Browsing Category
ক’ভিড
গুৱাহাটীৰ সাংসদ কুইন ওজা কোভিডত আক্ৰান্ত
বিজেপি আন এগৰাকী নেতা কোভিড-১৯ত আক্ৰান্ত। গুৱাহাটীৰ সাংসদ কুইন ওজা কোভিডত আক্ৰান্ত। মন্ত্ৰী পীয়ুয হাজৰীকাৰ পাছতেই কুইন ওজা কোভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে।
অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি
অসমত বৰ্তমান অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে। ৩ জনে ইতিমধ্যে আৰোগ্য লাভ কৰিছে। ৬ জন লোক বৰ্তমান চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন হৈ থকা আটাইকেইজন ডিব্ৰুগড় জিলাৰ।
স্থগিত কৰা হ’ল বিশ্ব গ্ৰন্থমেলা
গ্ৰন্থপ্ৰেমীৰ বাবে এক দুঃখবৰ। স্থগিত কৰা হ’ল বিশ্ব গ্ৰন্থমেলা। দেশত বৰ্ধিত কোৰোনা আৰু অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে স্থগিত কৰা হৈছে গ্ৰন্থমেলা। নতুন দিল্লীৰ প্ৰগতি মৈদানত অনুষ্ঠিত হ’বলগীয়া ৩০ সংখ্যক বিশ্ব গ্ৰন্থমেলাৰ আয়োজকসকলে গ্ৰহণ…
ক’ভিডত-১৯ ত আক্ৰান্ত মন্ত্ৰী পীযুষ হাজৰিকা
ক'ভিডত-১৯ ত আক্ৰান্ত মন্ত্ৰী পীযুষ হাজৰিকা। বৃহস্পতিবাৰে ধৰা পৰিছিল হাজৰিকাৰ দেহত কোভিড অৱস্থিতি। কালি দিনতোত হোম আইছ'লেশ্যনতে আছিল মন্ত্ৰীগৰাকী। বৰ্তমান চিকিৎসাৰ বাবে GMCH ত উপস্থিত।
আজি প্ৰকাশ পাব নতুন SOP….
আজি বিয়লী ৩ বজাত প্ৰকাশ পাব নতুন SOP। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা। যিসকলে এতিয়াও কোভিড ভেকচিন গ্ৰহণ কৰা নাই, তেওঁলোকক ভেকচিন গ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰীৰ। লকডাউন নহয় অসমত সেইকথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
লগতে,…
পুনৰ ভাৰত কোভিডৰ তৃতীয়টো ঢৌত আক্ৰান্ত
পুনৰ ভাৰত কোভিডৰ তৃতীয়টো ঢৌত আক্ৰান্ত হৈছে। ভাৰতত যোৱা ২৪ ঘণ্টাত কোভিড-১৯ৰ ১,১৭,১০০ জন ৰোগী নতুনকৈ আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৩০২ জনৰ। আনহাতে, ৩০০৭ জন ৰোগী আক্ৰান্ত হৈছে অমিক্ৰণত। মহাৰাষ্ট্ৰত সৰ্বাধিক ৮৭৬ জন, দিল্লীত ৪৬৫ জন, কৰ্ণাটকত ৩৩৩…
অ’মিক্ৰনে ভোগালী বিহু পাতিবলৈ দিবনে?
১ জানুৱাৰীৰ পৰা ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে ক’ভিড ৰোগীৰ সংখ্যা৷ আনহাতে, অসমত ২জন লোক অ’মিক্ৰনত আক্ৰান্ত হৈছে৷ এজন ৰোহন দাস। তেওঁক শ্বিলঙত পৰীক্ষা কৰা হৈছিল আৰু আনজন চৌদি আৰবৰ পৰা অহা মহম্মদ মামুদ হুছেইন৷ তেওঁক যোৰহাটত টেষ্ট কৰা হৈছিল৷…
গুৱাহাটী আই আই টিত কভিড`ৰ সংক্ৰমণ
ভাৰতৰ লগতে অসমতো প্ৰত্যেক দিনাই কভিড` ৰোগী ধৰা পৰিছে। এইবাৰ গুৱাহাটী আই আই টিৰ শিক্ষাৰ্থী, বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহত ধৰা পৰিছে কভিড`-১৯। অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কভিড`। আক্রান্তসকলৰ অধিকাংশই বহিঃ ৰাজ্যৰ পৰা অহা শিক্ষাৰ্থী।…
অসমত পুনৰ নহয় লকডাউন
ভাৰতত কভিড`ৰ তৃতীয়টো ঢৌ অ`মিক্ৰনত বৰ্তমানলৈ ২১৩৫ জন লোক আক্ৰান্ত হৈছে। অসমতো কভিড`ৰ সংক্ৰমণ দ্ৰুতগতিত বাঢ়িছে। কভিড`ৰ তৃতীয়টো ঢৌত অসমত প্ৰত্যেক দিনাই ১২০ৰ পৰা ৪৫০ ৰোগী আক্ৰান্ত হৈছে। এইকথা অৱগত কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। লগতে…
ভাৰতত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা
ভাৰতত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা। ২৪ ঘণ্টাত ভাৰতত ৫৮,০৯৭ জন নতুনকৈ ৰোগী কোভিডত আক্ৰান্ত হৈছে আৰু ৫৩৪ জনৰ মৃত্যুৰ হৈছে। আনহাতে অ’মিক্ৰনত ২১৩৫ জন লোক আক্ৰান্ত হৈছে। সৰ্বাধিক মুম্বাইত ১০৮৬০ জন, দিল্লীত ৫৪৮১ জন, বেংগালোৰত ২০৫৩…