Investigative reporting with dedication.
পেগাছাছক লৈ হিমন্ত বিশ্ব শৰ্মাই যি কথা নক’লে ?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক’লে ? ইজৰাইলী স্পাইৱেৰ পেগাছাছৰ ব্যৱহাৰক লৈ উত্তাল দেশৰ ৰাজনীতি ৷ সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিৰোধীয়ে নিৰন্তৰ উত্থাপণ কৰিছে এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী ৷ এই দাবীৰে বিগত দুদিন ধৰি সংসদ উত্তাল হৈ থকাৰ পাছত শাসকীয়…










