সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ক’ভিড

ক’ভিড ভেকচিনৰ বৰ্ষপূতি

আজি ক'ভিড ভেকচিনৰ বৰ্ষপূতি। ১৬ জানুৱাৰী, ২০২১ এই দিনটোৰ পৰাই ভাৰতত আৰম্ভ হৈছে ক'ভিড ভেকচিনৰ প্ৰদান প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মী, ফন্টলাইন  কৰ্মী আৰু ৬০ বছৰ বয়সৰৰ ওপৰৰ সকলো ব্যক্তিকে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছিল কেন্দ্ৰীয় তথা…

দেশত ২৪ ঘণ্টাত ক’ভিডত ২,৬৮,৮৫৩ জন ৰোগী আক্ৰান্ত

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ। শুক্ৰবাৰৰ দিনটোত দেশত ক'ভিড ৰোগীৰ সংখ্যা আছিল ২,৬৪,০০০। আনহাতে শনিবাৰৰ দিনটোত ২৪ ঘণ্টাত আক্ৰান্ত হয় ২,৬৮,৮৫৩ জন ৰোগী। বিগত ২৪ ঘণ্টাত দেশখনত ৪০২ জন লোকৰ মৃত্যু হয় ক'ভিড-১৯ত। যি শনিবাৰৰ তুলনাত কম।…

দুইপালি ভেকচিন নোলোৱা লোকে ওলাব নোৱাৰিব ঘৰৰ পৰা

আজিৰে পৰা ভেকচিন নোলোৱা লোকৰ বাবে কঠোৰ বাধা-নিষেধ জাৰি কৰিছে ৰাজ্য চৰকাৰে। কোভিডৰ দুইপালি ভেকচিন নোলোৱা লোকে আজিৰে ওলাব নোৱাৰিব ঘৰৰ পৰা। হাস্পতালৰ বাহিৰে ৰাজহুৱা স্থানত প্ৰৱেশত কৰিব নোৱাৰিব ভেকচিন নোলোৱা লোকে। লগতে হোটেল, মল, ৰেষ্টুৰেণ্ট…

ক’ভিডত 24 ঘণ্টাত আক্ৰান্ত—

দেশত অব্যাহত আছে ক’ভিড মহামাৰীৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ২,৬৮,৮৩৩ জন লোক। ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪০২ জন ৰোগী। লগতে অমিক্ৰণত আক্ৰান্ত হৈছে ৬০৪১ জন ৰোগী। ইফালে, বিগত ২৪ ঘণ্টাত অসমত ক’ভিডত…

আৰক্ষী অধীক্ষক আনন্দ মিশ্র ক’ভিড-১৯ পজিটিভ

নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্র ক'ভিড-১৯ পজিটিভ। আজি ধৰা পৰে আনন্দ মিশ্ৰৰ দেহত ক'ভিড অৱস্থিতি। বৰ্তমান আৰক্ষী অধীক্ষকজন হোম আইচ'লেছনতে আছে। লগতে ক'ভিড ১৯ ত আক্ৰান্ত হৈছে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু নিৰুপম হাজৰিকা ।…

দেশৰ কোভিড পৰিস্থিতিক লৈ বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোদী

আজি বিয়লী ৪.৩০ বজাত এক গুৰুত্বপূৰ্ণ বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত অংশ ল’ব প্রধানমন্ত্ৰীয়ে। ভিডিঅ’ কনফাৰেন্সযোগে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব মোদী। দেশৰ কোভিড পৰিস্থিতিক লৈ এই বৈঠকত কৰা হ’ব…

ৰাজ্যপাল জগদীশ মুখী কোভিডত আক্ৰান্ত

অসমৰ ৰাজ্যপাল জগদীশ মুখী কোভিড-১৯ত আক্ৰান্ত। বুধবাৰে ৰাজ্যপাল গৰাকীৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ। বৰ্তমান গুৱাহাটী এপ’ল হাস্পতালত চিকিৎসাধীন হৈ আছে ৰাজ্যপাল জগদীশ মুখী ।

কোভিডৰ দ্ৰুত সংক্ৰমণ…..

দেশত কোভিডৰ দ্ৰুত সংক্ৰমণ। ভাৰতত বিগত ২৪ ঘণ্টাত ২,৪৭,৪১৭ জন আক্ৰান্ত হৈছে কোভিড-১৯ ত। কোভিডৰ তৃতীয় ঢৌত বুধবাৰে বিগত ২৪ ঘণ্টাত সৰ্বাধিক আক্ৰান্ত হৈছে ভাৰতত। এসপ্তাহ আগৰ তুলনাত সংক্ৰমণ ১৬৫% তকৈও অধিক বৃদ্ধি হৈছে। মৃত্যু হৈছে ৩৮০ জন। লগতে…

লতা মংগেশকাৰ ক’ভিড-১৯ত আক্রান্ত

ভাৰতৰ নাইটিংগেল লতা মংগেশকাৰ ক’ভিড-১৯ত আক্রান্ত। ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। কিংবদন্তি গায়িকাগৰাকী বৰ্তমান মুম্বাইৰ ব্ৰিচকেণ্ডি চিকিৎসালয়ৰ ICUত চিকিৎসাধীন হৈ আছে। গায়িকাগৰাকীৰ বয়সৰ ওপৰত লক্ষ্য ৰাখি ICU ত চিকিৎসা কৰা হৈছে।

কোনে কৰাব লাগিব কোভিড পৰীক্ষা, কোনে নালাগে ?

কেন্দ্ৰীয় চৰকাৰৰ নতুন আদেশ অনুসৰি ক’ৰোনা ৰোগীৰ সংস্পৰ্শলৈ অহা সকলোৱে কোভিড পৰীক্ষা কৰাৰ প্ৰয়োজন নাই। বৃদ্ধ বা আগৰে পৰা বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা লোকহে কৰিব লাগিব কোভিড পৰীক্ষা। বিশেষকৈ উচ্চ ৰক্তচাপ, হাঁওফাঁও আৰু বৃক্কৰ ৰোগ, মেদবহুলতা…