Browsing Category
ৰাজ্য
শিল্পী যদিও বঞ্চিত শিল্পী পেঞ্চনৰ পৰা
শিৱসাগৰৰ এগৰাকী প্ৰচাৰ বিমুখ শিল্পী। নিজৰ প্ৰতিভাৰে বিগত ২৫ বছৰে শিৱসাগৰৰ কেইবাশতাধিক ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দি আহিছে সত্ৰীয়া নৃত্য, গীত, গায়ন বায়ন আদিৰ।এই গৰাকী প্ৰচাৰ বিমুখ শিল্পী হৈছে সত্ৰীয়া নৃত্যৰ সাধক, বৰগায়ন তথা শাস্ত্ৰীয় সংগীতজ্ঞ…
‘পাঠান’ৰ টিকেট কাটি থানাত মফিদুল
আজি সমগ্ৰ দেশতেই মুক্তি পাইছে পাঠান নামৰ চলচ্চিত্ৰখনে।শ্বাহৰূখ খান অভিনীত পাঠান চলচ্চিত্ৰখন মুক্তিৰ আগতেই যথেষ্ট বিতৰ্কলৈ আহিছিল।চলচ্চিত্ৰখনৰ এটা গীতৰ নৃত্যাংশক লৈ হৈছিল বিতৰ্ক।গীতটিত অভিনেত্ৰী দিপীকা পাডুকনে গেৰুৱা ৰঙৰ বিকিনী পৰিধান কৰাক…
আহক- কবিৰ কাম্য মানৱীয় সমাজ এখনৰ বাবে আমি মাত মাতো
●ললিত গগৈ
''বাই তোৰ কোন গাঁৱত ঘৰ / মৰেনে মানুহ তাত ! ''- কবিৰ বাবে মৃত্যু যে চিৰন্তন সত্য আছিল সেয়া এই পংক্তিটোৱেই প্ৰমাণ। এতেকে সহজ সত্যটোক মানি লৈছো আমি । কবিৰ বিয়োগত শোকাভিভূত হৈ পোষ্ট দিয়াসকলক লাইক দি দি ভাগৰি…
মুখ একেই,পৰম্পৰা অক্ষত !
লোকসভা নিৰ্বাচনলৈ মাজত মাথো এটা বছৰ।ভাৰত জোড়ো যাত্ৰাৰ পিছত কংগ্ৰেছে ঘূৰাই পাইছে হেৰুৱা ছন্দ। দলটোৱে প্ৰস্তুত কৰিছে সাম্ভাৱ্য প্ৰাৰ্থীৰ এখন তালিকা।একো একোটা সমষ্টিত সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত আছে ৪/৫ জনকৈ প্ৰাৰ্থীৰ নাম নতুন প্ৰাৰ্থীক…
মুখ একেই,পৰম্পৰা অক্ষত !
লোকসভা নিৰ্বাচনলৈ মাজত মাথো এটা বছৰ।ভাৰত জোড়ো যাত্ৰাৰ পিছত কংগ্ৰেছে ঘূৰাই পাইছে হেৰুৱা ছন্দ।
দলটোৱে প্ৰস্তুত কৰিছে সাম্ভাৱ্য প্ৰাৰ্থীৰ এখন তালিকা।একো একোটা সমষ্টিত সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত আছে ৪/৫ জনকৈ প্ৰাৰ্থীৰ নাম নতুন প্ৰাৰ্থীক…
নিযুক্তি পালে কিন্তু ভুৱা
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ বনবিভাগত বিয়াগোম নিযুক্তি কেলেংকাৰী সংঘটিত হৈছে।শতাধিক প্ৰতাৰিত প্ৰাৰ্থীয়ে সামাজিক সংগঠনৰ সহায়ত মুখ্য বন সংৰক্ষকক দিয়ে স্মাৰক পত্ৰ।এই নিযুক্তি কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছে প্ৰাক্তন এছপিচিচিএফ…
জাকৰুৱাত মাছ ধৰিলে জাকৈৰে
ভোগালী বিহুৰ উপলক্ষে নগাঁৱৰ জাকৰুৱা বিলত সমূহীয়াকৈ মাছ ধৰিলে সহস্ৰাধিক লোকে।জাল-পলত পৰিল বৰালি,ভকুৱা,শিঙৰা মাছ।ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত এতিয়া ৰাজ্যজুৰি বৈছে উচাহৰ ধল । উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খাবৰ বাবে সাজু…
বজৰং কৰ্মীৰ হত্যাৰ প্ৰতিবাদ
শম্ভু কৈৰী হত্যাৰ বিৰুদ্ধে হাইলাকান্দিত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদী সমদল। হাইলাকান্দিত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ উত্তাল প্ৰতিবাদ। কৰিমগঞ্জ জিলাৰ লোৱাইৰপুৱাত বজৰং দলৰ কৰ্মী শম্ভু কৈৰীক হত্যাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে…
বড়োলেণ্ডত মুকলি পৰামৰ্শ কেন্দ্ৰ
বিটিআৰ চৰকাৰৰ উদ্যোগত কোকৰাঝাৰত বড়োলেণ্ড সামাজিক পৰামৰ্শদান কেন্দ্ৰ মুকলি ।কোকৰাঝাৰ চহৰৰ বিবেকানন্দ পথৰ হিন্দী স্কুলৰ সমীপত মুকলি কৰা হয় এই কেন্দ্ৰটো ।আনুষ্ঠানিকতাৰে মুকলি কৰে বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে ।বিটিআৰৰ…
বিহুৰ প্ৰস্তুতি পাহাৰতো
ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি কাৰ্বি আংলং জিলাৰ ৰজাপথাৰ তিনিআলিত ।পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন ।ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ মাজত মাথো কেইটামান দিন । অসমৰ চহা জীৱনৰ জাতীয় উৎসৱৰ ভিতৰত মাঘৰ বিহু হৈছে অন্যতম ৷ ইয়াকে লৈ ইতিমধ্যে…