সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

এক্সক্লুছিভ

দাসত্ব: টকাৰ বাবে দালালৰ হাতত কন্যা সন্তানক তুলি দিছে পিতৃ-মাতৃয়ে

'আমাৰ লগৰ এজনে তাইৰ লগত কথা পাতিছিল৷ তাই তাইক অৰুণাচলৰ পৰা লৈ আনিবলৈ কৈছিল৷ কিন্তু তাইক ঘূৰাই অনাটো দূৰৰ কথা, আমাৰ ঠিকাদাৰে তাইৰ কাষ চাপিবলৈও মানা কৰিছিল আমাক৷ কৈছিল,তাইক বচোৱাৰ চেষ্টা কৰিলে আমি নিজেই বিপদত পৰিম৷’ মাত্ৰ দুহাজাৰ টকাৰ…

৩০ গৰাকী বিধায়ক বাংলাদেশলৈ

৩০ গৰাকী বিধায়ক  যাব বাংলাদেশলৈ৷ বাংলাদেশলৈ যাব অসম বিধানসভাৰ প্ৰতিনিধি দল৷ ১৫ নৱেম্বৰত ৰাওনা হ'ব শাসক-বিৰোধী বিধায়কৰ দলটো৷ বিধায়কৰ দলটোৰ নেতৃত্ব দিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ বিধায়কৰ দলটোৱে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ…

RAILWAY FOR SALE : বিক্ৰীৰ বাবে সাজু ৪০০ ৰে’লৱে ষ্টেচন, বিলুপ্তিৰ পথত ৫০ শতাংশ চাকৰি

বিক্ৰী হ’ব ভাৰতীয় ৰে’লৱেৰ অধিকাংশ সম্পত্তি ৷ নেচনেল মনিটাইজেশ্যন পাইপলাইনৰ আধাৰত ভাৰতৰ ৰে’লৱে খণ্ডক ব্যক্তিগতকৰণৰ বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ৷ এই পৰিকল্পনাৰ…

কি টুইট ডিলিট কৰিলে কেজৰিৱালে?

১৯ অক্টবোৰত এটা টুইট কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে৷ টুইটটোত আছিল এটা ভিডিঅ'৷ ইয়াৰ কেপচন আছিল, 'গুজৰাটৰ নির্বাচনী পৰিস্থিতি বুজিবলৈ এই প্ৰতিবেদন চাওক৷ কিন্তু প্ৰতিবেদন চাবলৈ আহ্বান কৰাৰ পাছতো,কিছু সময়ৰ পাছতে কেজৰিৱালে টুইটটো…

হিন্দুয়ে ধর্ষণ নকৰে!

অনুশোচনা নাই,ফটকাৰ দোকান দিছে ধৰ্ষণকাৰীয়ে 'হিন্দুৱে ধৰ্ষণ নকৰে'-মন্তব্য ৰাধেশ্যামৰ তিলমানো অনুশোচনা নাই বিলকিছৰ ধৰ্ষণকাৰীৰ ভয়-ভাবুকিৰে ভীতিগ্ৰস্ত কৰিছে সাক্ষীক! বিলকিছ বানুৰ গাঁৱৰ ৰাস্তাটোৰ মূৰতে দেৱালীৰ বাবে এখন ফটকাৰ দোকান…

বহিঃৰাজ্যত কাম বিচাৰি যোৱা অসমৰ যুৱক-যুৱতীসকল সাৱধান

বহিঃৰাজ্যত কাম বিচাৰি যোৱা অসমৰ যুৱক-যুৱতীসকল সাৱধান৷  ২৬ টা চাকৰিৰ এজেন্টৰ পৰা সাৱধান৷ কাৰণ তথ্য-প্ৰযুক্তিত পাৰদৰ্শী চাকৰি প্ৰাৰ্থী মূল টাৰ্গেট হৈ পৰিছে অসাধু চক্ৰৰ৷ এওলোকৰ বিদেশত সহজে চাকৰিৰ লাভৰ বিজ্ঞাপনত ভোল গ’লে আপুনিও পৰিব বিপদত৷…