পুৱাই কঁপিল অসম ৷অভিকেন্দ্ৰ ক’ত ?

Share This Article

বুধবাৰে পুৱাই এক মৃদু ভূমিকম্পত কঁপি উঠিল সমগ্ৰ অসম আৰু মেঘালয় ৷ ৰিখটাৰ স্কেলত ৫.২ প্ৰাবল্যৰ এই ভূমিকম্পৰ কম্পন অনুভূত হয় পুৱা ৮.৪৫ বজাত ৷ এই ভূমিকম্পৰ অভিকেন্দ্ৰ অসমৰ গোৱালপাৰা জিলা ৷ প্ৰাপ্ত বাতৰি অনুসৰি , অসম- মেঘালয়ৰ লগতে পশ্চিমবংগৰ কোচবিহাৰ , জলপাইগুৰি আদি জিলাৰ উপৰিও বাংলাদেশকো জোকাৰি যায় ভূমিকম্পটোৱে ৷ এতিয়ালৈকে কোনো ক্ষয় –ক্ষতিৰ বাতৰি অহা নাই ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.