সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

প্ৰচাৰৰ পৰা বাহিৰ হ’ল প্ৰধানমন্ত্ৰী !

ভোটাৰ ৰাইজৰ ক্ষোভত বিব্ৰত মধ্য প্ৰদেশত একেলেথাৰিয়ে দীৰ্ঘ কালৰ বাবে শাসনত থকা বিজেপি দলৰ নেতৃত্ব ।২০০৩ চনৰ পৰা শাসনত থকা বিজেপি দলটো মাজত মাত্ৰ ১৫ মাহৰ বাবে শাসনত নাছিল । দীৰ্ঘ সময় শাসনত থাকিও জনতাৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰি ভয়ংকৰভাৱে…

ৰাহুলৰ ওচৰত আত্মসমৰ্পণ বিজেপিৰ !

বিজেপি দল তথা প্ৰধানমন্ত্ৰী মোডীৰ এতিয়া প্ৰধান লক্ষ্য হৈ পৰিছে প্ৰিয়ংকা গান্ধী । ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী এতিয়া প্ৰধানমন্ত্ৰীৰ বাবে চকুৰ কূটা দাঁতৰ শূল । ৰাহুল গান্ধীক কোনো পধ্যেই নিয়ন্ত্ৰণলৈ আনিব নোৱাৰি এইবাৰ দলটোৱে লক্ষ্য কৰি লৈছে…

বিজেপিয়ে প্ৰচাৰেই চলাব নে ‘কাজিয়া’ ভাঙিব?

ৰাজস্থানত এইবাৰ প্ৰচলিত পৰম্পৰা ভংগ হোৱাৰ দিশে । প্ৰায় প্ৰতিটো নিৰ্বাচনতেই ৰাজস্থানত এবাৰ যদি কংগ্ৰেছ আহে,তাৰ পিছৰ বাৰ বিজেপি অহাটো পৰম্পৰাৰ দৰেই । কিন্তু এইবাৰ ৰাজ্যখনত ভাঙিব এই পৰম্পৰা। প্ৰাৰ্থিত্ব তালিকা ঘোষণা হোৱাৰ পিছতে তোলপাৰ লাগিছে…

পুনৰ কংগ্ৰেছলৈ এগৰাকী মুখ্যমন্ত্ৰী !

পঞ্জাবত হ’ব এক শক্তিশালী ৰাজনৈতিক পৰিবৰ্তন ।শীঘ্ৰেই ৰাজ্যখনত শক্তিশালী হ’ব কংগ্ৰেছ দলটো ।পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনৰ আগতে কংগ্ৰেছ দল ত্যাগ কৰি নিজাকৈ নতুন দল খুলিছিল প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিছতেই তেওঁ বিজেপিতো যোগদান…

প্ৰধানমন্ত্ৰী মোডীক লৈ অসন্তুষ্ট RSS !

শাসক দল বিজেপি আৰু RSS ৰ মাজৰ সম্পৰ্ক সৰ্বজনবিদিত  । বিজেপি দলটোৰ বহুবোৰ দিশ নিয়ন্ত্ৰণ কৰে RSS এ । RSSৰ অনুমোদনতেই দেশত ২০১৪ চনত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল নৰেন্দ্ৰ মোডী । ২০১৪ চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ ক্ষেত্ৰত যথেষ্ট বৰঙনি আছিল…

ধনৰ বিনিময়ত প্ৰাৰ্থিত্ব,হতাশ বিজেপি !

ৰাজস্থানত বিজেপিৰ হৈছে নগুৰনাগতি  । বিজেপিক কেৱল লাগে উপযুক্ত প্ৰাৰ্থী । তেওঁলোকে বিচাৰিছে কেৱল জয়ী হ’বলগীয়া প্ৰাৰ্থী । ৰাজস্থানত বিজেপিয়ে নিৰ্দিষ্ট কৰি দিছে কেইটামান চৰ্ত । প্ৰাৰ্থিত্ব দিয়াত আপত্তি নাই কিন্তু জয়ী হ’ব লাগিব প্ৰাৰ্থী গৰাকী ।…

বিজেপি নেতাৰ ভাষণ মানেই খালী আসন !

মিছা কৈ কৈ অভ্যাসেই হ’ল নেকি গৃহমন্ত্ৰী অমিত শ্বাহৰ ?য’তে ত’তে কেৱল ইটোৰ পিছত সিটো মিছা কথাই কিয় কয় বিজেপি নেতৃত্বই ?প্ৰায় প্ৰতিগৰাকী বিজেপি নেতাৰ মতে ২০১৪ চনৰ আগলৈকে দেশত নাছিল কোনো IIT,IIM,NIT অথবা AIIMS.আনকি গৃহমন্ত্ৰী অমিত শ্বাহেও সেই…

কংগ্ৰেছ নহয়,বিজেপিমুক্তহে হ’ব পঞ্জাৱ !

দেশত অত্যন্ত বেয়া দিন চলিছে বিজেপিৰ । অত্ছে দিনৰ শ্লোগান দিয়া বিজেপিৰ চলিছে নিজৰে বেয়া দিন । দেশৰ পাঁচ ৰাজ্যত নবেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন । ইফালে দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত আছে মাথোন ৫ টা মাহ ।বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত…

বসুন্ধৰাই যদি এৰে দল,বিজেপি ৰাজস্থানত ৰসাতলে গ’ল !

ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেক লৈ ভয়ংকৰ সংকটত পৰিছে বিজেপি ।যিমানেই নিৰ্বাচনৰ দিন ওচৰ চাপিছে,সিমানেই শাসক দল বিজেপিৰ মূৰৰ কামোৰণি বাঢ়িছে ।  দলটোৱে মধ্য প্ৰদেশত চাৰিখন আৰু ৰাজস্থানত প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ।…

Exclusive: বৃহৎ বেংক জালিয়াতি : এপেক্স বেংকত বিশ্বজিত ফুকনৰ ঘনিষ্ঠৰ সিন্ধি

অৰূপ কলিতা এইবাৰ অসমত ওলাইছে বিজয় মালিয়া , নীৰৱ মোদীৰ নতুন অৱতাৰ ৷ বেংক জালিয়াতিৰে এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিত ফুকনৰ ঘনিষ্ঠ বুলি পৰিচিত এগৰাকী ব্যৱসায়ীয়ে লাভ কৰিলে  ২০ কৌটি ৩০ লাখ টকা ৷ সাৰদা কেলেংকাৰীত নাম সাঙোৰ খোৱা এইগৰাকী ব্যক্তিক…