সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

এক্সক্লুছিভ

নিমাতীঘাটৰ ট্ৰেজেডি : নামঘৰত সেৱা লৈ উভতিছিল পৰিমিতা

যোৰহাটৰ নিমাতীঘাটত হোৱা ফেৰী দুৰ্ঘটনাত মৃত্যু হ’ল মাজুলীৰ ৰঙাচাহী কলেজৰ সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে বুধবাৰে বন্ধ আছিল কলেজ ৷ সেইবাবেই মাতৃৰ সৈতে গোলাঘাটৰ আঠখেলীয়া নামঘৰলৈ গৈছিল পৰিমিতা দাস ৷…

নিমাতীঘাটৰ দুৰ্ঘটনাত সহকাৰী অধ্যাপিকাৰ মৃত্যু

যোৰহাটৰ নিমাতীঘাটত হোৱা নাও দুৰ্ঘটনাত মাজুলীৰ ৰঙাচাহী কলেজৰ অসমীয়া সহকাৰী অধ্যাপিকা পৰিমিতা দাসৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ তেওৰ ঘৰ গুৱহাটীৰ কাহিলীপাৰাত ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় পৰিমিতা দাসৰ ৷

আজমল – হিমন্তৰ গোপন মিতিৰালিৰ প্ৰমান এই নিৰ্দেশ নেকি ?

নিৰ্বাচনৰ আগলৈকে বদৰুদ্দিন আজমল আছিল অসমীয়া জাতিৰ শত্ৰু ৷ দিছপুৰৰ দহ কিলোমিটাৰ ব্যাসাৰ্ধত আজমলক সোমাব নিদিয়াৰ হুংকাৰ দিছিল হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্বাচন পাৰ হৈ গ’ল ৷ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ’ল ৷ সময়ৰ গতিত মুখ্যমন্ত্ৰী হিমন্ত…

ভাৰতৰ বিৰুদ্ধে সীমান্তত কি নতুন যুদ্ধ-কৌশল অৱলম্বন কৰিছে চীনে?

তালিবানৰ আফগানিস্তান দখলক লৈ ভাৰতত উত্তেজনা অব্যাহত থকাৰ মাজতে এইবাৰ চীন সীমান্তৰ পৰা আহিছে নতুন খবৰ। চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে এজন নতুন জেনেৰেলক ইণ্ডো-চীন সীমান্তৰ দায়িত্ব দিবলৈ সাজু হৈছে। এই মূহুৰ্তত প্ৰশ্ন উত্থাপিত হৈছে যে ভাৰতীয়…

শ্ৰীলংকাৰ ভয়াবহ অৰ্থনৈতিক সংকটৰ কাৰণ কি ?

মাত্ৰ ৬৫ হাজাৰ বৰ্গকিলোমিটাৰ ভূখণ্ড আৰু ২ কোটি ২ লাখ জনসংখ্যাৰ এখন দেশ ৷ আকাৰ আৰু জনসংখ্যাৰ ফালৰ পৰা অসমতকৈও সৰু ৷ কিন্তু ভৌগোলিক অৱস্থান আৰু প্ৰাকৃতিক বৈচিত্ৰ্যৰ পিনৰ পৰা বিশ্ববাসীৰ বাবে সদায়ে কৌতুহলৰ বিষয় হৈ আহিছে এই দেশখন ৷ দেশখন হ’ল…

নিজৰ ৰাজ্যত নিজেই বোমা বিস্ফোৰণ ঘটোৱা মুখ্যমন্ত্ৰীগৰাকীৰ কাহিনী

এজন আশীৰ উৰ্ধৰ ৰাজনীতিক ৷ বিগত চাৰিটা দশক ধৰি ভাৰতীয় ৰাজনীতিৰ বহু উত্থান – পতনৰ সাক্ষী তেও ৷ বহু গুৰুত্বপূৰ্ণ পৰিঘটনাৰ অনুঘটক ৷ এসময়ত দেশৰ অৰ্থনৈতিক ৰাজধানী মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল ৷ তেও মুখ্যমন্ত্ৰী হোৱা ছদিন পাছতে ডাউদ…

পঞ্জশীৰ উপত্যকা দখল তালিবানৰ!

পঞ্জশীৰ উপত্যকা দখল তালিবানৰ৷ তালিবানৰ দাবী অস্বীকাৰ বিদ্ৰোহী এন আৰ এফৰ৷ আফগানিস্তান দখলৰ পিছত এন আৰ এফে বিদ্ৰোহ অব্যাহত ৰাখিছিল তালিবানৰ বিৰুদ্ধে৷ এন আৰ এফৰ হাতত পঞ্জশীৰত বন্দী হৈছিল তালিবানী কেডাৰ৷

কেনেকৈ বাৰে বাৰে জী উঠে লালুপ্ৰসাদ যাদৱ ?

অৰূপ কলিতা বিতৰ্কিত , জনপ্ৰিয় , বিবাদিত – যি বুলিয়েই কোৱা নহওক কিয় লালুপ্ৰদসাদ যাদৱ ভাৰতীয় ৰাজনীতিৰ এক অনস্বীকাৰ্য ব্যক্তিত্ব ৷ বাৰে বাৰে লালুপ্ৰসাদ যাদৱৰ ৰাজনৈতিক শ্ৰদ্ধাঞ্জলি লিখা হয় কিন্তু  ফিনিক্স পখীৰ দৰে তেও আকৌ উভতি আহে…

জাভেদ আখতাৰে আৰ এছ এছক কিয় তালিবানেৰে ৰিজালে ?

তালিবানসকল বৰ্বৰ আৰু তেওলোকৰ কাম কাজ যে নিন্দনীয় তাত কোনো সন্দেহ নাই ৷কিন্তু তাৰ লগত এইটোও ক’ব লাগিব যে যিসকলে আৰ এছ এছ , বিশ্ব হিন্দু পৰিষদ , বজৰংগ দল আদিক সমৰ্থন কৰে তেওলোকৰ মানসিকতাও তেনেকুৱাই ৷- এই মন্তব্য কৰিছে প্ৰখ্যাত গীতিকাৰ , কবি…

The Crosscurrent Fact Check : সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত ৰাজনাথ সিঙে মিছা মাতিছে নেকি ?

নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত দেশত এটাও ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ হোৱা নাই ৷ বৃহস্পতিবাৰে এই মন্তব্য কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ গুজৰাট বিজেপিৰ এখন কাৰ্যনিৰ্বাহক বৈঠকত অংশ লৈ ৰাজনাথ সিঙে এইবুলিও কয় যে কেন্দ্ৰীয়…