শ্ৰেণী ৰাজনীতি

‘ঘৰ এৰাৰ জাননী এক কাপুৰুষালি’

জ্যেষ্ঠ কংগ্ৰেছ নেতা অজয় ৰায়ে সাংসদ পদ খাৰিজ কৰা ৰাহুল গান্ধীক দিব খুজিছে এটা ঘৰ।ঘৰটো তেওঁৰ নিজৰে।নিজৰ ঘৰটোৱেই তেওঁ দিব খুজিছে ৰাহুল গান্ধীক।উত্তৰ প্ৰদেশৰ প্ৰাক্তন বিধায়ক অজয় ৰায় আৰু তেওঁৰ পত্নীয়ে লাহুৰাবাৰী অঞ্চলত থকা তেওঁলোকৰ বাসগৃহত এখন বৰ্ড লগাইছে।বৰ্ডত লিখা…

ৰাহুলৰ সমষ্টিত উপনিৰ্বাচন !

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰা সমষ্টি ৱাইনাদত কেতিয়া হ’ব নিৰ্বাচন?উল্লেখ্য যে বিগত বৃহস্পতিবাৰে ছুৰাটৰ এখন আদালতে ২০১৯ চনৰ এক মানহানি গোচৰৰ বাবে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে।কৰ্ণাটকৰ কোলাৰত ২০১৯ চনৰ এক নিৰ্বাচনী সভাত অংশ লৈ ৰাহুল গান্ধীয়ে ‘চোৰৰ উপাধি…

কৰ্ণাটকত ৰণডংকা

বহু প্ৰতীক্ষিত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা হ’ল বুধবাৰে।অহা ১০ মে’ত অনুষ্ঠিত হ’ব নিৰ্বাচন।ফলাফল ঘোষণা হ’ব অহা ১৩মে’ত৷বুধবাৰে এই কথা ঘোষণা কৰে নিৰ্বাচন আয়োগে।কৰ্ণাটক বিধানসভাৰ ২২৪ খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ’ব।ইয়াৰে ১১৯ খন আসন আছে বিজেপিৰ দখলত।কংগ্ৰেছ দলৰ…

ক্ষোভ-দম্ভ বাদ,বিজেপিক কৰিব বৰবাদ

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজে ঐক্যবদ্ধ কৰিলে বিৰোধীক৷লগ নালাগো বুলি আঁতৰি থকা দলেও দিলে সমৰ্থন।আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছৰ দৰে দূৰত্ব বজাই ৰখা দলেও ৰাহুল গান্ধীৰ সমৰ্থনত প্ৰতিবাদত অংশ ল’লে। কিন্তু ছাভাৰকাৰ সন্দৰ্ভত দিয়া মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ ওপৰত…

চুঙা চাই সোপা দিলে মোডীক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উভতি ধৰিছে কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গেই।প্ৰধানমন্ত্ৰী মোডীক উভতি ধৰি তেওঁ টুইটাৰত লিখিছে ‘আদানিৰ চেল কোম্পানীৰ ২০, ০০০ কোটিৰ গৰাকী কোন হয়?ললিত মোডী,নীৰৱ মোডী,মেহুল চকচী,বিজয় মালিয়া,যতীন মেহতা আপোনাৰ ভ্ৰষ্টাচাৰ ভগাও অভিযানৰ সদস্য নেকি?আপুনি এই জোঁটবন্ধনৰ আহ্বায়ক নেকি?’উল্লেখ্য যে…

উৰ্বশী মৰাণক লাগে স্বামীৰ সন্ধান

স্বামীৰ সন্ধান বিচাৰি DGPৰ ওচৰত উৰ্বশী মৰাণ।মঙলবাৰে কণমানি সন্তানক লগত লৈ DGPৰ কাৰ্যালয়ত উৰ্বশী মৰাণ ।কয়লা খনিত কাম কৰিবলৈ গৈ সন্ধানহীন হৈছিল প্ৰাঞ্জল মৰাণ ।৬ জানুৱাৰীত লিডু কয়লা খনিত কাম কৰিবলৈ গৈছিল প্ৰাঞ্জল ।বৰ্তমানেও কোনো খবৰ নাই প্ৰাঞ্জলৰ৷ স্বামীৰ মৃতদেহৰ…

মোডীৰ বিৰুদ্ধে দেশজোৰা প’ষ্টাৰিং

দেশত চলিছে এতিয়া প’ষ্টাৰিঙৰ ৰাজনীতি। কেইদিনমানৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে প’ষ্টাৰিং কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে ছজন লোকক গ্ৰেপ্তাৰ কৰিছিল। তাৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধেও প’ষ্টাৰিং কৰা হৈছিল।বিজেপিৰ বিৰুদ্ধে এই প’ষ্টাৰিং কৰাৰ অভিযোগ উত্থাপন হৈছিল। প’ষ্টাৰিঙে দেশৰ ৰাজনীতিত…

চুপ ,মোডী -আদানি সম্পৰ্কত একো নুসুধিব !

ৰাহুল গান্ধীয়ে শীঘ্ৰেই এৰিব চৰকাৰী আবাস।এই কথা নিশ্চিত কৰে ৰাহুল গান্ধীয়ে ।বিগত শুকুৰবাৰে ছুৰাট আদালতৰ এক ৰায়ৰ ভিত্তিত লোকসভা সচিবালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰে।মোডী উপাধি সম্পৰ্কত কৰা এক মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানি গোচৰ তৰিছিল…

উৰহৰ খং ভগা ঢাৰিত জাৰিছে ৰাহুলে

কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেত্ৰী স্মৃতি ইৰাণীৰ খং উঠিছে।খং তেওঁৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপৰত৷কিয় জানেনে?কাৰণ ইৰাণীৰ মতে ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতি থকা ঘৃণা বৰ্তমান দেশৰ প্ৰতি এক ভেঙুচালি তথা অপমানৰ ৰূপ লৈছে।এক সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক্ষোভেৰে…

পুনৰ ছাভাৰকাৰ বিতৰ্ক !

ৰাহুল গান্ধীৰ এটা মন্তব্যই যতি পেলাব নেকি বিৰোধী ঐক্যত ?উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিগত শনিবাৰে তেওঁৰ লোকসভাৰ সাংসদ পদ খাৰিজ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰে।সেই সংবাদমেলতে ৰাহুল গান্ধীয়ে ২০১৯ চনৰ এটা বক্তব্যৰ বাবে বিজেপিয়ে ক্ষমা খোজাৰ…