সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

বিজেপিৰ বাবে Lucky হ’ব নে ১৩ মে’?

সমাগত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক লৈ শাসক -বিৰোধী সকলো দলৰে নানান জল্পনা কল্পনা !২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰায় এটা বছৰ আগত অনুষ্ঠিত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক ছেমি ফাইনেল হিচাপে লৈছে প্ৰতিটো দলেই।শাসক দল বিজেপিৰ প্ৰধানমন্ত্ৰী মোডী আৰু…

নলত ধৰিলে নল ,দলত ধৰিলে দল ভঙা অৱস্থা বিজেপিৰ !

কৰ্ণাটকত অহা ১০ মে’ত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।বিৰোধী দল কংগ্ৰেছ,জনতা দল (এছ) আৰু বিজেপি দলে ইতিমধ্যে নিজৰ নিজৰ প্ৰাৰ্থী তানিকা ঘোষণা কৰিছে ।বিৰোধী দল কংগ্ৰেছে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছে।কৰ্ণাটক বিধানসভা…

নিৰুদ্দেশ’ কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ কব্জাত !

সোমবাৰৰ পৰা 'নিৰুদ্দেশ' হৈ থকা তৃণমূল কংগ্ৰেছৰ নেতা মুকুল ৰয়ৰ সন্ধান ওলাল দিল্লীত !কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ বাবে দিল্লীত বাহৰ পাতিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰয়ে।তেওঁৰ পৰিয়ালৰ ফালৰ পৰা তেওঁ 'সন্ধানহীন’ বুলি জনোৱা…

নেতাৰ ভাষণে প্ৰাণ ল’লে ১১শ্ৰোতাৰ

মহাৰাষ্ট্ৰৰ ঘটনা। দেওবাৰ, ১৬ এপ্ৰিল। মহাৰাষ্ট্ৰত বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা হৈছে মহাৰাষ্ট্ৰ ভূষণ বঁটা প্ৰদান অনুষ্ঠান। লাখ-লাখ মানুহৰ সমাগম।মানুহক অনুষ্ঠানলৈ অনাত অকণো কাৰ্পণ্য কৰা নাছিল। মানুহও আহিছিল হিলদল ভাঙি। মুকলি আকাশৰ তলত চৰকাৰী…

বিৰোধীক থানবানৰ ফন্দি বিজেপিৰ সফল হ’বনে?

বিৰোধীক নিঃশেষ কৰাই প্ৰধান লক্ষ্য শাসক দল বিজেপিৰ।এটাৰ পিছত এটা বিৰোধী দলক লক্ষ্য কৰি লৈছে শাসক দলটোৱে।সোমবাৰে পুৱা চিবিআইয়ে গ্ৰেপ্তাৰ কৰে জীৱন কৃষ্ণ সাহা নামৰ তৃণমূলৰ বিধায়কগৰাকীক।প্ৰথমে আম আদমি পাৰ্টিৰ সঞ্জয় সিং,মণীষ ছিছ’ডিয়াক লক্ষ্য…

‘মোডী মেজিক’ নহয় এইবাৰ ‘হিমন্ত মেজিক’ !

কৰ্ণাটকত অহা ১০ মে’ত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।বিৰোধী দল কংগ্ৰেছ আৰু জনতা দল (এছ) এ ইতিমধ্যে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা৷কিন্তু শাসক দল বিজেপিয়ে এতিয়াও এখনো প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পৰা নাই৷শাসনত থকা দলটোৱে প্ৰাৰ্থীৰ নাম ঘোষণা…

প্ৰাৰ্থীৰ নাম ল’বলৈ গৈ থৰথৰ কৈ কঁপিছে বিজেপি !

অহা ১০ মে’ত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷নিৰ্বাচনক লৈ ব্যস্ততা বাঢ়িছে শাসক দল বিজেপি ,বিৰোধী দল কংগ্ৰেছ আৰু জনতা দল (এছ)ৰ।ৰাজ্যখনত এতিয়ালৈকে কেইবাখনো জনসভাত অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷গৃহমন্ত্ৰী অমিত শ্বাহেও ইতিমধ্যে…

ভাবুকিৰ ৰাজনীতি কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে !

মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই এতিয়া সততে আদালতলৈ যোৱা আৰু কাৰাগাৰত ভৰোৱাৰ কথা কয়। তেওঁৰ বিৰুদ্ধে কোনোবাই কিবা গুৰুতৰ অভিযোগ উত্থাপন কৰিলেই আদালতলৈ যোৱা অথবা কাৰাগাৰত ভৰোৱাৰ ভাবুকি দিয়া দেখিবলৈ পোৱা যায়। শনিবাৰে ইতিমধ্যে সাংসদ পদ…

বিজেপিৰ দৰ্প চূৰ্ণ হ’ব কৰ্ণাটকত !

অহা ১০ মে’ত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।নিৰ্বাচনক লৈ ব্যস্ততা বাঢ়িছে শাসক দল বিজেপি ,বিৰোধী দল কংগ্ৰেছ আৰু জনতা দল (এছ)ৰ।ৰাজ্যখনত এতিয়ালৈকে কেইবাখনো জনসভাত অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।গৃহমন্ত্ৰী অমিত শ্বাহেও ইতিমধ্যে…

নিজৰ মন্ত্ৰীৰ পিছতো মোডী-শ্বাহৰ চোৰাংচোৱা !

বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ মূল বঠা ধৰোঁতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলোকৰ মন্ত্ৰীসভাৰ কাকোৱেই বিশ্বাসত নোলোৱাৰ দৰে এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷এই অভিযোগ আমাৰ নহয়,এই অভিযোগ কংগ্ৰেছ নেতা তথা মুখপাত্ৰ পৱন…