Browsing Category
দেশ
বিজেপিৰ দৰ্প চূৰ্ণ হ’ব কৰ্ণাটকত !
অহা ১০ মে’ত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।নিৰ্বাচনক লৈ ব্যস্ততা বাঢ়িছে শাসক দল বিজেপি ,বিৰোধী দল কংগ্ৰেছ আৰু জনতা দল (এছ)ৰ।ৰাজ্যখনত এতিয়ালৈকে কেইবাখনো জনসভাত অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।গৃহমন্ত্ৰী অমিত শ্বাহেও ইতিমধ্যে…
নিজৰ মন্ত্ৰীৰ পিছতো মোডী-শ্বাহৰ চোৰাংচোৱা !
বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ মূল বঠা ধৰোঁতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁলোকৰ মন্ত্ৰীসভাৰ কাকোৱেই বিশ্বাসত নোলোৱাৰ দৰে এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷এই অভিযোগ আমাৰ নহয়,এই অভিযোগ কংগ্ৰেছ নেতা তথা মুখপাত্ৰ পৱন…
G pay নহয় বিজেপিয়ে আনিছে Ga pay !
দেশৰ জনতাই সঘনাই ব্যৱহাৰ কৰা অনলাইন পেমেণ্ট পদ্ধতি G pay ৰ সমান্তৰালভাৱে কেন্দ্ৰৰ মোডী চৰকাৰে আৰম্ভ কৰিছে Ga Pay.এই অভিযোগ আমাৰ নহয়,এই অভিযোগ বিৰোধী দল কংগ্ৰেছৰ৷ইতিমধ্যে দলটোৱে প্ৰকাশ কৰিছে এই নতুন পেমেণ্ট পদ্ধতিৰ QR ক’ড৷ক’ডটোত স্পষ্টকৈ…
‘নন্দিনী’ক লৈ ইমান টনাআঁজোৰা !
কৰ্ণাটকত অহা ১০ মে’ত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।বিধানসভাৰ নিৰ্বাচনৰ আগতে কংগ্ৰেছ আৰু বিজেপিৰ মাজত নন্দিনীক লৈ চলিছে টনাআঁজোৰা।কৰ্ণাটকৰ গাখীৰৰ সবাতোকৈ জনপ্ৰিয় ব্ৰেণ্ড হ’ল নন্দিনী।KMF হ’ল ভাৰতৰ দ্বিতীয় বৃহৎ…
‘২৪ ত ধোঁৱাচাঙত উঠিব মোডী মেজিক?
'২৪ৰ পূৰ্বে '২৩তেই হ'ব দুখনকৈ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। কৰ্ণাটক, ছত্তিশগড়ৰ বিধানসভা নিৰ্বাচনত যে বিজেপিয়ে মুখ থেকেচা খাব সেয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। কিয়নো ইতিমধ্যে কৰ্ণাটক বিজেপিৰ বহু দলীয় নেতা-কৰ্মী পদত্যাগ কৰি যোগ দিছে কংগ্ৰেছত।সেই…
তৃতীয় লিংগৰ বাবেই বিপদত পৰিব চৰকাৰ !
তৃতীয় লিংগক এক পৃথক জাতি বুলি চিহ্নিত কৰি বিপদত পৰিছে এখন ৰাজ্যৰ চৰকাৰ।লিংগক জাতি হিচাপে পৃথক কৰাক লৈ বিভিন্ন পক্ষৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে বিহাৰ চৰকাৰ।উল্লেখ্য যে বিহাৰ চৰকাৰে জাতিবোৰক একো একোটা ক’ডেৰে চিহ্নিত কৰাৰ সিদ্ধান্ত…
বিজেপি নেতাক গ্ৰেপ্তাৰ কৰি বিপদত আৰক্ষী !
প্ৰশ্নকাকত ফাদিল কৰি তেলেংগানা বিজেপিৰ সভাপতি বান্দী সঞ্জয় গ্ৰেপ্তাৰ হয় বিগত বৃহস্পতিবাৰে।তেলেংগানাৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ হিন্দী প্ৰশ্ন কাকত ফাদিল কৰি গ্ৰেপ্তাৰ হোৱা বিজেপি সভাপতিগৰাকীক বৃহস্পতিবাৰে ন্যায়ালয়ে জামিন প্ৰদান কৰে।অৱশ্যে…
নিযুক্তিৰ নামত ভয়ংকৰ কেলেংকাৰী বিজেপিৰ !
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত চৰকাৰ গঠন কৰিয়েই দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল।বিজেপি শাসিত ৰাজ্যবোৰ
তো চলিছিল দুৰ্নীতি বিৰোধী শ্লোগান৷'না খাওংগা,না খানে দুংগা' এইয়া কেৱল মোডী চৰকাৰৰ যে শ্লোগানহে আছিল ,সেয়া স্পষ্ট হৈছে…
গণতন্ত্ৰৰ নামত কি চলিছে দেশত?
বৃহস্পতিবাৰে সংসদ ভৱনৰ পৰা বিজয় চ’কলৈকে কংগ্ৰেছ দলে এক প্ৰতিবাদী সমদল উলিয়ায়।এই প্ৰতিবাদী সমদলৰ নাম দিয়া হয় 'ত্ৰিৰংগা মাৰ্চ’।দেশত গণতন্ত্ৰ ৰক্ষাৰ বাবেই এই পদক্ষেপ লৈছিল কংগ্ৰেছে৷বিৰোধী দলবোৰৰ 'যুটীয়া সংসদীয় সমিতি’ গঠনৰ দাবীক সম্পূূৰ্ণ…
গুজৰাটত খহিছে বিজেপিৰ দুৰ্গ!
গুজৰাট বিধানসভাৰ নিৰ্বাচনত মুঠ ৮৪ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল বিজেপিয়ে।মোডী -শ্বাহৰ ৰাজ্যত বিজেপিয়ে লাভ কৰিছিল নিৰংকুশ সংখ্যাগৰিষ্ঠতা।তচনচ হৈছিল বিৰোধী দল কংগ্ৰেছ। গুজৰাটত আপ জয়ী হ’লে মুখ্যমন্ত্ৰী ইছুদান গাদভী হ’ব বুলি…