Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
ক্ষন্তেক পাছতে নৰেন্দ্ৰ মোদীৰ নতুন মন্ত্ৰীসভাৰ ৪৩ গৰাকীকৈ মন্ত্ৰীয়ে শপত ল’ব ৷ ইয়াৰে ২৪ গৰাকী হ’ব নতুন মুখৰ মন্ত্ৰী ৷ বিগত সাত বছৰত এইখনেই হ’ব নৰেন্দ্ৰ মোদীৰ আটাইতকৈ ডাঙৰ মন্ত্ৰীসভা ৷ এই নতুন মন্ত্ৰীসভাৰ কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে…
অসমত কিয় , কোনে বলবৎ নকৰে মাইক্ৰ’ফাইনেন্স ৰেগুলেশ্যন আইন ?
নাহৰকটীয়াৰ দুহেজাৰ মহিলাই হাতেবোৱা দুহেজাৰ গামোচা উপহাৰ দিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক ৷ জনসংযোগ বিভাগে প্ৰকাশ কৰা বিবৃতি অনুসৰি মইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ পাছত এইদৰেই গামোচাৰে মুখ্যমন্ত্ৰীগৰাকীক কৃতজ্ঞতা…
গামোচা , পিঠা- লাৰু , টেট পৰীক্ষা সন্দৰ্ভত অসম চৰকাৰে কি সিদ্ধান্ত ল’লে ?
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে জনতা ভৱনত অনুষ্ঠিত হয় অষ্টমসংখ্যক কেবিনেট বৈঠক ৷ এই বৈঠকত গামোচা , পিঠা - লাৰুৰ পৰা আৰম্ভ কৰি টেট পৰীক্ষালৈ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৷ আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা…
কোন ১১ জন মন্ত্ৰীয়ে পদত্যাগ কৰিলে মোডী কেবিনেটৰ পৰা?
জল্পনা কল্পনা অব্যাহত আছে নৰেন্দ্ৰ মোডীৰ সম্প্ৰসাৰিত কেবিনেটক লৈ৷সম্প্ৰসাৰিত মোডী কেবিনেটত কোনে কি দপ্তৰ লাভ কৰিব,অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালক কি দপ্তৰ প্ৰদান কৰা হব-এইধৰণৰ উৎকন্ঠা অব্যাহত থকাৰ মাজতে,মোডী মন্ত্ৰীসভাৰ পৰা…
ইউছুফ খানৰ পৰা দিলীপ কুমাৰলৈ ,ফলৰ বেপাৰীৰ পৰা যুগজয়ী অভিনেতালৈ …..
বিশ্ববাসীয়ে দিলীপ কুমাৰ নামেৰে চিনি পোৱা , দুৰন্ত অভিনয়েৰে প্ৰতিগৰাকী দৰ্শকৰ মনত নিগাজী হৈ ৰোৱা এইগৰাকী যুগজয়ী অভিনেতাই কাহানিও ভবা নাছিল যে এদিন তেও পাহৰি যাব লাগিব পিতৃ – মাতৃয়ে দিয়া আচল নামটোও ৷১৯২২ চনত জন্ম হোৱা দিলীপ কুমাৰৰ দেউতাক আছিল…
মোডী মন্ত্ৰীসভাৰ সমবায় মন্ত্ৰালয়ৰ ভাগ্য লিখা আছে নেকি সর্বানন্দ সোণোৱালৰ কপালত?
মোডী মন্ত্ৰীসভাৰ কোনটো দপ্তৰৰ মন্ত্ৰী হব সর্বানন্দ সোণোৱাল?কি লিখা আছে সর্বানন্দ সোণোৱালৰ কপালত৷আজি বর্ধিত মোডী মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীসকলৰ নাম ঘোষণা হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷মুখ্যমন্ত্ৰীৰ চকী হিমন্ত বিশ্ব শর্মাৰ হাতত গতাই দিয়াৰ পুৰস্কাৰ…
২৪ আকবৰ ৰোড- ক্ষমতাৰ উৱলি যোৱা ঠিকনা -৩
অৰূপ কলিতাৰ কলমত-
ভাৰতৰ নিগাজী ঠিকনা লোৱাৰ পাছৰে পৰা এটাৰ পাছত আন এটা অভাৱনীয় দুৰ্যোগৰ মুখামুখি হ’ল ছোনিয়া গান্ধী ৷ জৰুৰীকালীন সময়ত তেওলোকৰ পৰিয়াল একপ্ৰকাৰ এঘৰীয়া হৈ পৰিল ৷ সেই সময়ৰ সংগী আছিল কেৱল অমিতাভ বচ্চনৰ পৰিয়ালটো ৷ তাৰ পাছতে…
পুৱাই কঁপিল অসম ৷অভিকেন্দ্ৰ ক’ত ?
বুধবাৰে পুৱাই এক মৃদু ভূমিকম্পত কঁপি উঠিল সমগ্ৰ অসম আৰু মেঘালয় ৷ ৰিখটাৰ স্কেলত ৫.২ প্ৰাবল্যৰ এই ভূমিকম্পৰ কম্পন অনুভূত হয় পুৱা ৮.৪৫ বজাত ৷ এই ভূমিকম্পৰ অভিকেন্দ্ৰ অসমৰ গোৱালপাৰা জিলা ৷ প্ৰাপ্ত বাতৰি অনুসৰি , অসম- মেঘালয়ৰ লগতে পশ্চিমবংগৰ…
ট্ৰেজেডি কিঙৰ চিৰবিদায়…
বলীউদৰ” ট্ৰেজেডি কিঙ” দিলীপ কুমাৰ আৰু নাই ৷ বুধবাৰে পুৱা ৭ বজাত মুম্বাইৰ হিন্দুজা হাস্পতালত তেও শেষ নিশ্বাস ত্যাগ কৰে ৷ শ্বাস- প্ৰশ্বাসত পোৱা অসুবিধাৰ বাবে স্বনামধন্য অভিনেতাগৰাকীক যোৱা ৩০ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ জীৱন – মৃত্যুৰ…
উচ্চ ন্যায়ালয়ত নিয়া-বিপদত অখিল গগৈ!
বিপদে লগ এৰা নাই অখিল গগৈক৷সৌ সিদিনা নিয়াৰ আদালতে দোষমুক্ত ঘোষণা কৰা অখিল গগৈৰ বিৰুদ্ধে পুনৰ তৎপৰ হৈ উঠিছে নিয়া৷ চর্চিত বাতৰি অনুসৰি নিয়াৰ আদালতে অখিল গগৈৰ সপক্ষে দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই এইবাৰ নিয়া দাৰস্থ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷