জনসংখ্যা কম বাবেই ফল ভুগিব নেকি শিৱসাগৰবাসীয়ে?

Share This Article

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে সৰব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।কোনো কাৰণতে উজনি অসমৰ শিৱসাগৰকে ধৰি তিনিখন জিলাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ লোৱা কাৰ্যক গ্ৰহণ কৰা নহ’ব বুলি উল্লেখ কৰে অখিল গগৈয়ে।শিৱসাগৰৰ ৰাইজে জনসংখ্যা নিয়ন্ত্ৰণ কৰি দেশৰ জনসংখ্যা ৰোধ কৰিছে তাৰ বাবে শিৱসাগৰবাসীয়ে শাস্তিৰ সন্মুখীন হব লাগিব নেকি এটা সমষ্টি হেৰুৱাই- চৰকাৰৰ লৈ এই প্ৰশ্ন অখিল গগৈৰ।ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ দাবী, খিলঞ্জীয়াৰ সুৰক্ষা সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে নহয়, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলেহে হব বুলিও উল্লেখ কৰে গগৈয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.