Browsing Category
ৰাজনীতি
দেউৰী পৰিষদীয় নিৰ্বাচন: মনোনয়ন দাখিল পৰ্ব শেষ
আজি দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। অহা ৮ নৱেম্বৰত অনুষ্ঠিত হব এই নিৰ্বাচন।শিৱসাগৰ জিলাৰ থাওৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩টা সমষ্টিত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন।প্ৰথম বাৰৰ বাবে এইবাৰ…
বিজেপিৰ বেলি মাৰ যাব গুজৰাটত?
প্ৰতিষ্ঠানবিৰোধী ঢৌত থৰকবৰক বিজেপি । আপৰ উত্থানত শংকিত মোডী বাহিনী।গুজৰাট নিৰ্বাচনকলৈ C voter সমীক্ষা ৰাজ্যখনৰ ৪৬% জনতাই বিশ্বাস কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ যুঁজ হ’ব আপৰ লগত ।আন ৪০% লোকে বিশ্বাস কৰে বিজেপিৰ যুঁজ হ’ব কংগ্ৰেছৰ…
হিমাচলত হাৰিব বিজেপি?
টিকেট নাপালে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে ! টিকেটৰ পৰা বঞ্চিত কেন্দ্ৰীয় মন্ত্ৰীৰ পিতৃ।হিমাচল প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি দলে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা ।মুঠ ৬২ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে ।কেন্দ্ৰীয়…
শশীকলাৰ ‘নিৰ্দেশ’ত হত্যা জয়াললিতাক?
জয়াললিতাৰ মৃত্যু 'অস্বাভাৱিক' ! প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যুত হাত শশীকলাৰ?AIADMK ৰ বহিস্কৃত নেত্ৰী শশীকলাই ইতিমধ্যে সকলোধৰণৰ তদন্তৰ মুখামুখি হ’বলৈ সাজু বুলি উল্লেখ কৰিছে। আৰুমুৰ্ঘস্বামী সমিতিয়ে শেহতীয়াকৈ দাখিল কৰা প্ৰতিবেদনত তামিলনাডুৰ…
গুজৰাটত PMO ৰ কাৰ্যালয়?
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়' গুজৰাটত? সপ্তাহটোতেই কেইবাটাও কাৰ্যসূচী প্ৰধানমন্ত্ৰী মোডীৰ ।গুজৰাট বিধানসভাৰ নিৰ্বাচন সমাগত।।জোৰদাৰ গতিত চলিছে নিৰ্বাচনী প্ৰচাৰ ।সমাগত গুজৰাট নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সঘনাই ভ্ৰমণ…
কোন আছে আপৰ ‘থিংক টেংক’ হিচাপে?
কাৰ সাহসত গুজৰাট জয়ৰ সপোন কেজৰিৱালৰ? কাৰ আশীৰ্বাদপুষ্ট আপ দলটো? আপৰ আত্মবিশ্বাসৰ আঁৰত কোন?
গুজৰাট আৰু হিমাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনেই আপৰ ভবিষ্যত কৰ্মপন্থা নিৰ্ধাৰণ কৰিব ।পঞ্জাৱ-দিল্লীত শাসনত থাকিলেও দলটোৱে লাভ কৰা নাই ৰাষ্ট্ৰীয় দলৰ…
অক্ষুণ্ণ থাকিল মহাৰাষ্ট্ৰৰ পৰম্পৰা
বিনাপ্ৰতিন্দ্বিতাৰে জয়ী পূব আন্ধেৰীৰ বিধায়ক। ক্ষমতাতকৈ পৰম্পৰাত বিশ্বাসী মহাৰাষ্ট্ৰৰ লোক।মহাৰাষ্ট্ৰৰ পূব আন্ধেৰী সমষ্টিত হ’বলগীয়া উপনিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে বিজেপিয়ে।মহাৰাষ্ট্ৰৰ পৰম্পৰা অনুসৰি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে…
মহাসংকটত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী
বিপদে লগ নেৰা হৈছে একনাথ সিন্দেক।প্ৰতীক চিহ্নক লৈ সংকটত সিন্দেপন্থী।সিন্দে গোটৰ দলীয় প্ৰতীকৰ বিৰোধিতা শিখ সমাজৰ। ঢাল-তৰোৱাল শিখৰ আৱেগৰ লগত জড়িত গতিকে ই কেতিয়াও দলীয় প্ৰতীক হ’ব নোৱাৰে।শিখ সম্প্ৰদায়ৰ নেতাই ইয়াৰ বিৰোধিতাৰে কাষ চাপিছে নিৰ্বাচন…
আপৰ ‘মৌনতা’ত ক্ষুণ্ন আপ নেতা
প্ৰাক্তন আপ মন্ত্ৰীক সংগ দিয়া নাই আপে। আপে এৰিলেও গৌতমক সংগ দিছে ২০ টা দলিত সংগঠনে । দিল্লীৰ আপ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমৰ জনপ্ৰিয়তা মন্ত্ৰীত্ব এৰাৰ পিছত বাঢ়িছেহে।এগৰাকী মন্ত্ৰী হৈয়ো অত্যন্ত সাধাৰণ জীৱন যাপন কৰা ৰাজেন্দ্ৰ…
যোগী চৰকাৰৰ বিৰুদ্ধে গৰ্জন বিজেপি সাংসদৰ
উত্তৰ প্ৰদেশৰ বিজেপি সাংসদ ব্ৰীজ ভূষণ চাৰণ সিঙে নিজৰ দলৰ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে।কেইচাৰগঞ্জৰ সাংসদ ব্ৰীজ ভূষণ সৰ্বভাৰতীয় মল্লযোদ্ধা সন্থাৰো সভাপতি।উল্লেখ্য উত্তৰ প্ৰদেশৰ ১৮ খন জিলা বৰ্তমান বানত বিধ্বস্ত ।বিগত ১১অক্টোবৰত উত্তৰ…