Browsing Category
স্বাস্হ্য
ওদালগুৰিত গৰ্ভৱতীৰ মৃত্যু
ওদালগুৰি জিলাৰ মাজবাটৰ অন্তৰ্গত লামাবাৰীৰ প্ৰেম বস্তিৰ নয়মী বাৰ্লা নামৰ এগৰাকী গৰ্ভৱতী মহিলাৰ অকালতে মৃত্যু ঘটে। লামাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অবৈতনিক ভাবে শিক্ষকতা কৰা নয়নী বাৰ্লা সকলো শিক্ষক- শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ -ছাত্ৰী সকলৰ…
ওদালগুৰিত স্বাস্থ্য সেৱা অভিযান
ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত তথা ওদালগুৰি আৰু ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত 'স্বাস্থ্য সেৱা অভিযান' শীৰ্ষক
স্বাস্থ্য পৰীক্ষা শিবিৰ শনিবাৰে অনুষ্ঠিত হয়। ওদালগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কুন্দৰবিল…
পুনৰ ৰঙাঘৰৰ আলহী হ’ল চৰকাৰী বিষয়া
পুনৰ ৰঙাঘৰৰ আলহী হ'ল চৰকাৰী বিষয়া।
চৰাইদেউৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ মুখ্য গাণনিক বিষয়া অমৃত গগৈক ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ।
সোণাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চৰকাৰী বিষয়া অমৃত গগৈক।
চাকৰিৰ প্ৰলোভনেৰে বিভিন্নজনৰ পৰা লাখ লাখ টকা…
বিষাক্ত সুৰাৰ কবলত গুজৰাট, এতিয়ালৈ মৃত্যু ৩০ জনৰ
বিষাক্ত সুৰাই সন্ত্ৰাস চলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটত৷ বিষাক্ত সুৰা সেৱন কৰি এতিয়ালৈ গুজৰাটৰ বটাড জিলাৰ ৩০ জন লোকে প্ৰাণ হেৰুৱাইছে৷অন্যহাতে ৫১ জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে চিকিৎসালয়ত৷ উল্লেখ্য যে,সোমবাৰে পূৱা জিলাখনৰ চৰকাৰী…
মেডিকেলৰ বিচনাতো লাগিল মোদী চৰকাৰৰ কৰ
মেডিকেলৰ বিচনাতো লাগিল মোদী চৰকাৰৰ কৰ৷ আজিৰে পৰা কৰ ভৰিব লাগিব আপুনি চিৰা,মুড়ি,দৈকে আদি কৰি বহুকেইবিধ খাদ্য সামগ্ৰীত৷ বাঢ়িব হোটেলৰ ভাড়াও৷
https://youtu.be/fODQDsW555g
দিল্লীৰ উপমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীৰ মানহানি গোচৰ
দিল্লীৰ উপমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীৰ মানহানি গোচৰ৷ কিন্তু হিমন্ত বিশ্ব শর্মা সন্দর্ভত কি কি অভিযোগ উত্থাপন কৰিছিল মনিষ চিচোডিয়াই? মনিষ চিচোডিয়াৰ বিৰুদ্ধে কি কি অভিযোগ আনিছে হিমন্ত বিশ্ব শর্মাই? কি হ’ব আদালতত?
…
কেৱল ৰোগীৰ শৰীৰেই নহয়, মন জয় কৰিব পৰা এজন চিকিৎসক৷ তেখেত কোন আছিল?
কেৱল ৰোগীৰ শৰীৰেই নহয়,মন জয় কৰিব পৰা এজন চিকিৎসক৷ গান্ধীৰ পৰা নেহৰুলৈ,ৰজাৰ পৰা দৰিদ্ৰলৈ সকলোৱে ভালপোৱা এজন চিকিৎসক৷ একালত অটো চলোৱা চিকিৎসকজন এদিন মুখ্যমন্ত্ৰীও হৈছিল৷ আজিৰ দিনটোতেই জন্ম হোৱা চিকিৎসকজনৰ মৃত্যুও হৈছিল আজিৰ দিনটোতেই৷ তেখেতক…
সাৱধান: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ধানুকাই যোগান ধৰে নিম্নমানৰ ঔষধ
ধানুকাৰ প্ৰতিষ্ঠান ঘনশ্যাম ফাৰ্মাচিউটিকেলছে যোগান ধৰে নিম্নমানৰ ঔষধ ৷ ২০১৬ চনতে পৰীক্ষাগাৰত প্ৰমান হৈছিল এই কথা ৷ তাৰ পাছতো ধানুকালৈ অহেতুক দৰদ কিয়?
https://youtu.be/C9buUq7yEvk
মুখ্যমন্ত্ৰীয়ে আদালতলৈ যাবলৈ ভয় কৰিছে কিয়?
কঁপিছে গুৱাহাটী।প্ৰতিকূল বতৰ আৰু আৰক্ষীৰ বাধা নেওচি মুখ্যমন্ত্ৰী পৰিয়ালৰ পি পি ই কিট কেলেংকাৰীৰ বিৰুদ্ধে গুৱাহাটী কঁপালে বিৰোধী দল-সংগঠনে।
https://youtu.be/vNgf6ax7hPI
কোভিড কালত অসম চৰকাৰে দিয়া পিপিই কিটৰ ঠিকা সন্দর্ভত উত্তৰ দিব পাৰিলেনে এনএইছএমে?
কোভিড কালত অসম চৰকাৰে দিয়া পিপিই কিটৰ ঠিকা সন্দর্ভত উত্তৰ দিব পাৰিলেনে এনএইছএমে? এনএইছএমৰ বিষয়াক সন্মুখত ৰাখি এটা এটা প্ৰশ্ন সুধিলে অখিল গগৈয়ে৷ অখিল গগৈৰ প্ৰশ্নত কি উত্তৰ দিলে এনএইছএমে? এক প্ৰতিবেদন৷
…