কোভিডৰ দ্ৰুত সংক্ৰমণ…..

Share This Article

দেশত কোভিডৰ দ্ৰুত সংক্ৰমণ। ভাৰতত বিগত ২৪ ঘণ্টাত ২,৪৭,৪১৭ জন আক্ৰান্ত হৈছে কোভিড-১৯ ত। কোভিডৰ তৃতীয় ঢৌত বুধবাৰে বিগত ২৪ ঘণ্টাত সৰ্বাধিক আক্ৰান্ত হৈছে ভাৰতত। এসপ্তাহ আগৰ তুলনাত সংক্ৰমণ ১৬৫% তকৈও অধিক বৃদ্ধি হৈছে। মৃত্যু হৈছে ৩৮০ জন। লগতে অমিক্ৰণত আক্ৰান্ত সংখ্যা ৫৪৮৮ জন।

আনহাতে অসমতো দ্ৰুত গতিত সংক্ৰমিত হৈছে কোভিড। বুধবাৰ দিনতোত ৩,২৭৪ জন নতুনকৈ কোভিড-১৯ ত আক্ৰান্ত হৈছে। সৰ্বাধিক কামৰূপ(ম)১১৩৮ জন, কাছাৰত ২৮৭ জন, যোৰহাটত ১৭২ জন আক্ৰান্ত হৈছে কোভিডত। মৃত্যু হৈছে ৪ জন।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.