Browsing Category
চিনেমা
অসম সন্তান আদিল হুছেইনলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান
ৱাশ্বিংটন ডিচি দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱত "ৰাহগীৰ" ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিলে অসম সন্তান আদিল হুছেইনে। অভিনেতা জনে টুইটাৰ যোগে ৰাজহুৱা কৰিছে এই কথা। জেষ্ঠ অভিনেতা জনৰ সফলতাক লৈ এতিয়া উৎসাহী অসমৰ জনতা।
ব্ৰীজ ৰ পৰিচালক কৃপাল কলিতা লৈ শ্ৰেষ্ঠ নবাগত পৰিচালক আৰু মূল অভিনেত্ৰী শিৱা ৰাণী কলিতা লৈ শ্ৰেষ্ঠ…
ব্ৰীজ ৰ জড়িয়তে অসমীয়া চলচ্চিত্ৰ লৈ আহিছে আন এক সূখবৰ ! ৫ -২১ আগষ্ট ২০২১ লৈ সদ্যসমাপ্ত সন্মানীয় ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল চিনচিনেটি (Indian film festival of CINCINNATI-2021) ত কৃষ্টি পথাৰ ৰ বেনাৰত কৃপাল কলিতা ৰ পৰিচালনা ৰে নিৰ্মিত…
ট্ৰেজেডি কিঙৰ চিৰবিদায়…
বলীউদৰ” ট্ৰেজেডি কিঙ” দিলীপ কুমাৰ আৰু নাই ৷ বুধবাৰে পুৱা ৭ বজাত মুম্বাইৰ হিন্দুজা হাস্পতালত তেও শেষ নিশ্বাস ত্যাগ কৰে ৷ শ্বাস- প্ৰশ্বাসত পোৱা অসুবিধাৰ বাবে স্বনামধন্য অভিনেতাগৰাকীক যোৱা ৩০ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ জীৱন – মৃত্যুৰ…
চিনেমা হল অতীত হ’ল নেকি ? কোন কেইখন চিনেমাই মুক্তি পাব আপোনাৰ মোবাইলত ?
লকডাউনৰ বাবে কি দহখন নতুন চিনেমা মুক্তি পাব ডিজিটেল মাধ্যমত ?
ক’ৰোনাৰ আতংকৰ মাজতে প্ৰায় দুমাহ ধৰি লকডাউন চলিছে দেশত ৷ দেশৰ প্ৰায় সকলোধৰনৰ উদ্যোগ বাণিজ্যৰ ওপৰত পৰিছে মাধমাৰ ৷ অৱধাৰিতবাবেই অভাৱনীয় ক্ষতিৰ মুখামুখি হৈছে চিনেমা উদ্যোগ ৷সমস্ত…
কাৰ্তিক আৰ্য়ানে কোন অভিনেত্ৰীৰ লগত কোৱাৰেন্টাইন কৰিব খোজে?
নিৰ্জন দ্বীপ এটাত আপোনাক অকলে থাকিবলৈ দিলে লগত কাক নিবলৈ বিচাৰিব? সাক্ষাৎকাৰত সঘনে সোধা এটা প্ৰশ্ন৷ একেটা প্ৰশ্নই সোধা হৈছিল বলীউদৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰ্য়ানক৷ কিন্তু এই প্ৰশ্নৰ উত্তৰত কাৰ্তিক আৰ্য়ানে যি উত্তৰ দিলে সেয়া শুনি বহু…