সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজ্য

উচ্ছেদৰ তালিকা দীঘলীয়া,ক’ত হ’ব উচ্ছেদ?

শিলসাঁকোৰ ১৭৯ বিঘা ১৭ লেছা ভূমি অধিগ্ৰহণ কৰিব চৰকাৰে।শিলসাঁকো বিলৰ উচ্ছেদৰ প্ৰসংগত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘলৰ টুইটে লগাইছে হাহাকাৰ।শিলসাঁকো বিলত চলিব পুনৰ উচ্ছেদ'।শিলসাঁকোৰ ১৭৯ বিঘা ১৭ লেছা ভূমি অধিগ্ৰহণ কৰিব…

অসমৰ সাংসদক আক্ৰমণ ত্ৰিপুৰাত

নিৰ্বাচনৰ পাছত ত্ৰিপুৰাত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ পৰ্যবেক্ষণৰ বাবে ত্ৰিপুৰাত কংগ্ৰেছৰ এটা দল উপস্থিত হৈছেগৈ ।কংগ্ৰেছ আৰু বাওঁ দলৰ সদস্যৰ এই গোটটো চেপাহীজালা জিলাত আক্ৰমণৰ সন্মুখীন হয়। আৰক্ষীয়ে এই আক্ৰমণ কোনো অচিনাক্ত দুৰ্বৃত্তই সংঘটিত…

মহিলাৰ টি ২০ শিৱসাগৰত

শিৱসাগৰত মহিলা টি২০ ক্ৰিকেট প্ৰতিযোগিতা শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে।গ্ৰীফন ক্লাবৰ উদ্যোগত আৰু শিৱসাগৰ ক্ৰীড়া সন্থাৰ সহযোগত স্থানীয় দৰবাৰ খেলপথাৰত আজিৰে পৰা ১২ মাৰ্চলৈ 'গ্ৰীফন চেলেঞ্জ ট্ৰফী'আমন্ত্ৰণমূলক প্ৰাইজমণি মহিলা ক্ৰিকেট প্ৰতিযোগিতা…

গুৰুতৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে !

আৰক্ষী চকীৰ ভিতৰত অভিযুক্তক পাশবিক অত্যাচাৰৰ অভিযোগ।যোৰহাটৰ চিনামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সহ দুজনৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল । যোৰহাটৰ চিনামৰা এজন যুৱক নাম জুমন বৰা।যুৱক জনৰ বিৰূদ্ধে পূৰ্বে আছিল বহু অভিযোগ ।আলফাৰ…

হত্যাকাৰীক দিয়ক কঠোৰ শাস্তি

বঙাইগাঁও জিলাৰ যোগীঘোপাত তাৰিনী দাসৰ হত্যাকাৰী কৃষ্ণ শীলৰ কঠোৰ শাস্তিৰ দাবীত ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।যোগীঘোপাৰ পালপাৰাস্থিত দৌলগোবিন্দ মন্দিৰৰ সন্মুখত শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে শুকুৰবাৰে।বঙাইগাঁও জিলাৰ যোগীঘোপাৰ…

অসমৰ চৰকাৰী ভূমি আবণ্টন আৰু বেদখলৰ আন এটা বিস্ফোৰক খবৰ

পুঁজিপতিৰ দখলত দুখীয়াৰ মাটিৰ আন এক ক'লা অধ্যায় আপোনালোকক আমি এই প্ৰতিবেদনত দিবলৈ চেষ্টা কৰিম। যিসময়ত এফালে চৰকাৰী মাটিত উচ্ছেদ অভিযান চলিছে অসমত, আনফালে আকৌ ৰয়েল গ্ল’বেলৰ দখলত ভূদান বোৰ্ডৰ ভূমিকা লৈ নিৰ্বিকাৰ চৰকাৰ-প্ৰশাসন। কিন্তু অশোক…

ক’ত হেৰাল অসম পুলিচ?

মহাৰাষ্ট্ৰৰ বিধায়কে অসমক অপমান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ৰিপুণ বৰাৰ ।ৰিপুণ বৰাৰ প্ৰশ্ন – 'কিয় শুই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ?''বাল্য বিবাহ দেখা পোৱা , নিৰপৰাধী লোকৰ ঘৰত বুলড’জাৰ চলোৱা মুখ্যমন্ত্ৰীয়ে দেখুৱাওক মহাৰাষ্ট্ৰৰ বিধায়কৰ…

মৰিয়নীৰ দেৱাশিসে পালে ন্যায়

মৰিয়নীৰ গাভৰু আঠাইছ হিলৰ প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ গৈ এদল মানৱ ৰূপী দানৱৰ হাতত প্ৰাণ হেৰুওৱা দেৱাশিস গগৈৰ হত্যাকাণ্ডৰ চুড়ান্ত ৰায়দান সোমবাৰে যোৰহাট সত্ৰ ন্যায়ধীশ আদলতে প্ৰদান কৰে।প্ৰায় তিনিবছৰীয়া ন্যায় যুঁজৰ অন্তত গণপ্ৰহাৰৰ বলি হোৱা দেবাশিস…

শাহুৱেকক সহায় কৰি বিপদত বোৱাৰী

এইবাৰ শাহুৱেকক মেট্ৰিক পাছ কৰাবলৈ গৈ আটক হ’ল বোৱাৰী ।যি সময়ত বন্দনা কলিতাৰ দৰে বোৱাৰীয়ে নিজ শাহুৱেকক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই সেই সময়তে এইখন অসমৰে আন এগৰাকী বোৱাৰীয়ে শাহুৱেকক মেট্ৰিক পাছ কৰাবলৈ গৈ আটক হব লগা…

কোনে চলাইছে কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাত বিভিন্ন নিৰ্মাণকাৰ্য?

কোনে চলাইছে কাজিৰঙাৰ কাঞ্চনজুৰি চাহ বাগিচাত বিভিন্ন নিৰ্মাণকাৰ্য? কালি অৰ্থাত বৃহস্পতিবাৰৰ দিনটোত বিধায়ক অখিল গগৈয়ে উচ্ছেদ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সুধিছিল কেইটামান প্ৰশ্ন। আৰু সেই প্ৰশ্ন কেইটা আছিল এই কাঞ্চনজুৰি চাহ…