Browsing Category
গুৱাহাটী
জামিন লাভ কৰিলে চিত্ৰশিল্পী নীলিম মহন্তই
অৱশেষত মুকলি আকাশৰ তললৈ চিত্ৰশিল্পী নীলিম মহন্ত। জামিন লাভ কৰিলে নীলিম মহন্তই। আজি সন্ধিয়া গৃহ চহৰ লখিমপুৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, দেওবাৰে ৰাতি লক্ষীমপুৰ আৰক্ষীৰ সহযোগত অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিত্ৰগৰাকীক। NHPC…
কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই ভাল?
কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই ভাল।হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সুৰতে সুৰ মিলাই কৈছোঁ কলেজত চাকৰি কৰাতকৈ দিন হাজিৰা কৰাই গৌৰৱৰ কথা। আমি কিয় কৈছোঁ এই কথা চাওঁক দ্য ক্ৰছ কাৰেন্ট টেকত---…
হিমন্ত বিশ্ব শর্মাই ৰাখিব নোৱাৰিলে ১৪ শ চাফাই কর্মীৰেই চাকৰি-
২৩ লাখ কিয়,১৪ শ লোকৰে চাকৰি ৰাখিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে? ৪০ হাজাৰ টেট শিক্ষক নিয়মীয়াকৰণ কিয়, ১৪ শ কর্মীক দিয়া মুখৰ বচনেই ৰাখিব নোৱাৰিলে হিমন্ত বিশ্ব শর্মাই৷
নিবনুৱাই খেদিছে মুখ্যমন্ত্ৰীক৷এক বছৰত এক লাখক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দি বিপদত…
কেজৰিৱাল চৰকাৰে সৃষ্টি কৰিব ২০ লাখ চাকৰি,অসম চৰকাৰে সৃষ্টি কৰিছে এক কোটি হিতাধিকাৰী
আপুনি এটা চাকৰি বিচাৰে,নে আপুনি এজন হিতাধিকাৰী হৈ ৮৩০ টকাৰে মাহটো চলিব বিচাৰে? আপুনি আপোনাৰ সন্তানটিৰ বাবে সংস্থাপন গেৰান্টি বিচাৰে,নে সন্তানটিয়ে চৰকাৰৰ পৰা এখন বুলেট লাভ কৰাটো বিচাৰে? আজি এই প্ৰশ্ন এই বাবেই উত্থাপন কৰিছো,কাৰণ যি সময়ত…
ৰাজ্যত জলসংকট, ক’ত চৰকাৰী আঁচনি?
পীয়ুষ হাজৰিকাৰ সমষ্টিৰ এখন গাঁওত ১৫ দিন ধৰি খোৱাপানী নাই৷ নগা ধুবলৈ গাঁওবাসী যায় নদীলৈ৷ খোৱা বোৱা কৰি বাচন বর্ত্তন বস্তাত ভৰাই লৈ যায় নদীলৈ৷ আলহী আহিলে একেখন কাঁহীতে দিয়ে ভাত,ডালি আৰু তৰকাৰী৷ কিন্তু খোৱাপানী যোগাৰ কৰে কেনেকৈ? ৰাজ্যত…
১০ বছৰে কিদৰে বঞ্চনা কৰি অহা হৈছে টেট শিক্ষকক?
অসম বিজেপিৰ ২০১৬ চনৰ ভিজন ডকুমেন্টৰ এটা প্ৰতিশ্ৰুতি৷ভিজন ডকুমেন্টৰ পৃ্ষ্ঠা নম্বৰ ২০ ত সন্নিবিষ্ট আছে এই প্ৰতিশ্ৰুতি৷শিক্ষা সম্পর্কীয় এই প্ৰতিশ্ৰুতিত কোৱা হৈছিল,ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়া হব৷সেই ভিজন ডকুমেন্টৰ পিছত বিজেপিয়ে অসমত…
কাৰ লুণ্ঠনৰ তথ্য গাপ দিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ?
কথাই কথাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কয় স্বচ্ছতাৰ কথা ৷ দুৰ্নীতিমুক্ত প্ৰশাসনৰ শ্ল’গান মুখ্যমন্ত্ৰীৰ প্ৰতিটো বক্তব্যত শুনা যায় ৷ কিন্তু খোদ মুখ্যমন্ত্ৰীয়ে এসময়ত ব্যয় কৰা ৰাজহুৱা ধনৰ হিচাপ দিবলৈ অপাৰগতা প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰী ড:…
গীতাশ্ৰীয়েই হ’বনে যৌতুকজনিত মৃত্যুৰ অন্তিমটো উদাহৰণ?
৫ দিন আইচিইউত জীৱন মৃত্যুৰে যুঁজ দি অৱশেষত মৃত্যুক সাৱতি ললে গীতাশ্ৰী তালুকাদাৰে৷ বিগত ১৮ মার্চত স্বামী প্ৰদীপ তালুকদাৰে ফাঁচী লগাই হত্যাৰ চেষ্টা চলাইছিল গীতাশ্ৰীক৷ ইয়াৰ পিছতেই পিতৃ গৃহই মৃতপ্ৰায় গীতাশ্ৰীক ভর্তি কৰে জি এমচি এইচৰ আই চি ইউত৷…
বাজপেয়ীৰ পৰা সৎ আৰু নিকা আদর্শ নিশিকিলে কিয় বিজেপিয়ে?
বহুতেই কয়,ভাজপেয়ী ভালেই৷কিন্তু দল ভাল নহয়৷সেই কথা সংসদৰ মজিয়াত এদিন নিজেই কৈছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে৷সেই কথাকেই সচা প্ৰমাণ কৰি আহিছে নেকি বিজেপিয়ে?গণতন্ত্ৰৰ এক অশুভ পৰম্পৰা,হর্ছ ট্ৰেডিং৷ৰাজ্যসভা নির্বাচনত এইবাৰ শাসকীয়…
কাজিৰঙা আৰু কাগজ কলক লৈ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
আজি অনুষ্ঠিত হ’ল কেবিনেট বৈঠক। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কাজিৰঙাক ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে লৈছে বিশেষ প্ৰদক্ষেপ। কাজিৰঙাৰ ১০ কিলোমিটাৰ আঁতৰে আঁতৰে ইক’ছেন্সিটিভ জ’ন ঘোষণা।…