সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

সীমান্তত উলংঘা মানৱাধিকাৰ !

'মানৱাধিকাৰ ভংগ কৰিছে অসম আৰক্ষীয়ে '-এই অভিযোগ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ । অসম -মেঘালয় সীমান্তৰ গুলীচালনাৰ ঘটনাত অসম আৰক্ষীয়ে ভংগ কৰিছিল মানৱ অধিকাৰ। মঙলবাৰে সংঘটিত ঘটনাত মেঘালয়ৰ ৫জন লোক নিহত হৈছিল। অসমৰ এগৰাকী গৃহৰক্ষী জোৱানৰো মৃত্যু হৈছিল…

বিজেপিৰ বিপদ !

তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ বিধায়ক কিনাবেচাৰ লগত জড়িত থকাৰ অভিযোগত বিজেপি নেতা বি এল সন্তুোষলৈ বিশেষ তদন্তকাৰী গোটে পঠিওৱা জাননীৰ ওপৰত তেলেংগানা উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিছে।ন্যায়াধীশ কে সুৰেন্দৰে কয় যে ভাৰতীয় দণ্ডবিধি ৪১(ক) অনুসৰি এই…

ৰাহুল গান্ধীক হত্যাৰ ভাবুকি!

ৰাহুল গান্ধীক হত্যাৰ ভাবুকি দিছে কোনো অচিনাক্ত ব্যক্তিয়ে। বোমা দলিয়াই ৰাহুল গান্ধীক হত্যা কৰিব বুলি ভাবুকি প্ৰদান অচিনাক্ত দুৰ্বৃত্তৰ। 'ভাৰত জোড়ো' যাত্ৰা ইন্দোৰ পালেহিয়েই হত্যা কৰাৰ ভাবুকি অচিনাকি দুৰ্বৃত্তৰ।'ভাৰত জোড়ো' যাত্ৰা চলি থকাৰ…

‘মোডীৰ মিছা কথা আৰু কিমান শুনিব?’

ভাৰতীয় জনতা পাৰ্টিয়ে বিগত ২৭ বছৰীয়া শাসনৰ পিছত গুজৰাটত সন্মুখীন হৈছে ভয়ংকৰ প্ৰতিষ্ঠান বিৰোধী ঢৌৰ।কিন্তু ইমান প্ৰতিষ্ঠান বিৰোধী ঢৌৰ পিছতো কংগ্ৰেছ বা আন বিৰোধী দলে ল’ব পৰা নাই সুবিধা।তৃতীয় বিকল্প সৃষ্টিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা…

‘হিন্দু বীৰ নসজাব’- সকীয়নি অখিল গগৈৰ

অসম - মেঘালয় সীমান্তত সংঘাটিত হোৱা সংঘাতৰ বিৰুদ্ধে সৰৱ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।আজি শিৱসাগৰত অনুষ্ঠিত এক সংবাদ মেলত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল…

১২ বিজেপি বিধায়কক নিলম্বন

ভাৰতীয় জনতা পাৰ্টিয়ে মুঠ ৪২ জন বিধায়কক এইবাৰ নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে।নতুন মুখৰ লগতে কংগ্ৰেছৰ পৰা নতুনকৈ বিজেপিত যোগদান কৰা লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ক্ষোভিত হৈছে পুৰণা বিজেপি নেতা-কৰ্মী।পুৰণি বিজেপিৰ গৰিষ্ঠসংখ্যকেই আগন্তুক…

ধন লৈ ‘ভাৰত জোড়ো’ত পূজা ভাট?

'ভাৰত জোড়ো' যাত্ৰাত অংশগ্ৰহণ কৰা চলচ্চিত্ৰ অভিনেতা,অভিনেত্ৰী সকলক কংগ্ৰেছে ধন দি ৰাহুল গান্ধীৰ লগত পদযাত্ৰা কৰোৱা বুলি অভিযোগ তুলিছে বিজেপিয়ে।উল্লেখযোগ্য যে অভিনেত্ৰী পূজা ভাট,ৰিয়া সেন আদিয়ে ৰাহুল গান্ধীৰ লগত পদযাত্ৰাত অংশ লৈছিল আৰু তাকে লৈ…

জোপা-খোপা ক’ৰবাত ধৰি হ’লেও বিজেপিক লাগে গাদী

গুজৰাটত বিজেপিৰ অৱস্থা তথৈৱচ ! আম আদমী পাৰ্টিৰ নতুন ৰণকৌশলত বিধ্বস্ত হৈছে নেকি বিজেপি? জোপাত পাৰিলে জোপাত,খোপাত পাৰিলে খোপাত ধৰিছে বিজেপিয়ে !প্ৰচাৰৰ কৌশল হিচাপে লৈছে এইবাৰ শিশুক শিশুক নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰত নিষেধাজ্ঞা আছে যদিও কেৰেপ…

মিছা বিক্ৰী কৰে ৰাজনীতিকে

নিৰ্বাচন যিমানেই ওচৰ চাপিছে সিমানেই মূল জ্বলন্ত সমস্যাৰ পৰা ফালৰি কাটিছে ৰাজনৈতিক দলসমূহে।ৰাজনৈতিক দলৰ নেতা সকলে জানে কি কৌশলেৰে সহজ সৰল ভোটাৰক আকৰ্ষণ কৰিব পাৰি।মিছা বিক্ৰী কৰি খায় ৰাজনীতিকে।এই কথা সকলোৱে জানে যদিও কিন্তু ভোটাৰ সময়ত সদায়…

খঙত অগ্নিশৰ্মা এগৰাকী সাংসদ,কিন্তু কিয়?

ভাৰত জোড়ো যাত্ৰা সম্পৰ্কত মন্তব্য দিবলৈ গৈ ৰাহুল গান্ধীক কঠোৰ সমালোচনা কৰিছে সাংসদ সঞ্জয় ৰাৱটে।শিৱসেনাৰ মুখপত্ৰ 'চামনা’ৰ সাপ্তাহিক স্তম্ভত ৰাহুল গান্ধীয়ে ছাভাৰকাৰক সমালোচনা কৰাটো বন্ধ কৰিব লাগে বুলি কয় সঞ্জয় ৰাৱটে।অলপতে 'ভাৰত জোড়ো' যাত্ৰা…