৰ চোফাত বহিল ভি ভি আই পি। একক নিবিদাকাৰী ভূপিন্দৰ- কমলজিৎ-গুৰজাছ সিঙ বাহিনী।
কি শপত পাহৰিলে জি এম চি এইচৰ জ্যেষ্ঠ চিকিৎসকে?
হিপ্প’ক্ৰেটিক অথ্ (Hippocratic Oath)-চিকিৎসকৰ নৈতিকতাৰ পাঠ হিচাপে বিশ্বজুৰি স্বীকৃত আৰু গৃহীত৷ যেতিয়া এজন চিকিৎসকে পেছাগত জীৱন আৰম্ভ কৰে, তেতিয়াই গ্ৰহণ কৰে হিপ’ক্ৰেটিক অথ্৷ হিপ্প’ক্ৰেটিক অথ্ পোনতে লিখা হৈছিল গ্ৰীক ভাষাত৷ যাক সমগ্ৰ বিশ্বই…
জুবিনে জাতিৰ বাবে কি কি কৰিলে ?
জুবিন গাৰ্গ৷ অসমৰ সৰ্বাধিক জনপ্ৰিয় আৰু সৰ্বাধিক বিতৰ্কিত ব্যক্তি৷ জীৱনকালত সীমাহীন জনপ্ৰিয়তা উপভোগ কৰিবলৈ পোৱা ব্যক্তিসকলৰ শীৰ্ষত নিঃসন্দেহে থাকিব জুবিন গাৰ্গ৷ জুবিন গাৰ্গ যিমান জনপ্ৰিয়, সিমানেই বিতৰ্কিতও৷ জুবিনৰ গানৰ বাবে এই বিতৰ্ক হোৱা…