Reporting on
তৃণমূলত যোগ দিব অসমৰ এজন সাংসদে !

অসমৰ এজন সাংসদে লাভ কৰিছে তৃণমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাব ৷ এই কথা স্বীকাৰ কৰি সাংসদ গৰাকীয়ে কৈছে –“ অসমৰ দায়িত্বপ্ৰাপ্ত তৃণমূলৰ নেতাসকলৰ সৈতে আমাৰ সম্পৰ্ক খুবেই ভাল ৷....
Reporting on

অসমৰ এজন সাংসদে লাভ কৰিছে তৃণমূল কংগ্ৰেছত যোগদানৰ প্ৰস্তাব ৷ এই কথা স্বীকাৰ কৰি সাংসদ গৰাকীয়ে কৈছে –“ অসমৰ দায়িত্বপ্ৰাপ্ত তৃণমূলৰ নেতাসকলৰ সৈতে আমাৰ সম্পৰ্ক খুবেই ভাল ৷....

“ আইনৰ ৰছীৰে আমাৰ দুহাত বন্ধা ৷ ইচ্ছা থাকিলেও বহু কথা প্ৰকাশ কৰিব নোৱাৰো ৷ আনকি বহুক্ষেত্ৰত প্ৰতিবাদো কৰিব পৰা নাই ৷ এই বিষয়ত উচিত সময়ত এখন কিতাপ লিখি সকলো কথা প্ৰকাশ কৰিম ৷”

চৰকাৰক কঠিন প্ৰশ্ন কৰক ৷ – সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱা আগে আগে বিৰোধীক উদ্দেশ্যি এই বাৰ্তা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ সংসদত প্ৰৱেশৰ আগমুহূৰ্তত সংবাদমাধ্যমক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰ ক’ৰোণাক লৈ সংসদত আলোচনা কৰিবলৈ সাজু ৷…

উদ্বেগজনক হৈ পৰিছে উত্তৰ- পূৱৰ কোভিড পৰিস্থিতি ৷ ক’ৰোণাৰ ডেল্টা ভেৰিয়েন্টৰ সংক্ৰমণৰ বাবে উত্তৰ পূৱত কোভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ পৰিস্থিতিৰ ইমানেই অৱনতি ঘটিছে যে মণিপুৰত ১০ দিনীয়া সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে ৷ ত্ৰিপুৰাত জাৰি কৰা…

নেলছন মেণ্ডেলা, কেৱল মাত্ৰ এটা নাম নহয়, এটা সত্বা। বিশ্বৰ বহু সংগ্ৰামী সপোনৰ বাবে অনুপ্ৰেৰণাৰ আন এটা নাম নেলছন মেণ্ডেলা। দক্ষিণ আফ্ৰিকাৰ প্ৰথম গৰাকী কৃষ্ণাংগ ৰাষ্টপতি নেলছন মেণ্ডেলাৰ বিষয়ে হয়তো নতুনকৈ বিশেষ কোৱাৰ প্ৰয়োজন নাই। বৰ্ণবৈষম্যৰ বিৰুদ্ধে বজ্ৰকণ্ঠ মেণ্ডেলাই জীৱনৰ…

কংগ্ৰেছত অব্যাহত আছে খহনীয়া ৷ ক্ৰমাগতভাৱে দ্বিতীয়বাৰ ৰাজ্যত মুখথেকেচা খোৱাৰ পাছত দলটোৰ বহু নেতাই ইতিমধ্যে দলত্যাগ কৰিছে ৷ ইয়াৰ ভিতৰত আছে মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও ৷ কুৰ্মীৰ পাছে পাছে দলত্যাগ কৰিবলৈ সাজু হৈছে আন এগৰাকী কংগ্ৰেছী বিধায়কে ৷ চৰ্চা অনুসৰি…

অতি পৰিতাপৰ বিষয় এইটোৱে যে সকলো প্ৰচেষ্টাৰ পিছতো বিশ্বত প্ৰতি মিনিটত ১১ জন লোক অনাহাৰ আৰু ভোকত মৰে। যোৱা বছৰত সমগ্ৰ বিশ্বতে দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ সন্মুখীন হোৱা লোকৰ সংখ্যা ছয়গুণ বৃদ্ধি পাইছে।

উচ্চ শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ সকলো প্ৰাদেশীকৃত, চৰকাৰী আৰু মডেল মহাবিদ্যালয়লৈ নিযুক্তি বন্ধৰ বাবে এখন জাননী প্ৰেৰণ কৰিছে যদিও জাননীখনত স্পষ্ট কৰি দিয়া নাই যে কিয় এনে নিৰ্দেশ দিয়া হৈছে।

নতুন বাজেটে কিমান হিতাধিকাৰী সৃষ্টি কৰিব? নতুন বাজেট অনুসৰি হিতাধিকাৰীৰ বাবে কিমান ধন ব্যয় কৰা হব? নতুন বাজেটক লৈ আলোচনা সমালোচনা অব্যাহত আছে৷বহুতেই বাজেটক হিতাধিকাৰী সৃষ্টিৰ বাজেট বুলিও আখ্যা প্ৰদান কৰিছে৷কিন্তু কেনেদৰে হিতাধিকাৰী সৃ্ষ্টি হৈছে বাজেটত,কিমান হিতাধিকাৰী সৃষ্টি হৈছে বাজেটত?আজি…

প্ৰথমতে পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয় ,তাক লৈ বিভ্ৰান্তি ৷ তাৰ পাছত পৰীক্ষাৰ মাৰ্কশ্বীট চাকৰিৰ বাবে প্ৰযোজ্য হ’ব নে নহয় , তাক লৈ বিতৰ্ক ৷ এতিয়া ধনৰ বিনিময়ত স্থান নিৰ্ধাৰণৰ বাতৰি ৷ এখন চৰকাৰৰ ব্যৰ্থতা আৰু অকৰ্মন্যতাৰ ইয়াতকৈ ডাঙৰ প্ৰতিফলন…