সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

Mock Drill: গৃহ মন্ত্ৰালয়ে কিয় দিলে মক ড্ৰিলৰ নিৰ্দেশ? ইয়াৰ পূৰ্বে দেশত কেতিয়া বাজিছিল চাইৰেন?

Mock Drill: ২২ এপ্ৰিলত জন্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক লৈ সতৰ্ক হৈছে নৰেন্দ্ৰ মোদী চৰকাৰ। এই ঘটনাত ২৬ গৰাকী নিৰীহ লোকৰ মৃত্যুৱে নিৰাপত্তাৰ দিশটোক লৈ নতুন চিন্তা বঢ়াই তুলিছে। এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

Assam Panchayat Election 2025: এইবাৰৰ পঞ্চায়ত নিৰ্বাচন আৰু ৫ টা শিকনি!

Assam Panchayat Election 2025: বহু জল্পনা-কল্পনা আৰু এটা দীঘলীয়া বিৰতিৰ অন্তত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ল৷ ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত ভোটগ্ৰহণৰ পাছত ১১ মে’ত ঘোষণা কৰা হ’ব ফলাফল৷ বিগত সময়ছোৱাত প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী প্ৰচাৰ…

Sivasagar Congress leader resigns: নেতৃত্বৰ প্ৰতি ক্ষোভ! শিৱসাগৰত পঞ্চায়তৰ ভোটগ্ৰহণৰ পাছতেই কংগ্ৰেছ…

প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্তৰ এদিন পাছতে শিৱসাগৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰিলে হেমকান্ত গগৈয়ে (Sivasagar Congress leader resigns)। দলৰ নেতৃত্বৰ প্ৰতি তীব্ৰ ক্ষোভ আৰু কেইবাটাও অভিযোগ উত্থাপন কৰি তেওঁ জিলা…

ISC Topper Srijani: এৰিছিল পিতৃ-মাতৃৰ উপাধি, নাছিল ধৰ্ম; জানো আহক ISC ত শীৰ্ষস্থান প্ৰাপ্ত সৃজনীৰ…

ISC Topper Srijani: দেশে স্বাধীনতা লাভৰ ৭৮ বছৰ হ’ল। কিন্তু স্বাধীনতাৰ ৭৮ বছৰ পিছতো লাগি থাকিল এটা ৰোগ। নাম বৈষম্যতা। ভাৰতত বহু প্ৰকাৰৰ বৈষম্য আছে। ধৰ্মীয়, সামাজিক, অৰ্থনৈতিক বৈষম্য ইত্যাদি ইত্যাদি। আজিও বৈষম্যতাৰ কৱলত পৰি হীনমান্যতাত ভুগি…

নিৰ্বাচনৰ পূৰ্বে অন্তৰ্কন্দলত জৰ্জৰিত বিজেপি

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অভূতপূৰ্ব সংকটৰ মুখামুখি হৈছে বিজেপি দল৷ দলৰ মাজতে গা কৰি উঠিছে প্ৰবল অন্তৰ্কন্দলে৷ যাৰ বাবে ইজনৰ পাছত সিজন নেতা কৰ্মীক বহিষ্কাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে গেৰুৱা দলটোৰ ভিতৰত৷ পহিলা ব’হাগতেই প্ৰথমবাৰৰ বাবে…

বিশেষজ্ঞৰ পৰামৰ্শ নস্যাৎ! স্বতন্ত্ৰ কৰ্তৃপক্ষ অবিহনে গেৰুকামুখৰ প্ৰকল্পত উৎপাদনৰ বাবে সাজু NHPC

চৰকাৰে মানি লোৱা বিশেষজ্ঞৰ প্ৰতিবেদনকো নস্যাৎ কৰি তথা সৰ্বসন্মত চৰ্ত জলাঞ্জলি দি NHPC-য়ে গেৰুকামুখৰ জলবিদ্যুত প্ৰকল্পৰ উৎপাদন কাম আৰম্ভ কৰিবলৈ আগবাঢ়িছে। প্ৰাপ্ত খবৰ অনুসৰি, মে’ৰ মাহৰ শেষৰ পৰা উৎপাদনৰ বাবে সাজু নামনি সোৱনশিৰি জলবিদ্যুত…

Nuclear Power in Pakistan: পশ্চিমীয়া দেশৰ পৰা চুৰি কৰা ধাৰণাৰে পাকিস্তান আজি পাৰমানৱিক শক্তি

Nuclear power in Pakistan: পশ্চিমীয়া দেশৰ পৰা পাকিস্তানলৈ চুৰি কৰি নিছিল পাৰমানৱিক শক্তিৰ সূত্ৰ। ভাৰতত জন্ম হোৱা এজন পাকিস্তানীয়ে দেশখনক গঢ় দিছিল পাৰমানৱিক শক্তি। কেনেকৈ পাৰমানৱিক শক্তি হৈছিল পাকিস্তান ইয়াৰ আঁৰত আছে এক আশ্বৰ্যকৰ কাহিনী।…

Caste Census: জাতিগত লোকপিয়লেৰে সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদীয়ে!

কাৰ্যতঃ সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ দেশত যুদ্ধৰ উত্তেজনা বিৰাজ কৰি থকা সময়তে নৰেন্দ্ৰ মোদী চৰকাৰে দেশত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল (Caste Census) কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেনেদৰে এই গণনা কৰা…

POK- আচলতে কিমান ‘আজাদ’?

চিৰবৈৰী পাকিস্তানে অবৈধভাৱে দখল কৰা অঞ্চল-‘আজাদ কাশ্মীৰ’ আৰু ‘গিলগিট-বাল্টিস্তান’। যাক কোৱা হয় POK বা Pakistan Occupied Kashmir। ১৯৪৭ চনত যিসময়ত পূৰ্বৰ ৰাজকীয় ৰাজ্য জম্মু আৰু কাশ্মীৰ আনুষ্ঠানিক আৰু আইনগতভাৱে ভাৰতত চামিল হৈছিল, সেই সময়তে…

ভাৰতত কেনেকৈ ওলাল হাজাৰ হাজাৰ পাকিস্তানী?

কেনেকৈ ভাৰতত ওলাল হাজাৰ হাজাৰ পাকিস্তানী? কেনেকৈ ভাৰতত বসবাস কৰি আছিল পাকিস্তানী নাগৰিক? এই প্ৰশ্নৰ অৱতাৰণা হোৱাৰ কাৰণ আছে। হাজাৰ হাজাৰ পাকিস্তানীয়ে ভাৰতত বাস কৰি আছিল। পহলগামৰ ঘটনাৰ পাছতেই এই কথা পোহৰলৈ আহিল। ইয়াৰ পাছতেই এতিয়া প্ৰশ্নৰ উদয়…