সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

নলত ধৰিলে নল ছিঙে,দলত ধৰিলে দল ভাঙে বিজেপিৰ !

৫ ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ প্ৰধানমন্ত্ৰী যিমানেই ব্যস্ত ,সিমানেই চিন্তিত দেশৰ সাধাৰণ নিৰ্বাচনকলৈয়ো।২০২৪ চনৰ এপ্ৰিলত অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন। ইতিমধ্যে ৯ বছৰ ৬ মাহ কেন্দ্ৰত সম্পূৰ্ণ কৰিলে বিজেপি চৰকাৰে। বিগত প্ৰায় ৭ টা বছৰ…

পানীৰ মিস্ত্ৰী , পতঞ্জলীৰ শ্ৰমিকেৰে গঠন আছুৰ জিলা সমিতি

ঘূণে ধৰিছে অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন বুলি দাবী কৰা সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত । আছু নেতৃত্বৰ মইমতালিৰ বিৰুদ্ধে  আদালতৰ দাৰস্থ হৈছে ইজনৰ পাছত সিজন আছু নেতা । বয়োবৃদ্ধ ছাত্ৰ নেতাৰে ভৰপূৰ হৈ পৰা আছুৰ মজিয়াত এতিয়া চলিছে চৰম অৰাজকতা ৷ আছুৰ পৰা…

মোডীৰ ‘শত্ৰু’ ২ মুখ্যমন্ত্ৰী কিন্তু কোন তেওঁলোক?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বৰ্তমান বিজেপি দলৰ একমাত্ৰ মুখ যিখনক লৈয়ে ২০১৪ চনৰ পৰা বিজেপি দলে দেশৰ প্ৰতিটো নিৰ্বাচনত অৱতীৰ্ণ হৈ আহিছে।২০১৮ চনৰ পৰা ২০২৩ চনলৈকে দেশত মুঠ ৩১ বাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনবোৰৰ প্ৰায় প্ৰতিটো…

প্ৰাৰ্থিত্ব নাপায়,বিজেপিকে দিলে Bye Bye

মধ্য প্ৰদেশত বিজেপি দলে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিলে।প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতে বিজেপিত দেখা দিছে বিসম্বাদ।বৰ্তমানলৈকে প্ৰাৰ্থিত্ব ঘোষণা কৰা ৭৮ টা সমষ্টিত বৰ্তমানৰ ৭৮ গৰাকী বিধায়কেই নাপালে প্ৰাৰ্থিত্ব।নিজৰ সমষ্টিত প্ৰাৰ্থিত্ব…

প্ৰাৰ্থী নাই ! বিজেপি নেতাৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি

৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক অপ্ৰত্যাশিত সংকটৰ সন্মুখীন হৈছে বিজেপি দল । বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল বুলি দাবী কৰা বিজেপিয়ে এতিয়া বিচাৰি পোৱা নাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পৰা প্ৰাৰ্থী ,। যাৰ বাবে দলীয় নেতাক জোৰ জুলুমকৈ…

সদস্য ১৮ কোটি,বিজেপিৰ বাঢ়ি হৈছে দুৰ্গতি !

বিশ্বৰ সৰ্ববৃহৎ দল বিজেপি !বিজেপিত সদস্য সংখ্যা আছে ১৮ কোটি। কিন্তু ১৮ কোটি সদস্যৰ ভিতৰত অধিক সংখ্যকেই সক্ৰিয় নহয়। তদুপৰি সক্ৰিয় হ’লেও জনতাৰ সন্মুখত থিয় কৰাব পৰা ধৰণে উপযুক্ত নহয় । বিজেপিয়ে মাত্ৰ এখন মুখকেই ভৰসা কৰি ২০১৯ আৰু ২০১৪ ৰ লোকসভা…

থাওকতে হেৰাইছে ৰাজ্য,নিৰুপায় বিজেপি !

২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হৈছিল।২০১৪ চনৰ পিছত ২০১৯ চনত দ্বিতীয়বাৰ ক্ষমতালৈ আহিছিল প্ৰধানমন্ত্ৰী মোডী। সমগ্ৰ দেশ খনেই সেই সময়ত মোডীময় হৈ পৰিছিল যাৰবাবে ২০১৪ চনতকৈয়ো অধিক আসন লাভ কৰি কেন্দ্ৰত চৰকাৰ গঠন…

নি:সংগ আজমল , চিন্তাত বিজেপি

ৰাহুল গান্ধীৰ এটা মাত্ৰ বাক্যই এতিয়া আউল লগাইছে বিজেপি – এ আই ইউ ডি এফৰ ৰাজনীতিত ।প্ৰতিদিন টাইমৰ দ্য কনক্লেভত অংশগ্ৰহণ কৰি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিলে যে এ আই ইু ডি এফৰ লগত কোনো সম্পৰ্কই নাই কংগ্ৰেছৰ । এক কথাত বদৰুদ্দিন…

প্ৰধানমন্ত্ৰীৰ ৫১ মিনিটৰ ভাষণত ৪৪ বাৰ কংগ্ৰেছক আক্ৰমণ

সলনি হৈছে দেশৰ ৰাজনৈতিক পৰিভাষা । এফালে সনাতন বনাম জাতিগত জনগণনা । আনফালে বিশ্বকৰ্মা যোজনা বনাম গৌতম আদানি । বিৰোধীয়ে সৃষ্টি কৰা নতুন ৰাজনৈতিক পৰিভাষাই এতিয়া বাৰুকৈয়ে বিব্ৰত কৰি তুলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। সোমবাৰে প্ৰধানমন্ত্ৰী…

বিজেপিৰ অংকত জংকপংক,প্ৰাৰ্থিত্বই নাপালে ৭৮ বিধায়কে

দেশৰ আন ৪ ৰাজ্যৰ লগতে মধ্য প্ৰদেশতো অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনক লৈ যুদ্ধকালীন ক্ষিপ্ৰতাৰে নামি পৰিছে শাসক তথা বিৰোধী শক্তি।ইতিমধ্যে বিজেপিয়ে আগন্তুক বিধানসভাৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকাও ঘোষণা কৰিলে। দলটোৱে ইয়াৰ প্ৰথমখন…