Investigative reporting with dedication.
কিয় গোপন কৰা হৈছে কাছাৰ কাগজ কলৰ ভূ-গর্ভত থকা তৈল ক্ষেত্ৰৰ তথ্য?

কাছাৰ কাগজ কল বিক্ৰীৰ আঁৰৰ বৃহৎ মুনুফা লুটাৰ অভিসন্ধি উন্মোচিত হৈছে৷কাছাৰ কাগজ কলৰ ভূ-গর্ভত থকা তিনিটাকৈ তৈল ভাণ্ডাৰৰ তথ্য গোপন কৰি ৰাষ্ট্ৰীয় সম্পত্তি ব্যক্তিগত মালিকৰ হাতত নগণ্য টকাত গতাই দিয়াৰ পৰিকল্পনা কৰা হৈছে৷শেহতিয়াকৈ লিকুইডেটৰ কুলদ্বীপ বার্মাই কাছাৰ কাগজ কল আৰু…










