শ্ৰেণী ৰাজনীতি

তীব্ৰ সংঘাত অসম বিজেপিত !

অসমত বিজেপিৰ শাসনৰ ইতিমধ্যে ৭ বছৰ সম্পূৰ্ণ হ’বলৈ মাত্ৰ দুটা মাহ বাকী৷নবিজেপি আৰু পুৰণি বিজেপিৰ মাজত সংঘাত ড° হিমন্ত বিশ্ব শৰ্মা দলটোত প্ৰৱেশ কৰা দিনাৰ পৰাই স্পষ্টকৈ প্ৰকাশ পাইছিল।সেই সময়ত ড° হিমন্ত বিশ্ব শৰ্মাক বিজেপিলৈ অহাত বিৰোধিতা কৰিছিল বৰ্তমানৰ কেন্দ্ৰীয়…

গণতন্ত্ৰৰ নামত কি চলিছে দেশত?

বৃহস্পতিবাৰে সংসদ ভৱনৰ পৰা বিজয় চ’কলৈকে কংগ্ৰেছ দলে এক প্ৰতিবাদী সমদল উলিয়ায়।এই প্ৰতিবাদী সমদলৰ নাম দিয়া হয় ‘ত্ৰিৰংগা মাৰ্চ’।দেশত গণতন্ত্ৰ ৰক্ষাৰ বাবেই এই পদক্ষেপ লৈছিল কংগ্ৰেছে৷বিৰোধী দলবোৰৰ ‘যুটীয়া সংসদীয় সমিতি’ গঠনৰ দাবীক সম্পূূৰ্ণ নস্যাৎ কৰি আহিছে শাসক দলে বিজেপিয়ে।কংগ্ৰেছ সভাপতি…

গুজৰাটত খহিছে বিজেপিৰ দুৰ্গ!

গুজৰাট বিধানসভাৰ নিৰ্বাচনত মুঠ ৮৪ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল বিজেপিয়ে।মোডী -শ্বাহৰ ৰাজ্যত বিজেপিয়ে লাভ কৰিছিল নিৰংকুশ সংখ্যাগৰিষ্ঠতা।তচনচ হৈছিল বিৰোধী দল কংগ্ৰেছ। গুজৰাটত আপ জয়ী হ’লে মুখ্যমন্ত্ৰী ইছুদান গাদভী হ’ব বুলি ঘোষণা কৰা আপ দলেও নিজকে ৫…

কৰ্ণাটকত তচনচ হ’ব বিজেপি !

কৰ্ণাটকত বিজেপিৰ সন্মান ৰক্ষাৰ যুঁজৰ কি হ’ব? কৰ্ণাটকত বিজেপিয়ে ৰাখিব পাৰিবনে দলৰ সন্মান?বিজেপিৰ বিৰুদ্ধে ৰণকৌশল প্ৰস্তুত কংগ্ৰেছৰ।কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থী তালিকা প্ৰকাশ ।কৰ্ণাটকত অহা ১০ মে’ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।ৰাজ্যখনত মুঠ ২২৪ টা বিধানসভাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।বিগত ২৯ মাৰ্চত নিৰ্বাচন…

মুকলি বজাৰত SSCৰ প্ৰশ্নকাকত বিক্ৰী !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত চৰকাৰ গঠন কৰিয়েই দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল।বিজেপি শাসিত ৰাজ্যবোৰ তো চলিছিল দুৰ্নীতি বিৰোধী শ্লোগান।’না খাওংগা,না খানে দুংগা’ এইয়া কেৱল মোডী চৰকাৰৰ যে শ্লোগানহে আছিল ,সেয়া স্পষ্ট হৈছে হিমাচল প্ৰদেশত।হিমাচল প্ৰদেশত বিগত ডিচেম্বৰ মাহত অনুষ্ঠিত…

বিজেপিৰ প্ৰেৰণা হনুমান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে বিজেপি দলৰ ৪৪ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে দলৰ কাৰ্যকৰ্তাক উদ্দেশ্যি হনুমানৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ আহ্বান জনায়।বৃহস্পতিবাৰে দলটোৱে ইয়াৰ প্ৰতিষ্ঠা দিৱস পালন কৰাৰ সমান্তৰালভাৱে দেশজুৰি উদযাপিত হৈছে হনুমান জয়ন্তী।প্ৰধানমন্ত্ৰী মোডীয়ে কয় ‘ হনুমানজীয়ে ৰাক্ষসৰ লগত যুঁজ দিয়াৰ…

কয়লাৰ ক’লাই ক’লা কৰিলে কংগ্ৰেছক

ভাৰতীয় জনতা পাৰ্টিয়ে মঙলবাৰে ‘কংগ্ৰেছ ফাইল’ৰ তৃতীয় খণ্ড মুকলি কৰে।বিজেপিৰ অভিযোগ বিগত ৭০ বছৰে কংগ্ৰেছে ৪৮,২০,৬৯,০০,০০,০০০ টকা জনতাৰ পৰা লুটিলে।দ্বিতীয়বাৰ ক্ষমতালৈ অহা এনডিএ চৰকাৰে ইউপিএক সমালোচনা কৰি কয় যে কংগ্ৰেছ দল ১ লাখ ৮৬ হাজাৰ টকাৰ কয়লা কেলেংকাৰীৰ লগত জড়িত।দলটোৱে…

fly over expose: ৪৬ লাখ টকাৰ দেৱাল অংকন, ২৮ লাখ টকাৰ উদ্যান স্থাপনৰ ৭ মাহ পাছত নিবিদাৰ জাননী

‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ অনুসন্ধানত পোহৰলৈ আহিছে ছুপাৰ মাৰ্কেট ফ্লাই অ’ভাৰৰ এটাৰ পাছত আন এটা বিস্ফোৰক তথ্য৷ ফ্লাই অ’ভাৰৰ উদ্বোধনী অনুষ্ঠানৰ ৫ মাহ পাছত নিবিদা আহ্বান কৰি উদ্বোধনী অনুষ্ঠানৰ ঠিকা প্ৰদান কৰা হৈছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ভাস্কৰ শৰ্মাক৷…

খঙত অগ্নিশৰ্মা ৰিজিজু কিন্তু কিয়?

ৰাহুল গান্ধী চুৰাট আদালতলৈ যোৱাক লৈ তীব্ৰ অসন্তুষ্ট বিজেপি দল।কেইবাগৰাকীও বিজেপি নেতাই ৰাহুল গান্ধীৰ এই পদক্ষেপক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷গৰজি উঠিছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু।কংগ্ৰেছৰ চুৰাট আদালতলৈ যোৱা পদক্ষেপক ‘ নাটক ‘ আৰু ‘আইনী ব্যৱস্থাৰ ওপৰত চাপ ‘ সৃষ্টি…

কলকতাৰ পৰা মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ কেনেদৰে আহে ধন?

ছুপাৰমাৰ্কেট ফ্লাই অ’ভাৰৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হৈ যোৱাৰ ৭ মাহ পাছত আহ্বান কৰা হৈছিল উদ্বোধনী অনুষ্ঠানৰ নিবিদাৰ জাননী৷ ৭ মাহ পাছত এই কাম লাভ কৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়িক সহযোগী ভাস্কৰ শৰ্মাই৷ এইগৰাকী ভাস্কৰ শৰ্মা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন প্ৰাইড ইষ্ট…