সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

শীৰ্ষ সংবাদ

মমতা – অখিলৰ আলোচনাৰ মাজত প্ৰশান্ত কিশোৰ সোমাল কিয় ?

তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰে  ইতিমধ্যে তিনি লানি আলোচনাত মিলিত হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷প্ৰতিবাৰেই তেওক ৰাজ আতিথ্যৰে লৈ যোৱা হৈছে কলকাতালৈ ৷ পশ্চিমবংগৰ কালীঘাটত থকা কাৰ্যালয়ত তৃণমূলৰ শীৰ্ষ নেতৃত্বৰে কেবাখনো বৈঠকত…

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোন অধ্যাপকৰ বিৰুদ্ধে চৌৰ্য বৃত্তিৰ অভিযোগ ?

অসমৰ এখন গুৰুত্বপূৰ্ণ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷ বিগত কিছুদিন ধৰি এই বিশ্ববিদ্যালয়খনে বাৰম্বাৰ বাতৰিৰ শিৰোণাম দখল কৰিছে ৷ কোনো উল্লেখযোগ্য শৈক্ষিক বৰঙণিৰ বাবে বিশ্ববিদ্যালয়খন চৰ্চালৈ অহা নাই ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়…

নতুন এচ অ’ পিত কি কি আছে?

নতুন এচঅ'পি জাৰি- সকলো জিলাত পুৱা ৫বজাৰ পৰা সন্ধিয়া ৫বজালৈ খোলা৷ সন্ধিয়া ৬বজাৰ পৰা ৫ বজালৈ সান্ধ্য আইন। আন্তঃজিলা যাতায়ত পূৰ্বৰ দৰে বন্ধ৷ কাইলৈৰ পৰা বলৱৎ হব নতুন এচ অ' পি৷

পেট্ৰ’ল-মিঠাতেলৰ দৰেই বৃদ্ধি হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ মাচুল! নামানিলে ইউ জি চিৰ নির্দেশ-

বজাৰৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে,শিক্ষার্থীক জুৰুলা কৰিছে নামভর্তিৰ মাচুল বৃদ্ধিয়ে৷ কোভিড আৰু লকডাউনে ৰাইজক আর্থিকভাবে সংকটাপন্ন কৰি ৰখাৰ সময়তে শিক্ষানুষ্ঠানৰ মাচুল বৃদ্ধিৰ ফলত এতিয়া সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যৰ…

ৰাইজৰ দলৰ কার্যালয়লৈ কিয় যাব কংগ্ৰেছ প্ৰতিনিধি?

ৰাইজৰ দলৰ কার্যালয়লৈ যাব কংগ্ৰেছ দল৷ আজি বিয়লি কংগ্ৰেছ দলৰ প্ৰতিনিধি দল যাব ৰাইজৰ দলৰ কার্যালয়লৈ৷বিগত বিধানসভা নির্বাচনত বিজেপিৰ বিজয়ৰ বাবে কংগ্ৰেছ আৰু ৰাইজৰ দলে জগৰীয়া কৰিছিল পৰস্পৰক৷কংগ্ৰেছৰ অহমিকাৰ বাবে বিৰোধীৰ পৰাজয় হোৱা বুলি ৰাইজৰ দলে…

চন্দ্ৰমোহন সফল! তেন্তে আত্মহত্যা কিয় অসমীয়াৰ?

এজন মন্ত্ৰীৰ সফলতাৰ কাহিনী কম আজি৷মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷বিগত ৫ আগষ্টত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নিজেই বিধানসভাত দাঙি ধৰিছিল নিজৰ সফলতাৰ বিজ্ঞাপন৷অখিল গগৈৰ এটা প্ৰশ্নৰ উত্তৰত চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত বুজাই দিছিল তেখেত কিমান…

উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা ধাৰাত ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে গোচৰ কিয় ?

অসমীয়া ডিজিটেল সংবাদ মাধ্যম ‘দ্য ক্ৰছকাৰেন্ট’ৰ বিৰুদ্ধে শুকুৰবাৰে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকে ৷ অতি আশ্চৰ্যজনকভাৱে সঞ্চালকগৰাকীয়ে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে খাৰিজ কৰা তথ্য – প্ৰযুক্তি আইনৰ…

ভুৱনেশ্বৰ কলিতাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ আগনিশা কি ঘটিছিল ?

দিনটো আছিল ৫ আগষ্ট , ২০১৯ ৷ সিদিনাই ৰাজ্যসভাত কংগ্ৰেছৰ চীফ হুইপ ভুৱনেশ্বৰ কলিতাই পদত্যাগৰ কথা ঘোষণা কৰিছিল ৷ তেওৰ লগতে সমাজবাদী পাৰ্টীৰ আন দুগৰাকী সাংসদেও একেলগে পদত্যাগ কৰে ৷ সদনত সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰাৰ স্বাৰ্থত শাসকীয় বিজেপি…

মীৰাবাঈ চানু : বিফলতা , হতাশা , পৰাজয়ৰ পাছত অলিম্পিক জয়ৰ হৃদয়স্পৰ্শী কাহিনী

জুৰি বৰুৱা প্ৰতিজন মানুহৰে নিজৰ জীৱনটোৰ প্ৰতি থাকে অনন্ত মোহ ৷ এই কথা মুখ খুলি স্বীকাৰ নকৰিলেও ইয়াক বুজি পাবৰ বাবে আমাৰ জীৱনলৈ আহে কিছু সুযোগ ৷ এই সুযোগবোৰ এক অৰ্থত বিফলতা ৷ প্ৰতিজন সফল মানুহেই জীৱনৰ নানা যাত্ৰাত বিফল ৷ কিন্তু আচৰিত…

উত্তৰ প্ৰদেশৰ জীৱন মৰণৰ যুঁজলৈ কিদৰে সাজু হৈছে কংগ্ৰেছ ?

সুদীৰ্ঘ কাল উত্তৰ প্ৰদেশৰ ক্ষমতাৰ পৰা দূৰৈত থকা কংগ্ৰেছ দলো সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ৷ “কিছনে বিগড়া উত্তৰ প্ৰদেশ” শ্ল’গানেৰে উত্তৰ প্ৰদেশত কংগ্ৰেছে আৰম্ভ কৰিব নিৰ্বাচনী অভিযান ৷ শ্ল’গানটোৰ জড়িয়তে যোগী আদিত্যনাথ চৰকাৰৰ বিফলতাৰ…