The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

কোভিডক লৈ নতুন সমীক্ষাত কি তথ্য প্ৰকাশ পালে ?

ভাৰতত অধিক সংক্ৰামক হৈ পৰিছে কোভিডৰ ডেল্টা ভেৰিয়েন্ট ৷ দেশৰ কোভিড আক্ৰান্তসকলৰ ৮৯ শতাংশৰ দেহত ধৰা পৰিছে ডেল্টা ভেৰিয়েন্টৰ উপস্থিতি ৷ পুণেস্থিত নেচনেল ইন্সটিটিউট অব ভাইৰ’লজীৰ শেহতীয়া এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে ৷ প্ৰতিষ্ঠানটোৱে ৬৭৭ গৰাকী ডেল্টা ভেৰিয়েন্ট সংক্ৰমিত…

আফগানিস্থানত পানীত পৰিব নেকি ভাৰতৰ ২২ হাজাৰ কৌটি ?

আফগানিস্থানত পুণৰ সক্ৰিয় হৈছে তালিবান ৷ আফগান সেনাৰ সৈতে আৰম্ভ হৈছে মুখামুখি সংঘৰ্ষ ৷ ইয়াৰ লগে লগে ভাৰতৰো দু:শ্চিন্তা বৃদ্ধি পাইছে ৷ কিয়নো দেশখনত ভাৰতৰ বিনিয়োগৰ পৰিমান ৩ বিলিয়ন ডলাৰৰো অধিক ৷

আফগানিস্থানত নিহত ভাৰতীয় সাংবাদিক

আফগানিস্থানৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰৰ লগে লগে অশান্ত হৈ উঠিছে দেশখন ৷ পুণৰ আৰম্ভ হৈছে তালিবানৰ উপদ্ৰৱ ৷একাধিক স্থানত আফগানিস্থান সেনাৰ লগত তালিবানৰ মুখামুখি সংঘৰ্ষ হোৱাৰ বাতৰি আহিছে ৷ এনে এক সংঘৰ্ষৰ বাতৰি সংগ্ৰহ কৰিবলৈ হোৱা সময়তে নিহত হৈছে পুলিৎজাৰ…

কেতিয়া দাখিল কৰিব বাজেট ?

বিত্তমন্ত্ৰী অজন্তা নেওগে আজি সদনত দাখিল কৰিব ২০২১- ২২বিত্তীয় বৰ্ষৰ বাজেট ৷ অসম বিধানসভাৰ মজিয়াত বিয়লি প্ৰায় ৩ বজাত বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট দাখিল কৰিব৷ ৰাজ্যত বিজেপি চৰকাৰৰ দ্বিতীয়টো শাসনকালত এইখনেই হ’ব প্ৰথমখন বাজেট ৷ তদুপৰি অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলা বিত্তমন্ত্ৰীয়ে…

কোনে হাস্পতাল নিৰ্মানৰ নামত ২.৪০ কৌটি ব্ৰক্ষ্মপুত্ৰত পেলালে ?

বিধানসভাত কেগে দাখিল কৰা শেহতীয়া প্ৰতিবেদনত পোহৰলৈ আহিছে স্বাস্থ্যখণ্ডৰ বহু অনিয়মৰ তথ্য ৷ কেনেদৰে চিকিৎসালয় নিৰ্মানৰ নামত কৌটি কৌটি টকাৰ অপচয় কৰা হৈছে , সেয়া প্ৰতিবেদনৰ পাতে পাতে উন্মোচিত হৈছে ৷ আনকি ব্ৰক্ষ্মপুত্ৰৰ বুকুত জাহাজ হাস্পতাল নিৰ্মানৰ নামতো পানীত পেলোৱা…

নীট কেতিয়া অনুষ্ঠিত হ’ব ?

অহা ১২ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব মেডিকেল শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা – নেচনেল এলিজিবিলিটী কাম এন্ট্ৰেন্স টেষ্ট চমুকৈ নীট ৷ দেশৰ নতুন শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা ঘোষণা কৰিছে ৷ নীটৰ বাবে প্ৰ- পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব অহা ১৩ জুলাইৰ বিয়লি…

উত্তৰ পূৱৰ মুখ্যমন্ত্ৰীসকলক কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

হিল ষ্টেচনসমূহত মাস্ক নিপিন্ধা আৰু সামাজিক দূৰত্ব নমনা মানুহৰ ভিৰ চিন্তাৰ কাৰণ হৈ পৰিছে ৷ – এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ উত্তৰ পূৱৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ৷শেহতীয়া কোভিড পৰিস্থিতিক লৈ উদ্বিগ্নতা ব্যক্ত কৰি…

নতুন ৰূপত গৌৰৱ গগৈ !

লোকসভাৰ বিৰোধী দলপতিৰ আসনৰ দৌৰত আছে অসমৰ সাংসদ গৌৰৱ গগৈ ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি , লোকসভাত কংগ্ৰেছৰ সংসদীয় দলৰ নেতাৰ আসনৰ পৰা অধীৰ ৰঞ্জন চৌধুৰীক অপসাৰণ কৰাৰ সম্ভাৱণা প্ৰবল ৷ দলটোৰ কেবাগৰাকীও শীৰ্ষ নেতাৰ হেচাৰ পাছত হাইকামাণ্ডে এই…

কি আছে গো সুৰক্ষা বিধেয়কত ?

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিধানসভাত উত্থাপন কৰে অসম গো সুৰক্ষা বিধেয়ক -২০২১ ৷ চলিত অধিৱেশনতে এই বিধেয়ক আইনত পৰিণত হ’ব ৷ কি আছে বহু চৰ্চিত এই বিধেয়কখনত – জধে মধে গো মাংস কটা , বিক্ৰী আৰু সৰবৰাহ নিষিদ্ধ…

উত্তৰ- পূৱত নিয়ন্ত্ৰণহীন কোভিড : আজি মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

ভাৰতত ক’ৰোণাৰ নতুন হটস্পটত পৰিণত হৈছে উত্তৰ পূৰ্বাঞ্চল ৷ যোৱা এটা সপ্তাহত দেশৰ মুঠ ৫৮ খন জিলাত সংক্ৰমণৰ হাৰ ১০ শতাংশতকৈ ওপৰত আছে ৷ ইয়াৰে ৩৭ খন জিলাই হ’ল উত্তৰ -পূৱৰ ৷ ১০ শতাংশতকৈ অধিক লোক সংক্ৰমিত হোৱা জিলাসমূহৰ ভিতৰত…