সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

এক্সক্লুছিভ

BTR Elections: বি টি আৰ দখলৰ যুঁজত বি জে পি-কংগ্ৰেছ; একেদিনাই বড়োভূমিত ড° হিমন্ত বিশ্ব শৰ্মা-গৌৰৱ…

আসন্ন বড়ো টেৰিটৰিয়েল ৰিজিঅ’নৰ নিৰ্বাচন (BTR Elections)ক কেন্দ্ৰ কৰি অসমৰ ৰাজনৈতিক পৰিৱেশ ক্ৰমাৎ গৰম হৈ উঠিছে। শাসকীয় ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু বিৰোধী কংগ্ৰেছ দুয়োটা দলেই ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনত জয়ী হ’বলৈ তীব্ৰ…

‘ভোটবন্দী’ আহি আছে; কৰ্তন হ’ব লাখ লাখ নাগৰিকৰ ভোটাধিকাৰ!

২০২৬ ৰ প্ৰথমভাগৰ পৰাই অসমত আৰম্ভ হ’ব নিৰ্বাচনী কুচকৱাজ৷ মে’ মাহত নতুন চৰকাৰে দায়িত্বগ্ৰহণ কৰিব৷ ইতিমধ্যে নিৰ্বাচনকেন্দ্ৰিক বতাহ বলিবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ ৰাজনীতিত৷ অভিযোগ প্ৰতি অভিযোগেৰে উত্তাল হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ৷ কিন্তু সমস্ত শক্তি…

একেদিনাই মন্ত্ৰী জয়ন্তৰ পত্নীয়ে তেজপুৰত কিনিলে ৩৬ বিঘা অনা কৃষিভূমি

তেজপুৰৰ হলেশ্বৰ মৌজাৰ পুনিয়নী গাঁৱত একেটা পৰিয়ালৰ পৰা একেদিনাই ৩৬ বিঘা ভূমি ক্ৰয় কৰি জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই অন্য এক অভিলেখৰ গৰাকী হয়৷ দিনটো আছিল ২০২৩ চনৰ ২৪ জুলাই৷

Land Acquisition in Assam: হিমন্ত বিশ্ব শৰ্মাৰ শাসনত খিলঞ্জীয়াৰ ভেটিত কঁপনি

‘জাতি, মাটি, ভেটি’ ৰক্ষাৰ শ্ল’গানেৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ আমোলত অসমৰ সাধাৰণ জনতা এতিয়া নিজৰ ভেটি-মাটি হেৰুওৱাৰ আশংকাত ত্ৰস্ত হৈ পৰিছে। ‘এডভাণ্টেজ আছাম’ৰ দৰে উদ্যোগৰ পিছত চৰকাৰে ভূমি অধিগ্ৰহণ (Land Acquisition in Assam)ৰ এক দ্ৰুত অভিযান…

Sankor Jyoti Baruah Arrest: দুলীয়াজানৰ ঘটনা, শংকৰজ্যোতিৰ গ্ৰেপ্তাৰ: কি প্ৰতিক্ৰিয়া অখিল গগৈ-ছাত্ৰ…

বিগত ৫-৬ দিন ধৰি দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত হোৱা দুটা পক্ষৰ সংঘাত আৰু আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ (Sankor Jyoti Baruah arrest) কৰাৰ বিষয়টোৱে ৰাজ্যত তোলপাৰ লগাই আছে। শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ ঘটনাৰ…

Jorhat-Majuli Bridge: যোৰহাট-মাজুলী সংযোগী দলঙৰ বাবে আকৌ নিবিদা; ধনৰ পৰিমান কমাক লৈ সাংসদ গৌৰৱ গগৈৰ…

মাজুলী বাসীৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে যোৰহাট-মাজুলী সংযোগী দলঙ (Jorhat-Majuli Bridge)-ৰ পুনৰ নিবিদা মুকলি কৰে। ৬.৮১ কি:মি: দৈৰ্ঘ্যৰ দুইলেনযুক্ত এই দলংখনৰ বাবে ৬০০.৫১ কোটি টকাৰ নিবিদা মুকলি কৰে ভাৰত…

Opposition Parties in Assam: অসমত বিৰোধী ‘ছিৰিয়াছ’ হ’ব কেতিয়া?

Opposition Parties in Assam: বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মন্তব্যক কেন্দ্ৰ কৰি ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে৷ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ অখিল গগৈয়ে কালি কৈ দিলে যে ৰাইজৰ দলে এইবাৰ পঞ্চায়ত নিৰ্বাচন ছিৰিয়াছলি…

India-China Dispute: আকৌ মূৰ দাঙি উঠিছে অৰুণাচলক লৈ চীন-ভাৰতৰ বিবাদ!

India-China Dispute: দেশৰ পশ্চিম সীমান্তত এতিয়াও অব্যাহত আছে উত্তেজনা। ভাৰত-পাক সংঘাতৰ অন্তত যুদ্ধবিৰতি ঘোষণা কৰা হয় যদিও সমগ্ৰ অঞ্চলটোত এতিয়াও অব্যাহত আছে চেপা উত্তেজনা। তাৰ মাজতে পাকিস্তানে উলংঘা কৰি আছে যুদ্ধবিৰতি। যাৰ বাবে পশ্চিম…

জন্ম হ’ব নেকি আৰু এখন নতুন দেশৰ?

১৯৭১ যুদ্ধত পাকিস্তান দুটুকুৰা হৈছিল৷ জন্ম হৈছিল নতুন এখন দেশৰ৷ নাম–বাংলাদেশ। এইবাৰো প্ৰশ্ন উঠিছে–যদি পাকিস্তান ভাৰতৰ সৈতে পূৰ্ণ পৰ্যায়ৰ যুদ্ধত লিপ্ত হয়, তেনেহ’লে ১৯৭১ৰ পাছত আকৌ এবাৰ খণ্ড বিখণ্ড হ’ব নেকি পাকিস্তান? জন্ম হ’ব নেকি আৰু এখন…

Indo Pak War: ৯৩ হাজাৰ পাকিস্তানী সেনাই  আত্মসমৰ্পণ কৰা সেই দিনটো

‘পূৱৰ ৰণাংগনত ভাৰত আৰু বাংলাদেশৰ যৌথ সামৰিক বাহিনীৰ কামাণ্ডাৰ ইন ছীফ লেফটেনেণ্ট জেনেৰেল জগজিত সিং অৰোৰাৰ ওচৰত পাকিস্তানৰ ইষ্টাৰ্ণ কামাণ্ডৰ সকলো সামৰিক বাহিনীয়ে আত্মসমৰ্পণৰ বাবে সন্মত হৈছে৷ এই আত্মসমৰ্পণ পাকিস্তানৰ সেনা, নৌ আৰু বিমান বাহিনী…