Browsing Category
এক্সক্লুছিভ
EXCLUSIVE: ১০ কৌটিৰ ৰাজসাহায্য লৈ প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ হিতাধিকাৰী হ’ল মুখ্যমন্ত্ৰী হিমন্ত…
অৰূপ কলিতা গুৱাহাটী, ১০ ছেপ্তেম্বৰ: ৰাজ্যৰ লাখ লাখ নিবনুৱা , স্বাৱলম্বিতাৰ সপোন দেখা যুৱক যুৱতীৰ ভাগ্য- ভৱিষ্যতৰ চিন্তা এতিয়া গৌন ৷ এইবাৰ চৰকাৰী আঁচনিৰ হিতাধিকাৰী হোৱাৰ প্ৰতিযোগিতাত নামি পৰিছে খোদ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী…
কেগৰ প্ৰতিবেদনৰ পাতে পাতে কি আছে ?
২০১৪ চনৰ আগত কেগৰ ৰিপোৰ্ট মানেই আছিল সংবাদ মাধ্যমৰ শীৰ্ষ বাতৰি , বিৰোধীৰ মোক্ষম অস্ত্ৰ ৷ প্ৰায় ১০ বছৰ পাছত পৰিস্থিতি ইমানেই সলনি হ’ল যে কেগৰ প্ৰতিবেদনো গুৰুত্বহীন হৈ পৰিল ৷ শেহতীয়াকৈ কেগৰ প্ৰতিবেদনত অনেক বিস্ফোৰক , আশ্চৰ্যজনক তথ্য প্ৰকাশ…
বজাৰত অদৃশ্য শক্তি! কৃষকে ২০ টকাত বিক্ৰী কৰা পাচলি বজাৰত কেনেকৈ বিক্ৰী হ’য় ১০০ টকাত?
ছয় মাইলৰ এখন পাচলিৰ দোকানত গ্ৰাহকৰ বেশত উপস্থিত হ’ল দ্য ক্ৰছকাৰেণ্টৰ সাংবাদিক৷ দোকানৰ গৰাকীক সোধা গ’ল পাচলিৰ দাম৷ দোকানীয়ে ক’লে, লেছেৰা ১০০ টকা কিলো৷ এক পোৱাত ৩০ টকা৷ জিকা ৭০ টকা কিলো৷ সাংবাদিকৰ গোপন কেমেৰাত বন্দী হৈ ৰৈছে সেই…
Clause 6 becomes a mirage !
The central govt home department clearly revealed that the implementation of clause 6 is the responsibility of the state government.
EXCLUSIVE: অসম চুক্তিৰ ৬ নং দফাৰ দায়িত্ব নলয় কেন্দ্ৰই
বিশেষ প্ৰতিবেদনঃ ‘‘অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰাৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ’’ - এই বক্তব্যৰে অসমীয়া জাতিৰ বহু আকাংক্ষিত ‘সাংবিধানিক ৰক্ষাকৱচ’ক লৈ চৰম প্ৰতাৰণা কৰিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ এক আৰ টি…
উন্নয়নৰ নামত গুৱাহাটীত কাটিলে ৮ হাজাৰ গছ
দৃষ্টিৰূপা বৰদলৈ
• ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত কটা গ’ল সৰু -বৰ ৭ হাজাৰ গছ
• আৰ জি বৰুৱা ৰোডত কাটিলে ১১ জোপা গছ, আকৌ কাটিব ৩০ জোপা
• গুৱাহাটী বিশ্ববিদ্যালয়ত কাটিলে ৮ জোপা, কাটিব ২৩ জোপা
• ব্ৰহ্মপুত্ৰৰ পাৰৰ উন্নয়ন- সৌন্দৰ্যবৰ্ধনৰ…
৭৫ শতাংশৰ মতে নিবনুৱা সমস্যা সমাধানত বিফল অসম চৰকাৰ! দ্য ক্ৰছকাৰেণ্টৰ সমীক্ষা
( এই প্ৰতিবেদন গুৱাহাটী বিশ্ববিদ্যালয়,ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ ছাত্ৰছাত্ৰীৰ সহযোগত এই প্ৰতিবেদন যুগুত কৰা হৈছে।)
৭৫ শতাংশৰ মতে নিবনুৱা সমস্যা সমাধানত সফল হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত…
চাফাই কৰ্মীৰ ‘চাফাই’, মুখৰ বচন নাৰাখিলে মুখ্যমন্ত্ৰীয়ে!
হিমন্ত বিশ্ব শর্মাই ষ্পষ্টভাবে চাফাই কর্মীসকলক উদেশ্যি কোৱা দেখা গৈছিল, “ তহঁতৰ চাকৰি হৈ গ’ল৷ ৬০ বছৰলৈ তহঁতৰ চাকৰি পাৰমানেন্ট৷”
ট্ৰেইন টু হাইদৰাবাদঃ উদং হৈছে অসমৰ শ শ গাঁও
২৫ মে', গুৱাহাটী
২১ মে’ ২০২৩, দেওবাৰ৷ গুৱাহাটী ৰেলৱে ষ্টেচনৰ ৪ নম্বৰ প্লেটফর্মত হাইদৰাবাদ অভিমুখে ৰাওনা হ’বলৈ সাজু হৈ আছে ১৫৪০৩৯ নম্বৰৰ ৰে’লখন৷ পূৱা ৬ বজাত সেইখন ৰে’লত উপস্থিত হ’লগৈ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধি৷ গুৱাহাটী-হাইদৰাবাদ…