সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

কথা দি কথা ৰাখিব নোৱাৰি বিপদত মুখ্যমন্ত্ৰী নীতিশ-তেজস্বী !

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হৈছে বিহাৰত । বিহাৰত চাকৰি প্ৰত্যাশীৰ ক্ষোভত পৰিছে মুখ্যমন্ত্ৰীগৰাকী।উল্লেখ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যখনৰ এক লাখ ২০ হাজাৰ বিদ্যালয়ৰ ২৫ হাজাৰ শিক্ষকক নিযুক্তি পত্ৰ…

আইলৈ যেই হাত,বাইলৈয়ো সেই হাতেই !

দেশৰ পাঁচ ৰাজ্যত ইতিমধ্যে জোৰদাৰ গতিত বলিছে নিৰ্বাচনী বতাহ। মঙলবাৰে উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰা আৰু ছত্তীশগড়ৰ ২০ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয়। মিজোৰামত নিৰ্বাচন শান্তিপূৰ্ণ আছিল যদিও ছত্তীশগড়ৰ চাকনা জিলাত মাওবাদীয়ে আক্ৰমণ সংঘটিত কৰে।এই…

পুনৰ বিবেকক সুধিব নেকি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই?

পুনৰ বিবেকক সুধিব নেকি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই? মুখ্য উপদেষ্টাৰ পদত পুনৰ বাহাল থাকিব নেকি ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য? আছুত অভিভাৱক হৈ থকাৰ মন ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। অহা ২১,২২ আৰু ২৩ নৱেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে…

ফলাফল শূন্য হ’লেও ,চৰকাৰ গঠন কৰিব বিজেপিয়েই !

বহু প্ৰতীক্ষিত মিজোৰামৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে । আনহাতে,ছত্তীশগড়তো আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।মিজোৰামৰ ৪০ টা বিধানসভাৰ সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত জনসাধাৰণৰ ভোটদানৰ উৎসুকতা যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে ।…

কথাই প্ৰতি ওফাইদাং ইপিনে অসমৰ অৱস্থা ধোবাংবাং !

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ছত্তীশগড়ত কেইবাখনো নিৰ্বাচনী সভাত অংশ লয়। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ছত্তীশগড়ৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে ৰাজ্যখনত মুখ্যমন্ত্ৰীগৰাকীয়ে মা…

ৰাজস্থানত ২৫ ৰ পৰা ৭০ লৈ কেনেকৈ বাঢ়িল আসন?

ৰাজস্থানৰ পৰম্পৰা অনুসৰি ৰাজ্যখনত এইবাৰ বিজেপিৰ চৰকাৰ শাসনলৈ অহাৰ সম্ভাৱনা প্ৰবল । কিয়নো ৰাজ্যখনত প্ৰতি ৫ বছৰৰ মূৰত সলনি হয় ৰাজস্থানৰ চৰকাৰ।আজিৰ পৰা এটা বছৰ আগতে চলোৱা বিভিন্ন সমীক্ষাত ৰাজস্থানত কংগ্ৰেছ চৰকাৰৰ অৱস্থা শোচনীয় হিচাপে ধৰা…

মধ্য প্ৰদেশত হাত দাঙিলে বিজেপিয়ে ?

নেতা এজন ! মুখো এখন ! ভোটো লাগে তেওঁৰ নামতেই !মিছা হওক,সঁচা হওক প্ৰতিশ্ৰুতিও দিব লাগে তেঁৱেই !কি হৈছে দলটোত? সকলোতে খেলিমেলি ! হয়,বিশ্বৰ সৰ্ববৃহৎ দল বুলি দাবী কৰা বিজেপিৰ কথাই ক’ব খোজা হৈছে । বিজেপি দলৰ দাবী যে দলটোৰ আছে ১৮ কোটি কাৰ্যকৰ্তা…

খালী চকীৰ আগত ভাষণ নিদিয়ে,তাতকৈ শুবই !

হয়,নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মধ্য প্ৰদেশত বিজেপি দলটো ভয়ংকৰ লটিঘটিৰ সন্মুখীন হৈছে । ২০ বছৰৰ শাসনৰ দিনবোৰ শাসক দল বিজেপিক পুনৰ লাগে যদিও নালাগে মধ্য প্ৰদেশৰ জনতাক । মধ্য প্ৰদেশৰ জনতাই বিগত ২০ বছৰত যি তিতাকেহাৰ সন্মুখীন হৈছে,তেনেকুৱা…

লাজুকীলতা জয় পৰাদি জয় পৰিছে বিজেপি !

নিৰ্বাচনলৈ মাজত আছে মাত্ৰ ৬  দিন । কিন্তু সাধাৰণ উপনিৰ্বাচন এটাক লৈ উথপথপ লগোৱা বিজেপিৰ যেন এখন ৰাজ্যৰ নিৰ্বাচনৰ ক্ষেত্ৰতো নাই কোনো সাৰসুৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩০ অক্টোবৰত নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা আছিল যদিও ৰাজ্যখনৰ…

হাৰ মানিলে বিজেপিৰ চাণক্যই

গৃহমন্ত্ৰী অমিত শ্বাহ ৩দিনীয়া কাৰ্যসূচীৰে মধ্য প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল । সকলোৱে ভাবিছিল যে মধ্য প্ৰদেশত বিজেপি দলত দেখা দিয়া বিসম্বাদৰ অন্ত পৰিব । কিন্তু মধ্য প্ৰদেশৰ যবলপুৰত অলপতে নিজৰ সমৰ্থিত প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব লাভ নকৰাৰ…