Browsing Category
ৰাজ্য
প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ দেহাৱসান
প্ৰাক্তন কেবিনেট মন্ত্ৰী ডা° নজৰুল ইছলামৰ দেহাৱসান।মহানগৰীৰ হেলথ চিটী হস্পিতালত শনিবাৰে পুৱাৰ ভাগত মৃত্যুক সাৱটি লয় প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল নজৰুল ইছলাম।মধুমেহ ৰোগত দীৰ্ঘদিনে আক্ৰান্ত হৈ থকা ইছলাম পুৱা…
পুনৰ গ্ৰেপ্তাৰ ভিক্টৰ দাস !
পত্নীক নিৰ্যাতনৰ গোচৰত গ্ৰেপ্তাৰ ভিক্টৰ দাস।উল্লেখ্য যে ক’চিং ইনষ্টিটিউটৰ ইনষ্ট্ৰাক্টৰ দাস ধনৰ বিনিময়ত চৰকাৰী চাকৰিৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হৈছিল ছেপ্তেম্বৰত।১৬ ছেপ্তেম্বৰত অন্তৰ্বতীকালীন জামিন লাভ কৰিছিল দাসে।গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে কামৰূপ…
৫ হাজাৰ টকাত দেউতাকে বিক্ৰী কৰে নিজৰ কন্যা সন্তানক!
‘'দেউতাই মোক ৫ হাজাৰ টকাত অৰুণাচলৰ মানুহ এঘৰত বিক্ৰী কৰি থৈ আহিছিল৷তাতে মই ঘৰুৱা কাম কৰিছিলো৷ কাপোৰ কানি ধুইছিলো,ৰন্ধা বঢ়া কৰিছিলো৷ৰাতি ৰাতি মোক মদ কিনিবলৈ পঠিয়াইছিল৷কোনোদিনেই ভালকৈ মোক শুবলৈ দিয়া হোৱা নাছিল৷ তেঁওলোকে মোক সদায় মাৰিছিল৷ ঘৰৰ…
চাঙীত চিকিৎসালয়লৈ …
মুকালমুৱাত স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ। স্বাস্থ্য বিভাগে উন্নয়নৰ ধাক-ঢোল বজাই থকাৰ সময়তে মুকালমুৱাৰ এটা দৃশ্যই উদঙাইছে বিভাগটোৰ পয়ালগা ছবি। এই দৃশ্য বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ মুকালমুৱাৰ।এম্বুলেঞ্চ, বোট ক্লিনিকৰ(নৌকা চিকিৎসালয়)…
জনসংখ্যা কম বাবেই ফল ভুগিব নেকি শিৱসাগৰবাসীয়ে?
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে সৰব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।কোনো কাৰণতে উজনি অসমৰ শিৱসাগৰকে ধৰি তিনিখন জিলাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ লোৱা কাৰ্যক গ্ৰহণ কৰা নহ’ব বুলি উল্লেখ কৰে অখিল গগৈয়ে।শিৱসাগৰৰ ৰাইজে জনসংখ্যা নিয়ন্ত্ৰণ কৰি দেশৰ…
‘টিকেট পালেও বিজেপি,নাপালেও বিজেপি’ কিন্তু কোন?
ৰাজ্যত গঠন হ'ব নেকি কমতাপুৰ ৰাজ্য ?কেতিয়া গঠন হ’ব এই ৰাজ্য?কমতাপুৰ ৰাজ্য গঠনৰ প্ৰসংগত উত্তাল হৈ আছে ৰাজ্য।ইতিমধ্যে প্ৰকাশ হৈছে কমতাপুৰ ৰাজ্যৰ মানচিত্ৰও।কোচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰকাশ কৰিছে কমতাপুৰ ৰাজ্যৰ প্ৰস্তাৱিত মানচিত্ৰ।কমতাপুৰ ৰাজ্য…
বেকাজান নাযায় গোলাঘাটলৈ
বেকাজান গাঁও পঞ্চায়তক গোলাঘাটত চামিলকৰণক লৈ বৰহোলাত ব্যাপক গণ প্ৰতিবাদ।তিতাবৰ মহকুমাৰ বেকাজান গাঁও পঞ্চায়তক গোলাঘাট জিলাক চামিলকৰণক লৈ প্ৰতিবাদী জনতাৰ ধাৰাবাহিক আন্দোলন অব্যাহত আছে।বৰহোলা বাগান খেলপথাৰত অগণন ৰাইজ সমবেত হৈ চৰকাৰৰ গণবিৰোধী…
নগাঁৱৰ মহিলা পালেগৈ পাকিস্তানৰ জে’ল
নগাঁৱৰ ডিমৰুগুৰিৰ নৰ্ত্তম বালিভুঁই পানীগাঁৱৰ মহিলা গৰাকী বিয়া হৈছিল নগাঁৱৰ বৰবজাৰৰ এগৰাকী ব্যৱসায়ীৰ লগত ।স্বামীৰ মৃত্যুৰ পিছত অন্য এজন ব্যক্তিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ পলায়ন কৰিছিল বহিঃৰাষ্ট্ৰলৈ।বৈধ ভ্ৰমণ নথি-পত্ৰ নথকাৰ বাবে বৰ্তমান…
‘হাতী মানুহৰ সংঘাত’ জিলিকিল আমনিশালীত
চাওঁতে চাওঁতে অসমীয়াৰ পদুলিমুখ পালেহি হেঁপাহৰ ভোগালী।কি উজনি কি নামনি সকলোতে মাথোঁ এতিয়া বিহুৰ প্ৰস্তুতি ।চেনেহৰ বিহুটিক আদৰিবলৈ গ্ৰামাঞ্চলসমূহত চহা ৰাইজে চলাইছে ব্যাপক প্ৰস্তুতি।ঠায়ে ঠায়ে চলিছে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণৰ অঘোষিত…
কমতাপুৰত নিদিয়ে বিটিআৰৰ মাটি !
প্ৰস্তাৱিত কমতাপুৰ ৰাজ্য গঠনক লৈ খঙে ক্ষোভে একাকাৰ হৈছে ৰাজ্য ।বিটিআৰৰ ভূমি অন্তৰ্ভূক্তিৰ বিষয়টো কেতিয়াও মানি নোলোৱাৰ হুংকাৰ এবছুৰ সভাপতি দ্বীপেন বড়োৰ।প্ৰস্তাৱিত কমতাপুৰক এক ইঞ্চিও মাটি এৰি দিয়া নহব বুলি সকীয়াই দিয়ে সংগঠনটোৰ…