Browsing Category
ৰাজ্য
জিনজিয়াত হত্যাকাণ্ড
নিশা বিহালীৰ জিনজিয়াৰ বৰজাৰণীৰ সমীপৰ জিনজিয়া চাহ বাগিছাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। প্ৰায় ৩৮বছৰীয়া মুছলিম মুল্লা নামৰ ব্যক্তিগৰাকীয়ে নিশা ২নং বৰজাৰণীৰ নিজৰ ঘৰলৈ চাইকেলৰে গৈ থকা অৱস্থাত কোনো অচিনাকি দুৰ্বৃত্তই নৃশংস ভাৱে চোকা অস্ত্ৰৰে…
উখল মাখল বড়োলেণ্ড পথাৰ ওদালগুৰিৰ ৰৌতাত আজিৰে পৰা আৰম্ভ এবছুৰ ৫৫ সংখ্যক অধিবেশন।
ওদালগুৰিৰ ৰৌতাৰ বড়োলেণ্ড পথাৰত আজিৰে পৰা আৰম্ভ হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৫ সংখ্যক বাৰ্ষিক অধিবেশন। এক হেজাৰ বিঘা ভূমি সামৰি মূল পেন্দেলৰ লগতে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে ।৩০ খন জিলাৰ পাঁচ হেজাৰ এবছু প্ৰতিনিধিৰ লগতে এক লাখৰ অধিক…
মে-ডাম-মে-ফীৰ আয়োজন শিৱসাগৰত
অহা ৩১ জানুৱাৰী আৰু এক ফ্ৰেব্ৰুৱাৰীত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত উদযাপন কৰা হ'ব মে-ডাম-মে ফী।বৃহত্তৰ ৰংপুৰ মে-ডাম-মেফি উদযাপন সমিতিৰ উদ্যোগত উদযাপন কৰিবলগীয়া মে- ডাম- মেফিৰ মূল মণ্ডপৰ শুকুৰবাৰে লাইখুঁটা স্থাপন কৰা হয়।উদযাপন সমিতিৰ মুখ্য…
আৰম্ভ হ’ল দেউৰী সাহিত্য সভা
উদুলি মুদুলি ডম্বৰুধৰ দেউৰী ক্ষেত্ৰ। আজিৰে পৰা তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৩৫ সংখ্যক দেউৰী সাহিত্য সভাৰ অধিবেশন। অধিবেশন উপলক্ষে প্ৰকাশ পাব ২৩ খনকৈ গ্ৰন্থ, আলোচনা চক্ৰ, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, সাংস্কৃতিক…
বিটিআৰে পাব ৬০ খন গাঁও
BTR ত নতুনকৈ অন্তৰ্ভুক্ত হব ৬০খন গাওঁ ।গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই ওদালগুৰিৰ বড়ো সমাজত আনন্দৰ বন্যা।মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি এবছুৰ সভাপতি দ্বীপেন বড়োৰ।মুখ্যমন্ত্ৰীয়ে বিটিআৰ চুক্তিৰ মূল দফা দুটা কাৰ্যকৰী কৰাৰ ব্যৱস্থা…
সৰস্বতী পূজাত পিঠাৰে আপ্যায়ন শিক্ষাৰ্থীক
হাওৰাঘাটত এজাক কণমানিৰ ব্যতিক্ৰমী প্ৰয়াস ।ব্যৱহাৰিক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান শংকৰদেৱ বিদ্যা নিকেতনৰ ।জীৱনত সফলতা অৰ্জনৰ বাবে কেৱল পাঠ্যক্ৰমৰ শিক্ষাই পৰ্যাপ্ত নহয়। সফলতাৰ বাবে প্ৰয়োজন বহুমুখী শিক্ষাৰ। তাৰেই এক আখৰা দেখা গ'ল হাওৰাঘাট…
হোটেলৰ কোঠাত মৃতদেহ
গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।ফাঁচী বজাৰৰ ৰাজ হংস হোটেলৰ কোঠাত উদ্ধাৰ হৈছে মহিলাৰ মৃতদেহ।স্বামীয়ে নৃশংস ভাবে হত্যা কৰাৰ অভিযোগ পত্নী তাজলিমা খাতুনক।তৃতীয় মহলাৰ ২০৬নং বন্ধ কোঠাত উদ্ধাৰ হৈছে মৃতদেহটো।ৰক্তাক্ত মৃতদেহৰ…
নগাঁৱত বেডমিণ্টন টুৰ্নামেণ্ট
নগাঁও চহৰৰ ইছলামপট্টিত আৰম্ভ হৈছে দুদিনীয়া বেডমিন্টন টুৰ্ণামেণ্ট । অন্যতম সামাজিক অনুষ্ঠান পায়'নিয়াৰ গ্ৰুপৰ উদ্যোগত ৰাজপত্ৰিত বিষয়া তথা সুদক্ষ শ্বাটলাৰ প্ৰয়াত হিমাংশু জ্যোতি নাথৰ সোঁৱৰণত অনুষ্ঠিত হোৱা এই টুৰ্ণামেণ্টখনত ৩২ টাকৈ দলে…
ফাৰহিন-শ্বাহনাজৰ অভিনয়ে মুহিলে ভাওনাপ্ৰেমীক
হিন্দু-মুছলমানক লৈ একাংশ লোকে ধৰ্মীয় সম্প্ৰীতি বিনষ্ট কৰাৰ বাবে অহৰহ ব্ৰতী হৈ থকাৰ সময়ত নগাঁৱত দুয়োটা ধৰ্মৰে এদল কণমানিয়ে একেলগে মঞ্চস্থ কৰিলে ভাওনা।বলিষ্ঠ অভিনয়ৰে জিলিকিল মুছলমান সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীও।চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ…
৩১বছৰীয়া বিদ্যালয় অথচ শিক্ষাৰ্থী বহে মাটিত
ৰাজ্যত চলিছে গুণোৎসৱ।গুণোৎসৱৰ নামত কোটি কোটি টকা খৰছ কৰা হৈছে। ন -কইনাৰ সাজত বিদ্যালয় সমূহ সজাই পৰাই তোলা হৈছে ।ৰাজ্যৰ বিদ্যালয় সমূহৰ মূল্যায়নক লৈ এক উখল মাখল পৰিবেশৰ সৃষ্টি হৈ থকাৰ সময়তে ৰাজ্যৰ বহু অ -প্ৰাদেশীকৃত বিদ্যালয়ত পেটত গামোচা মাৰি…