সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

দেশ

মানৱতাৰ জয়…হিন্দু মহিলাৰ শেষকৃত্য সম্পন্ন কৰিলে মুছলমান লোকে

ধৰ্মীয় বিষবাষ্পৰ লগতে ভিন্ন সাম্প্ৰদায়িক ঘটনাই সততে সংবাদ শিৰোনাম দখল কৰি আহিছে। ক'ৰোনাৰ এই জটিল সময়তো বিভিন্ন মাধ্যমত সাম্প্ৰদায়িক মনোভাৱৰ প্ৰকাশ পাই আহিছে। কিন্তু তাৰ মাজতেই খবৰ প্ৰকাশ পাইছে ধৰ্মৰ প্ৰভেদে বাধা দিব নোৱাৰা এক মানৱতাৰ কাৰ্য।…

ভাৰতত সংক্ৰমিত হোৱা ক’ৰোনা ভাইৰাছৰ শক্তি দুৰ্বলঃ ক’লে ICMRৰ বিজ্ঞানীয়ে

ভাৰতত হোৱা ক'ৰোনাৰ ভাইৰাছৰ নতুন তথ্য লাভ কৰিছে CSIRৰ বিজ্ঞানীয়ে । বিজ্ঞানীসকলৰ দাবী যে ভাৰতত সংক্ৰমণ হোৱা ক'ৰোনাৰ জিন দুৰ্বল। সেয়ে এই ঘাতক ভাইৰাছক সোনকালেই প্ৰতিহত কৰিব পৰা যাব। এইদৰেই প্ৰকাশ কৰিছে ভাৰতৰ CSIRৰ বিজ্ঞানীমহলে। দেশৰ বিভিন্ন…

মৃত্যুৰ পূৰ্বেই গম পোৱাৰ পিছতো হাতীজনীৰ মৃত্যুৰ পিছতহে এজাহাৰ কিয়!

শেহতীয়াকৈ সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে এক মৰ্মান্তিক ঘটনাই। জীৱশ্ৰেষ্ঠ মানুহৰ কোনো দুষ্ট চক্ৰই মাটি কঁঠালৰ মাজত ফটকা ভৰাই গৰ্ভৱৰ্তী হাতীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাত ক্ষুব্ধ হৈছে সচেতন তথা প্ৰকৃতিপ্ৰেমী মহল। উল্লেখ্য যে কেৰেলাৰ…

কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পখ্ৰিয়ালে মুকলি কৰিলে একাদশ-দ্বাদশ শ্ৰেণীৰ শৈক্ষিক কেলেণ্ডাৰ

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পখ্ৰিয়ালে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে মুকলি কৰিলে নতুন একাডেমিক কেলেণ্ডাৰ। NCERTৰ দ্বাৰা নিৰ্মিত কেলেণ্ডাৰখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই শৈক্ষিক কেলেণ্ডাৰ অনুযায়ী শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক…

ভাৰতৰ বিৰুদ্ধে কিয় তদন্তত নামিব আমেৰিকা? বিবৃতিত প্ৰকাশ কৰিলে মাৰ্কিন প্ৰশাসনে

গুগল, ফেচবুক, এপল্, আমাজন, নেটফ্লিক্সৰ দৰে আমেৰিকাৰ আইটি কোম্পানীসমূহে অনলাইনযোগে বিক্ৰী কৰা  পণ্য সামগ্ৰীত দেশসমূহে কিমান অতিৰিক্ত কৰ লগাই, তাৰ তদন্ত কৰিব কেইখনমান আমেৰিকাই। সেই অনুসৰি ভাৰত, তুৰস্ক, ইণ্ডোনেছিয়াত আমেৰিকাই চলাব তদন্ত।…

ভাৰত-চীন যুদ্ধ নিশ্চিত নেকি?

ইতিমধ্যে ভাৰতীয় সেনাই চীনা সৈন্যৰ লগত শান্তি আলোচনাৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰিছিল।বিগত সপ্তাহত দুয়োপক্ষৰ মেজৰ জেনেৰেল পয্যায়ত এখন শান্তি বৈঠকৰ পৰিকল্পনাঃ গ্ৰহণ কৰা হৈছিল।কিন্তু বিফল হৈছিল এই প্ৰচেষ্টা।অৱশ্যে যুদ্ধ নিশ্চিতি সম্পৰ্কেও কোনো…

কঠোৰ লক্ ডাউনত কেনেকৈ বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যাঃ প্ৰশ্ন ৩ সংগঠনৰ, অস্বস্তিত কেন্দ্ৰ

ভাৰতত ২৪ মাৰ্চত ঘোষণা কৰা হৈছিল লক্ ডাউন। ২৫ মাৰ্চৰ পৰা ২৫ মেলৈকে মাত্ৰ দুমাহত ৬২৫ৰ পৰা ১,৩৮,৮৪৫জন লোকৰ শৰীৰলৈ ক'ৰোনা সংক্ৰমিত হৈছে। লক্ ডাউনৰ সময়ত হ্ৰাস হোৱাৰ পৰিৱৰ্তে দেশত ক'ৰোনাৰ আক্ৰান্তৰ সংখ্যা ক্ৰমাত্ বৃদ্ধিহে পাইছে। এনে…

“অদৃশ্য শক্তিৰ বিৰুদ্ধে জয়ী হ’ব অপৰাজেয় শক্তি”- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

"দেশত অদৃশ্য শক্তি আৰু অপৰাজেয় শক্তিৰ মাজত যুদ্ধ হৈছে। ক'ৰোনা এক অদৃশ্য শক্তি ঠিকেই, কিন্তু আমাৰ যুদ্ধ আৰু স্বাস্থ্যকৰ্মীসকল অপাৰেজয়।তেওঁলোক নিশ্চিতভাৱে এই যুদ্ধত জয়ী হ'ব"- এইদৰেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ…

দ্বিতীয় শাসনৰ প্ৰথমটো বৰ্ষপূৰ্তিত দেশবাসীক উদ্দেশ্যী প্ৰধানমন্ত্ৰী মোডীয়ে লিখিলে ‘স্বৰ্ণযুগৰ…

দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বছৰ সম্পূৰ্ণ কৰিলে মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে। এই বৰ্ষপূতিৰ সৈতে সংগতি ৰাখিয়েই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি লিখিছে এখন পত্ৰ। 'স্বৰ্ণযুগৰ এবছৰ' শিৰোনামেৰে পত্ৰত তেওঁ দেশবাসীক…

“এক দেশ এক ৰেশ্যন কাৰ্ড”-১জনুৰ পৰা ৰেশ্যন কাৰ্ড হিতাধিকাৰীলৈ ভাল খবৰ

১ জুনৰ পৰা সলনি হ'ব ৰেশ্যন কাৰ্ডৰ নিয়ম । ২০খন ৰাজ্যৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলত এই নিয়মৰ সালসলনি হ'ব। ২৩খন ৰাজ্যৰ ৬৭ কোটি লোকে পাব এই সুবিধা। এই নিয়ম প্ৰযোজ্য হোৱাৰ লগে লগে ৰেশ্যন কাৰ্ড পৰ্টেবিলিবিটীৰ যোগেদি দেশৰ সকলো স্থানতে ৰেশ্যন কাৰ্ডৰ…