Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
গ্ৰাম্যাঞ্চলত গৃহ নিৰ্মানৰ বাবেও পঞ্চায়তৰ অনুমতি ল'ব লাগিব আৰু চৰকাৰক কৰ আদায় দিব লাগিব ৷ মঙলবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই কথা ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আজি পুৱাই বিভাগটোৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে…
গাঁৱত ঘৰ সাজিলেও ল’ব লাগিব অনুমতি , পঞ্চায়তক কিমান মাচুল দিব লাগিব ?
এতিয়াৰে পৰা গ্ৰাম্যাঞ্চলত গৃহ নিৰ্মান কৰিলেও আদায় দিব লাগিব মাচুল ৷ গৃহ নিৰ্মানৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা যাবতীয় অনুমতি ল'ব লাগিব ৷ লগতে গাঁও পঞ্চায়তক বিভিন্ন নথিৰ লগতে মাচুলো জমা দিব লাগিব ৷ মঙলবাৰে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত…
ভাষা এটাৰ কেনেকৈ মৃত্যু হয় ?
ভাষা এটাৰ মৃত্যু তেতিয়া হয় , যেতিয়া এটা ভাষাই ইয়াৰ অন্তিমজন স্থানীয় বক্তা হেৰুৱায়। এসময়ত অতি প্ৰচলিত হৈও পাছত ব্যৱহাৰৰ দিশৰ পৰা অদৃশ্য হোৱা এটা ভাষা হৈছে লেটিন ৷ এই ভাষাটো এতিয়াও অধ্যয়ন কৰিব পাৰি যদিও ই এটা মৃত ভাষা ৷
ছেমিফাইনেলৰ বাবে কেনেদৰে সাজু হৈছে অসম কন্যা লাভলীনা ?
বক্সিঙৰ ৬৯ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি পদক নিশ্চিত কৰাৰ পিছতে অলিম্পিকত পদক বিজয়ী তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হ’ল অসম কন্যা লাভলীনা বৰগোহাঁই।টকিঅ’ অলিম্পিকত ইতিমধ্যে পদক নিশ্চিত কৰা লাভলিনা বৰগোহাঁইয়ে বুধবাৰে…
মিজোৰামৰ মুখ্যমন্ত্ৰীলৈ চিঠিত কি লিখিলে যুৱ-ছাত্ৰ পৰিষদে ?
আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা শেহতীয়া অসম- মিজোৰাম সীমা সংঘাত সন্দৰ্ভত মিজোৰামৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰা হয় | পত্ৰযোগে যুৱ ছাত্ৰ পৰিষদে অসম আৰু মিজোৰামৰ সাতামপুৰুষীয়া এনাজৰী অটুট ৰখাৰ আহ্বান জনায় |পত্ৰখনত এইদৰে…
মিজোৰাম সীমান্তলৈ যোৱা আছুৰ দলক বাধা কিয় আৰক্ষীৰ ?
অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনাৰ বুজ লোৱাৰ লগতে মৃত্যুবৰণ কৰা আৰক্ষী জোৱানৰ পৰিয়ালবৰ্গক সাক্ষাৎ আৰু আঘাতপ্ৰাপ্তসকলৰ স্বাস্থ্যৰ খবৰ লোৱাৰ উদ্দেশ্যৰে শিলচৰত বাহৰ পাতি আছে সদৌ অসম ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল। ছাত্র সন্থাৰ সাধাৰণ সম্পাদক…
ৰাহুলৰ ব্ৰেকফাষ্টৰ পৰাই সূচনা হ’ব নেকি মোদী হাটাও অভিযান?
ব্ৰেকফাষ্ট ৷ ব্ৰেকফ্ৰাষ্টৰ বাবে খোৱা টেবুলত বহি আপুনি বহু কথাই ভাবিব পাৰে৷ব্ৰেকফাষ্টৰ ৫ মিনিটৰ সময়খিনিত আপুনি দিনটোৰ পৰিকল্পনা কৰিব পাৰে,আপোনাৰ দিনটোৰ বাবে সামগ্ৰীক ৰুটিন এখন তৈয়াৰ কৰি লব পাৰে৷
কিন্তু আজি আমি এনে এটা ব্ৰেকফাষ্টৰ কথা কব…
বিভাজিত বিৰোধীয়ে বিজেপিৰ বিজয় মসৃণ কৰিছে নেকি ?
উপ –নিৰ্বাচন সমাগত ৷ ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিত এই মুহূৰ্তত উপ –নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ কিন্তু উপ –নিৰ্বাচনৰ দিন চমু চাপি আহিলেও এতিয়াও যেন বিৰোধী দলসমূহ একত্ৰিত হ’ব পৰা নাই ৷ বাৰে বাৰে আউল লাগিছে বিৰোধী ঐক্যত ৷…
চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা : উত্তীৰ্ণৰ হাৰ কিমান ?
চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল আজি ঘোষণা কৰা হৈছে ৷ এইবাৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.০৪ শতাংশ ৷ যোৱা বছৰ চি বি এছ ইৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ আছিল ৯১.৪৬ শতাংশ ৷ চি বি এছ ইৰ অধীনৰ বিদ্যালয়ত অধ্যয়নৰত মুঠ ২০,৯৮,১২৮ গৰাকী ছাত্ৰ- ছাত্ৰীৰ…
পুষ্টিহীনতাত ভোগা ছোৱালীজনী কেনেকৈ ভাৰতীয় হকী দলৰ অধিনায়ক হ’ল ?
(১)
প্ৰশ্ন-কি হ'ব গুৰুদক্ষিণা?
উত্তৰ- টকিঅ'ৰ পৰা সোণৰ পদক।
অষ্ট্ৰেলিয়াক পৰাভূত কৰি টকিঅ' অলিম্পিকৰ ছেমি ফাইনেললৈ নিৰ্বাচিত হ'ল ভাৰতীয় মহিলা হকী দল। ভাৰতীয় হকী দলৰ প্ৰদৰ্শনে ইতিমধ্য দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিশ্ববাসীৰ ।…