The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

চৰকাৰে লুকুৱাইছে তথ্য : ভাৰতত ক’ৰোণাত ৪৯ লাখৰ মৃত্যু

কোভিড মহামাৰীৰ দ্বিতীয় ঢৌত ভাৰতত চৰকাৰী পৰিসংখ্যাই কোৱাৰ দৰে ৪ লাখ নহয় , মৃত্যু হৈছে  ৪৯ লাখ লোকৰ ৷ জুন মাহৰ শেষলৈ দেশখনত ক’ৰোণাত আক্ৰান্ত হৈ এই বৃহৎ সংখ্যক লোকৰ মৃত্যু হৈছে ৷ এই চাঞ্চল্যকৰ প্ৰতিবেদন প্ৰকাশ কৰিছে ৱাশ্বিঙটনৰ আন্তৰ্জাতিক…

মেট্ৰিকৰ পৰীক্ষাৰ্থীক লৈ আৰু কিমান খেলা চলিব ?

বয়স তেওলোকৰ পোন্ধৰ অথবা ষোল্ল ৷ কুমলীয়া বয়সতে কান্ধ পাতি ল’বলগীয়া হৈছে অভিভাৱকৰ সপোন আৰু এখন সমাজৰ আকাংক্ষাৰ বোজা ৷ নম্বৰ আৰু ফলাফল সৰ্বস্ব শিক্ষা ব্যৱস্থাত তেওলোক সাজু হৈছিল জীৱনৰ প্ৰথমটো বৃহৎ পৰীক্ষাৰ বাবে ৷ কিন্তু কোভিড মহামাৰীয়ে সূচনা কৰিলে…

অসমৰ ৮ লাখ কৃষকে কিয় ঘূৰাই দিব লাগিব ৫৫৪ কৌটি টকা ?

শেহতীয়াকৈ অসম আন এক অবাঞ্চিত অভিলেখৰ গৰাকী হৈছে ৷ ভুৱা কৃষকৰ পৰিসংখ্যাত দেশৰ ভিতৰতে শীৰ্ষত আছে অসম ৷ এই তথ্য সদনত দাঙি ধৰিছে খোদ কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ৷ মঙলবাৰে সদনত কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীক সোধা হৈছিল যে পি এম কিষাণ…

পেগাছাছৰ টাৰ্গেটত ড:সমুজ্জ্বল ভট্টাচাৰ্য , অনুপ চেতিয়া

দেশজুৰি খলকনিৰ সৃষ্টি কৰা পেগাছাছ টাৰ্গেট লিষ্টত  এইবাৰ আছুৰ মুখ্য উপদেষ্টা ড: সমুজ্জ্বল ভট্টাচাৰ্য আৰু আলোচনা পন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ ফোন নম্বৰো পোৱা গৈছে  ৷ দ্য ৱায়াৰত প্ৰকাশিত বাতৰি অনুসৰি , দেশৰ যিসকল লোকৰ ফোন নম্বৰত পেগাছাছ ভাইৰাছ সংস্থাপিত…

ভাৰতত মহিলাই কিয় ভেকচিন লোৱা নাই ?

কোভিড মহামাৰীৰ টিকাকৰণৰ ক্ষেত্ৰত বৰ্তমান ভাৰতবৰ্ষ দ্বিতীয় স্থানত আছে। চীনে ১.৩ আৰব ডোজ ভেকচিন প্ৰদান কৰি প্ৰথম স্থানত আছে আৰু ৩৯.৫ কোটি ভেকচিন প্ৰদান কৰি দ্বিতীয় স্থানত আছে ভাৰত। কেন্দ্ৰীয় চৰকাৰৰ দাবী অনুসৰি , এই বছৰলৈ দেশৰ জ্যেষ্ঠ নাগৰিকসকলক ভেকচিন…

কোভিশিল্ড নে কোভাক্সিন – কোনটো বেছি ভাল ?

কোভিশিল্ড নে কোভাক্সিন – কোনটো বেছি ভাল ? ভেকচিন গ্ৰহণকাৰীসকলৰ বাবে ই এটা উত্তৰ বিহীন প্ৰশ্ন ৷ এই প্ৰশ্নৰ উত্তৰ বিচাৰি ১০ গৰাকী চিকিৎসকে এক সমীক্ষা চলায় কলকাতাৰ পিয়াৰলেছ হাস্পতালত ৷ সমীক্ষাৰ ফলাফল অনুসৰি , দুয়োটা ভেকচিনৰে ফলাফল সমান ৷…

কেনেকৈ ৰাজ কুন্দ্ৰাই প্ৰচাৰ কৰে অশ্লীল চিনেমা ?

ৰাজ কুন্দ্ৰা ৷ অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৷ লগতে এগৰাকী সফল ব্যৱসায়ী ৷ আই পি এলতো অংশীদাৰীত্ব আছে ৰাজ কুন্দ্ৰাৰ ৷ সাধাৰণ ৰেষ্টুৰেণ্টৰ ব্যৱসায়ৰ পৰা কেৰিয়াৰ আৰম্ভ কৰি আজি ৰাজ কুন্দ্ৰা আজি এজন আৰৱপতি ৷ কিন্তু ৰাজ কুন্দ্ৰাই টকা ঘটে…

পেগাছাছৰ সহায়ত কৰ্ণাটক চৰকাৰৰ পতন ঘটোৱা হৈছিল নেকি ?

পেগাছাছ নামৰ স্পাইৱেৰটো কিদৰে কাৰোবাৰ মৃত্যুৰ কাৰণ হৈ উঠিব পাৰে , সেয়া দ্য ক্ৰছকাৰেন্টৰ পূৰ্বৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে ৷ সেয়া আছিল বিদেশৰ ঘটনা ৷ কিন্তু ভাৰতত পেগাছাছৰ সহায়ত চৰকাৰৰ পতন ঘটোৱাৰ এক বিস্ফোৰক বাতৰি শেহতীয়াকৈ পোহৰলৈ আহিছে ৷…

কংগ্ৰেছ সভাপতিসহ ৭ বিধায়ক বিজেপিলৈ

অস্তিত্বৰ সংকট আতৰা নাই কংগ্ৰেছ শিবিৰৰ পৰা ৷ এইবাৰ খোদ দলটোৰ সভাপতিসহ ৭ গৰাকী বিধায়কে যোগ দিবলৈ ওলাইছে  বিজেপি দলত ৷ এই ঘটনা মণিপুৰৰ ৷ ৰাজ্যখনত কংগ্ৰেছৰ আভ্যন্তৰীণ সংকটে গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পাছত কালি আন এক সংকটৰ সন্মুখীন হয়…

পেগাছাছক লৈ হিমন্ত বিশ্ব শৰ্মাই যি কথা নক’লে ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি  ক’লে ? ইজৰাইলী  স্পাইৱেৰ পেগাছাছৰ ব্যৱহাৰক লৈ উত্তাল দেশৰ ৰাজনীতি ৷ সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধীয়ে নিৰন্তৰ উত্থাপণ কৰিছে এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী ৷ এই দাবীৰে বিগত দুদিন ধৰি সংসদ উত্তাল হৈ থকাৰ পাছত শাসকীয়…