শ্ৰেণী ৰাজনীতি

ৰাহুল গান্ধী যাব,সষ্টম আৰক্ষী

সোমবাৰে বিয়লি কংগ্ৰেছ নেতা ৰাহুল গান্ধী চুৰাট আদালতত উপস্থিত হোৱাৰ কথা ।ইতিমধ্যে গুজৰাট চৰকাৰে চুৰাটত অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে।কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে বিয়লি চুৰাট আদালতৰ ৰায় সন্দৰ্ভত আদালতত পুনৰ আৱেদন জনোৱাৰ বাবে আদালতত উপস্থিত হ’ব।ৰাহুল গান্ধীক তেওঁৰ ভগ্নী প্ৰিয়ংকা…

চুৰাটলৈ ৰাহুল গান্ধী

আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাবলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী সোমবাৰে চুৰাটত উপস্থিত হোৱাৰ কথা।দলটোৰ এক বিশেষ সূত্ৰ অনুসৰি প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে আদালতৰ ৰায়টোত অন্তৰ্বতীকালীন স্থগিতাদেশৰ বাবে আৱেদন জনাব।উল্লেখ্য যে বিগত ২৩ মাৰ্চত চুৰাটৰ আদালতে দোষী সাব্যস্ত কৰিছিল কংগ্ৰেছ নেতাগৰাকীক।২০১৯ চনত লোকসভাৰ…

Big Expose: গুৱাহাটীৰ এখন ফ্লাই অ’ভাৰ, এখন নিবিদা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ লগত সম্পৰ্কিত কোম্পানীৰ এখন জাল

এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান সম্পন্ন হৈ যায়, তাৰ ৫ মাহ পাছত সেই অনুষ্ঠানৰ এখন নিবিদা ওলায়৷কেনেকৈ সেয়া হ’বলৈ পালে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ লগত কেনেকৈ সাঙোৰ খাই পৰিছে সেই সমগ্ৰ কাহিনী?

ৰাহুল গান্ধী বোলে ৰাষ্ট্ৰ পুত্ৰ !

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পাছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে সমালোচনাত সৰৱ কংগ্ৰেছ। প্ৰতিদিনেই কংগ্ৰেছে ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈছে ৰাজপথ। উত্তাল হৈছে সংসদ,উত্তাল হৈছে সংসদ চৌহদ আৰু উত্তাল হৈছে প্ৰতিখন ৰাজ্যৰ বিধানসভা। ক’লা সাজ পৰিধান…

আদানীক ধনী কৰাই লক্ষ্য মোডীৰ

ৰাহুল গান্ধী সাংসদ পদৰ পৰাৰ বহিস্কাৰ কৰিলেও ৰাহুল গান্ধী মুখ মোডীয়ে বন্ধ কৰিব নোৱাৰে পূৰ্ণ উদ্যমেৰে দেশৰ জনতা হকে মাত মাতি যাব আৰু দেশবাসী হ’কে কাম কৰি যাব আৰু বৰ্তমান মোডী দেশৰ চকীদাৰ নহয় আদানীহে চকীদাৰ , যোৰহাট জিলা কংগ্ৰেছ…

তৃণমূল কংগ্ৰেছত ক্ষোভ

মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ দলে গ্ৰহণ কৰা কিছু পদক্ষেপক লৈ তীব্ৰ অসন্তুষ্টি আৰম্ভ হৈছে দলৰ ভিতৰচ’ৰাত।দলটোৰ পক্ষপাতিত্বমূলক পদক্ষেপক লৈ দলীয় নেতৃত্বক সমালোচনা কৰিছে বিৰোধী দল বিজেপিয়েও।উল্লেখ্য যে ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ ৬ দিনৰ পিছতেই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পাৰ্থ ছেটাৰ্জীক দলৰ…

সোণৰ খনিতেই সোণৰ কণী বিচাৰিব ৰাহুল গান্ধীয়ে !

হয়,কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জীৱনলৈ আকস্মিকভাৱে পৰিবৰ্তন অনা স্থানডোখৰেই আছিল সোণৰ খনিৰ বাবে বিখ্যাত কৰ্ণাটকৰ কোলাৰ।সেই কোলাৰতেই লাগিছিল ৰাহুল গান্ধীৰ জীৱনৰ ‘শনি’।২০১৯ চনত কৰ্ণাটকৰ কোলাৰত প্ৰদান কৰা এক নিৰ্বাচনী ভাষণৰ বাবে ৰাহুল গান্ধীয়ে হেৰুৱাবলগীয়া হ’ল সাংসদ পদ,তেওঁৰ চৰকাৰী বাসভৱন সকলো।প্ৰধানমন্ত্ৰী…

নৰেন্দ্ৰ মোডী কিমান পঢ়া,কিয় লাগে কেজৰিৱালক?

প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ বিচাৰি পুনৰ মুখথেকেঁচা খালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।গুজৰাট উচ্চ ন্যায়ালয়ে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যালয়ে নৰেন্দ্ৰ মোডীৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ ছাৰ্টিফিকেট দাখিল কৰাৰ বিষয়টোক নস্যাৎ কৰে।শুকুৰবাৰে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বীৰেন বৈষ্ণৱৰ এজনীয়া বিচাৰপীঠে প্ৰধানমন্ত্ৰী…

ঘৰটো বাদেই,দেশৰ পৰাই বাহিৰ হোৱাৰ দিন আহিল নেকি মোডীৰ?

মোডী হটাও দেশ বচাও শ্লোগান সন্নিৱিষ্ট প’ষ্টাৰ লগাই গ্ৰেপ্তাৰ হ’ল ৮ জন ।উল্লেখ্য যে আম আদমি পাৰ্টিয়ে ৩০ মাৰ্চৰ পৰা সমগ্ৰ দেশত আৰম্ভ কৰিছে ৰাষ্ট্ৰযোৰা প’ষ্টাৰিং অভিযান।এই অভিযানৰ অংশ হিচাপে আম আদমি পাৰ্টীৰ সদস্যই আৰম্ভ কৰিছে প’ষ্টাৰিং অভিযান।আহমেদাবাদ আৰক্ষীয়ে অকৰ্তৃত্বশীলভাৱে…

ৰাজনীতিৰ পৰা সন্ন্যাস ল’ব নীতিন গাডকাৰীয়ে?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজৰ ৰাজনৈতিক জীৱনক লৈ কেইবাবাৰো তিক্ততা প্ৰকাশ কৰিছে। তেওঁ আনকি লাগে শেহতীয়াকৈ এনেকৈয়ো কৈছে যে তেওঁ কাকো তেল নামাৰে।বিগত দেওবাৰে তেওঁৰ ঘনিষ্ঠ ৰাজনৈতিক মহলক হতচকিত কৰি তেওঁ কয় যে তেওঁ তেওঁৰ কেৰিয়াৰত বহুবোৰ কাম কৰিলে।যদি তেওঁক জনতাই…