সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰি কোৱার্টাৰলৈ উন্নীত অসম কণ্যা লাভলীনা বৰগোহাই৷

টকীঅ’ৰ পৰা সুখবৰ৷প্ৰি কোৱার্টাৰলৈ উন্নীত অসম কণ্যা লাভলীনা বৰগোহাই৷

ভাৰতক প্ৰতিনিধিত্ব কৰি  টকীঅ’ অলিম্পিকলৈ যোৱা অসম কণ্যা লাভলীনা বৰগোহাইৰ প্ৰথমটো সফলতাই এতিয়াই আনন্দৰ বন্যা কঢ়িয়াই আনিছে অসমলৈ৷

Leave A Reply

Your email address will not be published.