সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উচ্চ ন্যায়ালয়ত নিয়া-বিপদত অখিল গগৈ!

বিপদে লগ এৰা নাই অখিল গগৈক৷সৌ সিদিনা নিয়াৰ আদালতে দোষমুক্ত ঘোষণা কৰা অখিল গগৈৰ বিৰুদ্ধে পুনৰ তৎপৰ হৈ উঠিছে নিয়া৷ চর্চিত বাতৰি অনুসৰি  নিয়াৰ আদালতে অখিল গগৈৰ সপক্ষে দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই এইবাৰ নিয়া দাৰস্থ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷

Leave A Reply

Your email address will not be published.