Browsing Category
দেশ
অনিদ্ৰাত দিন কটাইছে LIC ৰ বিনিয়োগকাৰীয়ে
হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ তথ্যই তচনচ কৰি পেলোৱা আদানি সাম্ৰাজ্যৰ প্ৰভাৱত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে LIC.বৰ্তমান LIC ৰ ষ্টকে সৰ্বনিম্ন স্তৰলৈ গতি কৰিছে।শুকুৰবাৰে LIC ৰ ষ্টকৰ মূল্য ৫৮৪.৭০ টকা হয়গৈ৷এল আইচিৰ আজিলৈকে ষ্টকৰ মূল্য ৫৮২ টকালৈকে হ্ৰাস…
পুৱাই ছত্তীশগড়ত সংঘৰ্ষ,নিহত ৩ জন
ছত্তীশগড়ত শনিবাৰে পুৱা সংঘটিত এক ভয়ংকৰ সংঘৰ্ষত ৩ গৰাকী ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড নিহত হয়।মাওবাদীৰ লগত হোৱা মুখামুখি সংঘৰ্ষত নিহত হয় ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড কেইজন।শনিবাৰে পুৱা বাষ্টাৰ জিলাৰ চাকমাত এই সংঘৰ্ষ সংঘটিত হয়।বাষ্টাৰ সংমণ্ডলৰ…
পৰীক্ষাত অনুত্তীৰ্ণ,জ্বলাই দিলে অধ্যক্ষাক
পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে জ্বলাই দিলে কলেজৰ অধ্যক্ষাক।ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ ইন্দোৰত।ইন্দোৰ বি এম ফাৰ্মাচী কলেজৰ ঘটনা এয়া৷বি এম ফাৰ্মাচী কলেজৰ অধ্যক্ষা বিমুক্তা শৰ্মাক জ্বলাই দিলে তেওঁৰে এগৰাকী প্ৰাক্তন ছাত্ৰই।২৪ বছৰীয়া আশুতোষ…
বিবাহৰ ঋণ লৈ নিঃশেষ এটি পৰিয়াল
কণাটকৰ হাভেৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।ৰাজ্যখনৰ চাভানুৰ তালুকৰ তন্দুৰ গাঁৱৰ হনুমন্ত গৌড়া পাটিলৰ ঘৰত বৃহস্পতিবাৰে সংঘটিত হ’ল এক হৃদয়বিদাৰক ঘটনা।পৰিয়ালটোৰ মুঠ ৩ গৰাকী লোকেই একেলগে নিজকে নিঃশেষ কৰাৰ সিন্ধান্ত ল’লে।গাঁও খনৰ বাসিন্দা হনুমন্ত…
নিলম্বিত পৰীক্ষা নিয়ন্ত্ৰণক হত্যা !
বিগত সপ্তাহত অৰুণাচল লোকসেৱা আয়োগৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ বিষয়টোক লৈ উত্তপ্ত হৈছিল অৰুণাচল প্ৰদেশ।লোকসেৱা আয়োগৰ এই ভয়ংকৰ কাণ্ডক লৈ গৰজি উঠিছিল ৰাজ্যখনৰ বিভিন্ন দল -সংগঠনৰ লগতে সাধাৰণ জনতা।আনকি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বন্ধ কৰি দিবলগীয়া…
মিছাৰেই আৰম্ভ কৰি মিছাৰেই শেষ নেকি প্ৰধানমন্ত্ৰীৰ ভাষণ?
২০১৮ চনৰ পৰা নগা শান্তি চুক্তিৰ জৰিয়তে নাগালেণ্ডলৈ শান্তি ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি দলৰ এইবাৰো নিৰ্বাচনী প্ৰতিশ্ৰুতি নাগালেণ্ডত শান্তি স্থাপন কৰা।বিগত ৫ টা বছৰে শান্তি চুক্তিত সন্নিবিষ্ট বিষয় সমূহ ৰাজহুৱা কৰাত ব্যৰ্থ কেন্দ্ৰীয়…
আদানি কাণ্ডৰ বাতৰি পৰিৱেশনত আপত্তি নাই ন্যায়ালয়ৰ
ব্যৱসায়ী গৌতম আদানিৰ সম্পৰ্কত হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে ৰাজহুৱা কৰা তথ্য সম্পৰ্কত দুজন অধিবক্তাই উচ্চতম ন্যায়ালয়ত এক আৱেদন দাখিল কৰিছিল।এই জনস্বাৰ্থ জড়িত আবেদনখনত দুয়োগৰাকী অধিবক্তাই আদালতে এই সম্পৰ্কত পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত…
একে ৰাতিতে ঝাড়ু এৰি হাতত ল’লে পদুম
দিল্লী চিভিক চেণ্টাৰ হ’লগৈ ৰণক্ষেত্ৰ৷আপ আৰু বিজেপিৰ সদস্যৰ মাজত হতাহতি,গতিয়া গতি লগাৰ পিছত এগৰাকী আপৰ কাউঞ্চিলৰে যোগদান কৰিলে বিজেপিত।আপৰ দিল্লীৰ কাউঞ্চিলৰ পৱন চেৰাৱাটে আপ এৰি যোগদান কৰে বিজেপিত।বিগত বুধবাৰে দিল্লীৰ মেয়ৰ নিৰ্বাচিত হোৱাৰ…
প্ৰথমবাৰৰ বাবে বিৰোধী দলপতিৰ আসন উকা
বিগত ডিচেম্বৰত অনুষ্ঠিত হোৱা বিধানসভাৰ নিৰ্বাচনত গুজৰাটত বাৰুকৈয়ে মুখথেকেঁচা খালে প্ৰধান বিৰোধী দল কংগ্ৰেছে।১৮২ খন আসন থকা বিধানসভাত মাত্ৰ ১৭ খন আসন লাভ কৰিলে কংগ্ৰেছ দলে।বিৰোধী দলৰ মৰ্যাদা লাভ কৰিবলৈ অতি কমেও ১০% বিধায়ক থাকিব লাগে…
গৰুৰ বাবেই বিপদত বিজেপি !
বিজেপিয়ে মেঘালয়ত এইবাৰ জয়লাভ কৰাটো নিশ্চিত।এই দাবী মেঘালয় বিজেপিৰ সভাপতি আৰ্নেষ্ট মাৰৱীৰ।মাৰৱীয়ে কয় ' বিজেপি কেতিয়াও খ্ৰীষ্টানবিৰোধী নহয়।মেঘালয় আৰু গোৱাই ইয়াৰ উৎকৃষ্ট উদাহৰণ।মই নিজে এগৰাকী খ্ৰীষ্টান ব্যক্তি।কিন্তু মোকতো কোনোদিনে বিজেপিয়ে…