Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
টকীঅ'ৰ পৰা সুখবৰ৷প্ৰি কোৱার্টাৰলৈ উন্নীত অসম কণ্যা লাভলীনা বৰগোহাই৷
ভাৰতক প্ৰতিনিধিত্ব কৰি টকীঅ' অলিম্পিকলৈ যোৱা অসম কণ্যা লাভলীনা বৰগোহাইৰ প্ৰথমটো সফলতাই এতিয়াই আনন্দৰ বন্যা কঢ়িয়াই আনিছে অসমলৈ৷
ঘানাৰ পৰা চন্দ্ৰপুৰলৈ : জাবৰৰ নামত বিশ্বত কিহৰ ৰাজনীতি চলিছে ?
জুৰি বৰুৱা
বিশ্বৰ আটাইতকৈ বৃহৎ ইলেকট্ৰ’নিক জাবৰৰ ডাম্পিং গ্ৰাউণ্ড হৈছে ঘানাৰ এগবগব্লছি ৷ আফ্ৰিকা মহাদেশৰ ঘানা তৃতীয় বিশ্বৰ এখন অত্যন্ত দৰিদ্ৰ দেশ ৷ গুগল কৰি এগবগব্লছিক চালে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব ৷ ২০ বছৰ বয়সতে কেঞ্চাৰত…
লাভলীনা : বৰপথাৰ ছোৱালী হাইস্কুলৰ পৰা অলিম্পিকৰ বক্সিঙ ৰিঙলৈ
২০১১ চনত ভাৰতীয় খেল প্ৰাধিকৰণৰ (ছাই) এটা দল আহিছিল সৰুপথাৰলৈ প্ৰতিভাৰ সন্ধানত ৷ ছোৱালীজনীয়ে সেই দলটোৰ সন্মুখত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিলে ৷ তিনিমাহৰ পাছত ছাইলৈ নিৰ্বাচিত হোৱাৰ খৱৰ আহিল ৷
পেগাছাছ : ইজৰাইল – ফ্ৰান্সৰ তদন্ত ঘোষণা , ভাৰতৰ ওলোটা স্থিতি
ইজৰাইলী ছফটৱেৰ পেগাছাছৰ দ্বাৰা সাংবাদিক , সমাজকৰ্মী , ৰাজনীতিকৰ ওপৰত নজৰদাৰী কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত দেশে দেশে খলকনি লাগিছে ৷ বিশেষকৈ এই ছফটৱেৰ বিক্ৰী কৰা দেশ ইজৰাইলেও পেগাছাছৰ অপব্যৱহাৰ সন্দৰ্ভত তদন্ত কৰিবৰ বাবে বিশেষ মন্ত্ৰীগোট গঠন…
অক্সিজেনৰ অভাৱত কিমান লোকৰ মৃত্যু হ’ল ?
ৰাজ্যসভাত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰক সোধা হৈছিল যে দেশত অক্সিজেনৰ অভাৱত কিমান লোকৰ মৃত্যু হৈছে ? উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে অক্সিজেনৰ অভাৱত দেশত কোনো লোকৰ মৃত্যু হোৱা নাই ৷ স্বাস্থ্য…
চৰকাৰে লুকুৱাইছে তথ্য : ভাৰতত ক’ৰোণাত ৪৯ লাখৰ মৃত্যু
কোভিড মহামাৰীৰ দ্বিতীয় ঢৌত ভাৰতত চৰকাৰী পৰিসংখ্যাই কোৱাৰ দৰে ৪ লাখ নহয় , মৃত্যু হৈছে ৪৯ লাখ লোকৰ ৷ জুন মাহৰ শেষলৈ দেশখনত ক'ৰোণাত আক্ৰান্ত হৈ এই বৃহৎ সংখ্যক লোকৰ মৃত্যু হৈছে ৷ এই চাঞ্চল্যকৰ প্ৰতিবেদন প্ৰকাশ কৰিছে ৱাশ্বিঙটনৰ আন্তৰ্জাতিক…
মেট্ৰিকৰ পৰীক্ষাৰ্থীক লৈ আৰু কিমান খেলা চলিব ?
বয়স তেওলোকৰ পোন্ধৰ অথবা ষোল্ল ৷ কুমলীয়া বয়সতে কান্ধ পাতি ল'বলগীয়া হৈছে অভিভাৱকৰ সপোন আৰু এখন সমাজৰ আকাংক্ষাৰ বোজা ৷ নম্বৰ আৰু ফলাফল সৰ্বস্ব শিক্ষা ব্যৱস্থাত তেওলোক সাজু হৈছিল জীৱনৰ প্ৰথমটো বৃহৎ পৰীক্ষাৰ বাবে ৷ কিন্তু কোভিড মহামাৰীয়ে সূচনা…
অসমৰ ৮ লাখ কৃষকে কিয় ঘূৰাই দিব লাগিব ৫৫৪ কৌটি টকা ?
শেহতীয়াকৈ অসম আন এক অবাঞ্চিত অভিলেখৰ গৰাকী হৈছে ৷ ভুৱা কৃষকৰ পৰিসংখ্যাত দেশৰ ভিতৰতে শীৰ্ষত আছে অসম ৷ এই তথ্য সদনত দাঙি ধৰিছে খোদ কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ৷
মঙলবাৰে সদনত কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীক সোধা হৈছিল যে পি এম…
পেগাছাছৰ টাৰ্গেটত ড:সমুজ্জ্বল ভট্টাচাৰ্য , অনুপ চেতিয়া
দেশজুৰি খলকনিৰ সৃষ্টি কৰা পেগাছাছ টাৰ্গেট লিষ্টত এইবাৰ আছুৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল ভট্টাচাৰ্য আৰু আলোচনা পন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ ফোন নম্বৰো পোৱা গৈছে ৷ দ্য ৱায়াৰত প্ৰকাশিত বাতৰি অনুসৰি , দেশৰ যিসকল লোকৰ ফোন নম্বৰত…
ভাৰতত মহিলাই কিয় ভেকচিন লোৱা নাই ?
কোভিড মহামাৰীৰ টিকাকৰণৰ ক্ষেত্ৰত বৰ্তমান ভাৰতবৰ্ষ দ্বিতীয় স্থানত আছে। চীনে ১.৩ আৰব ডোজ ভেকচিন প্ৰদান কৰি প্ৰথম স্থানত আছে আৰু ৩৯.৫ কোটি ভেকচিন প্ৰদান কৰি দ্বিতীয় স্থানত আছে ভাৰত।
কেন্দ্ৰীয় চৰকাৰৰ দাবী অনুসৰি , এই বছৰলৈ দেশৰ জ্যেষ্ঠ…