শ্ৰেণী ৰাজনীতি

নিজৰ মন্ত্ৰীৰ পিছতো মোডী-শ্বাহৰ চোৰাংচোৱা !

বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ মূল বঠা ধৰোঁতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলোকৰ মন্ত্ৰীসভাৰ কাকোৱেই বিশ্বাসত নোলোৱাৰ দৰে এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷এই অভিযোগ আমাৰ নহয়,এই অভিযোগ কংগ্ৰেছ নেতা তথা মুখপাত্ৰ পৱন খেৰাৰ।সোমবাৰে দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন…

G pay নহয় বিজেপিয়ে আনিছে Ga pay !

দেশৰ জনতাই সঘনাই ব্যৱহাৰ কৰা অনলাইন পেমেণ্ট পদ্ধতি G pay ৰ সমান্তৰালভাৱে কেন্দ্ৰৰ মোডী চৰকাৰে আৰম্ভ কৰিছে Ga Pay.এই অভিযোগ আমাৰ নহয়,এই অভিযোগ বিৰোধী দল কংগ্ৰেছৰ৷ইতিমধ্যে দলটোৱে প্ৰকাশ কৰিছে এই নতুন পেমেণ্ট পদ্ধতিৰ QR ক’ড৷ক’ডটোত স্পষ্টকৈ দেখা গৈছে ব্যৱসায়ী গৌতম…

‘নন্দিনী’ক লৈ ইমান টনাআঁজোৰা !

কৰ্ণাটকত অহা ১০ মে’ত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।বিধানসভাৰ নিৰ্বাচনৰ আগতে কংগ্ৰেছ আৰু বিজেপিৰ মাজত নন্দিনীক লৈ চলিছে টনাআঁজোৰা।কৰ্ণাটকৰ গাখীৰৰ সবাতোকৈ জনপ্ৰিয় ব্ৰেণ্ড হ’ল নন্দিনী।KMF হ’ল ভাৰতৰ দ্বিতীয় বৃহৎ সমবায়।মহাৰাষ্ট্ৰ,গোৱা,অন্ধ্ৰপ্ৰদেশ,তেলেংগানা আৰু তামিলনাডুত আছে KMF ৰ বৃহৎ বজাৰ।কৰ্ণাটক মিল্ক ফেডাৰেশ্যন চমুকৈ KMF…

হিমন্ত বিশ্ব শৰ্মা মানে বিসম্বাদ বিসম্বাদ মানেই হিমন্ত বিশ্ব শৰ্মা নেকি?

ৰাজ্যিক বিজেপিৰ অৱস্থা এতিয়া সংকটজনক। দল আৰু চৰকাৰৰ মতবিভেদে অস্বস্তিত পেলাইছে বিজেপিক। এতিয়া বিজেপিত লাগিছে হাহাকাৰ। হিমন্ত বিশ্ব শৰ্মাপন্থী নেতা,মন্ত্ৰী-বিধায়কৰ যেন দায়বদ্ধতা নাই নিজ দলৰেই প্ৰতি।এক বেপৰোৱা মনোভাবেৰেই দলৰ প্ৰতি বাৰে বাৰে অনীহা প্ৰকাশ কৰাৰ ছবিখন একেবাৰে জলজল-পটপট হৈ পৰিছে।…

অসমত কংগ্ৰেছৰ দুৰ্গ থৰক-বৰক!

সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কমলাক্ষ দে’ পুৰকায়স্থসহ ৩ বিধায়কৰ!এটা ডাঙৰ ৰাজনৈতিক খবৰে জোকাৰি গ’ল ৰাজ্য। তৰুণ গগৈৰ দিনৰ কংগ্ৰেছৰ দৰেই আকৌ এবাৰ বিদ্ৰোহী বিধায়কৰ বিদ্ৰোহে থৰক-বৰক কৰিলে কংগ্ৰেছৰ দুৰ্গ।প্ৰধান বিৰোধী দলটোৰ ৩ বিধায়কে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি…

‘২৪ ত ধোঁৱাচাঙত উঠিব মোডী মেজিক?

‘২৪ৰ পূৰ্বে ‘২৩তেই হ’ব দুখনকৈ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। কৰ্ণাটক, ছত্তিশগড়ৰ বিধানসভা নিৰ্বাচনত যে বিজেপিয়ে মুখ থেকেচা খাব সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। কিয়নো ইতিমধ্যে কৰ্ণাটক বিজেপিৰ বহু দলীয় নেতা-কৰ্মী পদত্যাগ কৰি যোগ দিছে কংগ্ৰেছত।সেই কৰ্ণাটককেই এইবাৰ মূল দুৰ্গ হিচাপে…

‘হাতী’ৰ জকা ওলাল ,অগপ কিন্তু ‘সুখী ‘ !

অগপৰ জনপ্ৰিয়তা এতিয়াও হ্ৰাস পোৱা নাই।আঞ্চলিকতাবাদৰ শক্তি অসমত এতিয়াও অটুট আছে ।নগাঁৱত অসম গণ পৰিষদৰ বিশেষ কৰ্মকৰ্তা সন্মিলনত উপস্থিত হৈ এই মন্তব্য অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ।লগতে বঙাইগাঁও সমষ্টিৰ বিধায়ক গৰাকীয়ে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত অগপৰ শক্তি সুদৃঢ় হ’ব…

ক’লৈ গ’ল বিজেপিৰ ৪২ লাখ সদস্য?

প্ৰতিষ্ঠা দিৱসতে ওলাই পৰিল মুখ্যমন্ত্ৰী বনাম প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সংঘাত !কিয় দলৰ পৰা ইমান দূৰত্ব বৰ্তাই ৰাখিছে ন বিজেপি নেতা-মন্ত্ৰীয়ে?প্ৰতিষ্ঠা দিৱস কিয় বৰ্জন কৰিলে ন-বিজেপিয়ে ?দিল্লী-দিছপুৰত চৰকাৰ থকাৰ পিছতো কিয় ফ্লপ হ’ল শাসকীয় দলটোৰ প্ৰতিষ্ঠা দিৱস?মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা য’লৈকে…

জনতাক কোঙা কৰি মন্ত্ৰীৰ লাহবিলাহ !

১৬ গৰাকী মন্ত্ৰীৰ নামত এদিনৰ ব্যয় ৩ কোটি ৬৮ লাখ,কোনোবাই বাৰু বিশ্বাস কৰিবনে? অৰ্থাৎ একোগৰাকী মন্ত্ৰীৰ বাবদ ২৩ লাখ! আৰু ঠিক সেই হিচাপত এখন বৈঠকত একোগৰাকী মন্ত্ৰীৰ নামত হৈছে ২ লাখ ৫৫ হাজাৰ ! গতিকে আপুনি ভাৱক ১২৬ গৰাকী বিধায়কৰ…

নিযুক্তিৰ নামত ভয়ংকৰ কেলেংকাৰী বিজেপিৰ !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত চৰকাৰ গঠন কৰিয়েই দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল।বিজেপি শাসিত ৰাজ্যবোৰ তো চলিছিল দুৰ্নীতি বিৰোধী শ্লোগান৷’না খাওংগা,না খানে দুংগা’ এইয়া কেৱল মোডী চৰকাৰৰ যে শ্লোগানহে আছিল ,সেয়া স্পষ্ট হৈছে হিমাচল প্ৰদেশত।হিমাচল প্ৰদেশত বিগত ডিচেম্বৰ মাহত অনুষ্ঠিত…