সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

গুৱাহাটী

উত্তৰ-পূৰ্বাঞ্চলত সৰ্ববৃহৎ কাৰেন্সি চেষ্ট মুকলি বন্ধন বেংকৰ

বন্ধন বেংকে গুৱাহাটীত এটি সৰ্ববৃহৎ কাৰেন্সি চেষ্ট মুকলি কৰিছে । এতিয়ালৈকে যিকোনো বেংকিং প্ৰতিষ্ঠানত কৈ উত্তৰ-পূৰ্বাঞ্চলত এইটো সৰ্ববৃহৎ কাৰেন্সি চেষ্ট। এইটো বেঙ্কৰ দ্বিতীয় কাৰেন্সি চেষ্ট। ই বেংকক অঞ্চলটোৰ শাখা আৰু এটিএমৰ বাবে নগদ…

অসম গ্ৰন্থমেলা, ধেমাজিৰ প্ৰস্তুতি সম্পূৰ্ণ

গুৱাহাটীকে প্ৰমুখ্য কৰি পাঁচখন গ্ৰন্থমেলাৰ সমান্তৰাল অগ্ৰগতি । গুৱাহাটী, ২৮ অক্টোবৰ : ৰাজ্যখনত গ্ৰন্থ আন্দোলনক অধিক বিস্তাৰিত কৰাৰ উদ্দেশ্যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অসমৰ ভিন্ন প্ৰান্তত আয়োজিত…

গুৱাহাটীত ক্ৰীড়া সংগ্ৰহালয় উদ্বোধন

এক দীৰ্ঘদিনীয়া নিৰলস প্ৰচেষ্টাৰ অন্তত গুৱাহাটীৰ মাজমজিয়াত গঢ়ি তোলা ক্ৰীড়া সংগ্ৰহালয়টো ২৭ অক্টোবৰ, বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে । গুৱাহাটী ৰাজগড়…

নগাঁৱত সাহিত্যিক ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ ‘ভক্তিৰ অনিৰুদ্ধ যাত্ৰা’ উন্মোচন

বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ধ্ৰুৱজ্যোতি বৰাৰ নৱতম গ্ৰন্থ 'ভক্তিৰ অনিৰুদ্ধ যাত্ৰা' বৃহস্পতিবাৰে বিয়লি নগাঁৱত উন্মোচন কৰা হয় । নগাঁও চহৰৰ কেঞাপট্টিৰ 'বুক নুক কেফে'ত সাহিত্যিক গৰাকীয়ে নিজেই উন্মোচন কৰে অসমৰ…

দ্য ক্ৰছকাৰেণ্টৰ বিৰুদ্ধে যড়যন্ত্ৰ

'Current Trend Assam' নামৰ এটা সংবাদপোৰ্টেলে 'দ্য ক্ৰছকাৰেণ্ট'ৰ বৰ্তমানৰ পৰিচালন সম্পাদক বেদব্ৰত বৰাক সাঙুৰি এটা বাতৰি সম্প্ৰচাৰ কৰা পৰিলক্ষিত হৈছে। ২০১৬ চনৰ ভূমি সংক্ৰান্তীয় বিবাদ এটাক সামৰি যি বাতৰি প্ৰচাৰ কৰা হৈছে, সেই বিষয়টো বৰ্তমান…

ভিক্টৰ দাস কোন?

আজিৰ দিনটোত খবৰৰ শিৰোনাম ভিক্টৰ দাস। আজিৰ দিনটোত ৰাজ্যজুৰি সঘন উচ্চাৰিত এটা নাম ভিক্টৰ দাস। দেশৰ এজন সাধাৰণ নাগৰিক ভিক্টৰ দাস। অন্য দহজনৰ দৰেই পেছাগত বৃত্তিৰে পৰিয়াল পোহপাল দিব বিচৰা এজন ব্যক্তি ভিক্টৰ দাস। কোচিং চেণ্টাৰৰ টিউটৰ হিচাপে জীৱন…

বিহু কৃষ্টি পৰিষদ, অসম-ৰ সৰ্বোচ্চ সন্মান ‘বিহু প্ৰজ্ঞা বঁটা লোক-সংস্কৃতিৰ গৱেষক ডাঃ অমৰেন্দ্ৰ…

বিহু কৃষ্টি পৰিষদ,অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা এখন সাপেখাতী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৭ আগষ্টত অনুষ্ঠিত হয়। পৰিষদৰ উপ-সভাপতি তথা নাহৰকটীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কুসুম্বৰ টাই গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কেইবাটাও সিদ্ধান্ত…

স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰিব?

স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক'ত পতাকা উত্তোলন কৰিব? সিদ্ধান্ত গ্ৰহণ কেবিনেট বৈঠকত। ৰঞ্জিত কুমাৰ দাস- বঙাইগাওঁ অতুল বৰা- ডিব্ৰুগড় উৰ্খাও গৌৰা ব্ৰহ্ম- বিশ্বনাথ চন্দ্ৰমোহন পাটোৱাৰী- কামৰূপ পৰিমল শুক্লবৈদ্য- কাছাৰ কেশৱ…

‘ফ্ৰিজিডিটি’ বিষয়ক প্ৰথম অসমীয়া উপন্যাস গীতালি বৰাৰ ‘বাসনাহীনা’ উন্মোচন

বাসনাহীনা কেৱল এইকাৰণেই গুৰুত্বপূৰ্ণ নহয় যে এইখন ফ্ৰিজিডিটীক লৈ লিখা ; বৰঞ্চ ইয়াৰ দৰ্শন আৰু বিষয়বস্তু লৈ লেখকে খেলা খেলৰ বাবেহেঃ প্ৰভাত বৰা ‘গীতালিৰ সাহিত্যৰ মই এজন অন্তৰতম পাঠক। এই কিতাপখন উপন্যাস হ'লেও এটা কবিতা বুলিও ক'ব পাৰি; কাৰণ…

ত্ৰিৰংগা বিহীন গান্ধীমণ্ডপ

আজাদী কা অমৃত মহোৎসৱৰ প্ৰাকক্ষণত জাতীয় পতাকাবিহীন গান্ধীমণ্ডপ। জাতীয় পতাকা নাই, উকা হৈয়েই থিয় হৈ ৰৈছে পতাকা দণ্ড। গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত ২০১৮বৰ্ষৰ ২ অক্টোবৰত প্ৰায় ৩ কোটি টকা ব্যয় সাপেক্ষে তৈয়াৰ কৰি উলিওৱা হৈছিল গান্ধীমণ্ডপৰ…