সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

শিক্ষা-প্ৰযুক্তি

কলেজৰ নিযুক্তি বন্ধ : ধন নাই নে সদিচ্ছাৰ অভাৱ ?

উচ্চ শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ সকলো প্ৰাদেশীকৃত, চৰকাৰী আৰু মডেল মহাবিদ্যালয়লৈ নিযুক্তি বন্ধৰ বাবে এখন জাননী  প্ৰেৰণ কৰিছে যদিও জাননীখনত স্পষ্ট কৰি দিয়া নাই যে কিয় এনে নিৰ্দেশ দিয়া হৈছে।

ধনৰ বিনিময়ত মেট্ৰিকৰ নম্বৰ : কিমান মাধৱ ডেকা , ফুলপাহী নাথেৰে ভৰি আছে শিক্ষা বিভাগ ?

প্ৰথমতে পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় ,তাক লৈ বিভ্ৰান্তি ৷ তাৰ পাছত পৰীক্ষাৰ মাৰ্কশ্বীট চাকৰিৰ বাবে প্ৰযোজ্য হ'ব নে নহয় , তাক লৈ বিতৰ্ক ৷ এতিয়া ধনৰ বিনিময়ত স্থান নিৰ্ধাৰণৰ বাতৰি ৷ এখন চৰকাৰৰ ব্যৰ্থতা আৰু অকৰ্মন্যতাৰ ইয়াতকৈ ডাঙৰ প্ৰতিফলন আন…

নীট কেতিয়া অনুষ্ঠিত হ’ব ?

অহা ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব মেডিকেল শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা - নেচনেল এলিজিবিলিটী কাম এন্ট্ৰেন্স টেষ্ট চমুকৈ নীট ৷ দেশৰ নতুন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা ঘোষণা কৰিছে ৷ নীটৰ বাবে প্ৰ- পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা ১৩…

উপ – নিৰ্বাচনত বিৰোধীৰ এজনকৈ উমৈহতীয়া প্ৰাৰ্থী !

ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত উপ – নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ উপ –নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টি কেইটা হ’ল -গোসাইগাঁও , তামুলপুৰ, মাজুলী আৰু মৰিয়ণি ৷ গোসাইগাও আৰু তামুলপুৰৰ বিধায়ক দুগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে ৷ মাজুলীৰ…

ভাৰতক লাগে অধিক জনসংখ্যা –কিয় কৈছে এজন অৰ্থনীতিবিদে?

জনসংখ্যা বৃদ্ধি অসমৰ এটা বৃহৎ সমস্যা হিচাপে সহমতত উপনীত হৈছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সংখ্যালঘু সমাজৰ প্ৰায় ১৫০ গৰাকী আগশাৰীৰ নাগৰিক ৷ কালি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংখ্যালঘু সমাজৰ বিশিষ্ট নাগৰিকসকল এক আলোচনাত মিলিত হয় ৷…

কটন হোষ্টেলৰ সন্মুখত পুলিচৰ গুলীত কেনেকৈ প্ৰাণ আহুতি দিছিল ৰঞ্জিত বৰপূজাৰীয়ে?

আজি ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ মৃত্যুদিন৷১৯৬০ চনৰ আজিৰ দিনটোতে কটন কলেজৰ হোষ্টেলৰ সন্মুখত পুলিচৰ গুলীত প্ৰাণ আহুতি দিছিল ৰঞ্জিত বৰপূজাৰীয়ে৷ ১৯৪২ চনত শিৱসাগৰত জন্ম গ্ৰহণ কৰা ৰঞ্জিত বৰপূজাৰী ভাষা আন্দোলনৰ সময়ত কটন কলেজৰ…

বিদ্যাৰ্থীলৈ সুখবৰ। চৰকাৰে আনিলে স্কুল বেগৰ নতুন নিয়ম।

২০২০ বৰ্ষৰ স্কুল বেগ নীতি ঘোষণা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ। নীতি অনুসৰি ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন আৰু গৃহকাৰ্য কৰাৰ ক্ষেত্ৰত বহু কেইটা নিয়ম বান্ধি দিয়া হৈছে। এতিয়াৰ পৰা দ্বিতীয় শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীক কোনো ধৰণৰ গৃহকাৰ্য দিব