The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

লাফিকুলক কোনে হত্যা কৰিছিল ?

এবিএমছুৰ প্ৰাক্তণ সভাপতি লাফিকুল ইছলামৰ তিনিজন হত্যাকাৰীৰ  নাম ৰাজহুৱা কৰিছে চি বি আয়ে । চি বি আয়ে সদৰী কৰা মতে লাফিকুল হত্যাত জড়িত থকা হত্যাকাৰী তিনিজন হ’ল – ৰূপা ব্রহ্ম, দিংকুৰ মুছাহাৰী আৰু ভদ্রেশ্বৰ বসুমতাৰী। এই তিনিওজন সম্প্ৰতি পলাতক অৱস্থাত আছে…

কটনত নামভৰ্তিৰ বাবে বহিব লাগিব প্ৰৱেশ পৰীক্ষাত

কটন বিশ্ববিদ্যালয়ৰ স্নাতক শাখাত নামভৰ্তিৰ বাবে প্ৰতিগৰাকী ছাত্ৰ- ছাত্ৰী অৱতীৰ্ণ হ’ব লাগিব প্ৰৱেশ পৰীক্ষাত ৷ এই কথা সদৰী কৰিছে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দিগন্ত দাসে৷ সংবাদমাধ্যমক তেও জানিবলৈ দিয়া মতে পূৰ্বৰ দৰে এইবাৰ উচ্চতৰ মাধ্যমিকৰ নম্বৰ অনুসৰি কটন বিশ্ববিদ্যালয়ৰ স্নাতক মহলাত নামভৰ্তি…

নতুন এছ অ’ পিত কি কি নতুন ঘোষণা ?

ৰাজ্যত আজিৰে পৰা প্ৰযোজ্য হ’ব নতুন এছ অ’ পি ৷ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নতুন এছ অ’ পি সন্দৰ্ভত জানিবলৈ দিয়া মতে – ৰাজ্যৰ সকলো জিলাৰ পৰা প্ৰত্যাহাৰ হ’ব সান্ধ্য আইন ৷ সন্ধিয়া ৪ বজালৈ দোকান – বজাৰ খোলা…

খেলা হ’ব ত্ৰিপুৰাত : অভিষেক বেনাৰ্জীৰ গাড়ীত আক্ৰমণ

এইবাৰ খেলা হ’ব ত্ৰিপুৰাত ৷ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত অভাবনীয় সফলতা লাভ কৰাৰ পাছত তৃণমূল কংগ্ৰেছ প্ৰবল আত্মবিশ্বাসী হৈ পৰিছে ৷ বংগৰ বাহিৰতো সংগঠন বিস্তাৰৰ কাম আৰম্ভ কৰিছে মমতা বেনাৰ্জী নেতৃত্বাধীন দলটোৱে ৷ প্ৰথম লক্ষ্য হিচাপে লৈছে উত্তৰ –পূৱৰ ৰাজ্য ত্ৰিপুৰাক…

বিলুপ্ত হ’ব নেকি বি পি এফ দল ?

ককাল পৰিছে নেকি হাগ্ৰামা মহিলাৰীৰ ?বিলুপ্ত হ’ব নেকি বি পি এফ ? এই প্ৰশ্নবোৰ এতিয়া ৰাজ্যৰ ৰাজনীতিত সঘনে চৰ্চিত হ’বলৈ ধৰিছে ৷ কিয়নো ,কোকৰাঝাৰৰ পৰা দিছপুৰলৈ ক’তোৱেই এতিয়া হাগ্ৰামা মহিলাৰীৰ অস্তিত্ব বিচাৰি পাবলৈ নাই ৷ সৌ সিদিনালৈকে ৰাজ্যৰ ৰাজনীতিৰ এজন…

কি হব থাওৰা উপ নির্বাচনত?কি হব কুশল দুৱৰীৰ,কোন হব বিৰোধীৰ প্ৰার্থী?

দুবেলা দুমুঠি খাবলৈ নাপালেও কংগ্ৰেছ দল ত্যাগ নকৰো৷এই বাণী আছিল প্ৰাক্তন কংগ্ৰেছী নেতা সুশান্ত বৰগোহাঁইৰ৷সুশান্ত বৰগোহাইৰ এতিয়া খাবলৈ অভাব নাই৷কাৰণ ২ কোটি ১৯ লাখ টকা সম্পত্তিৰ গৰাকী এতিয়া সুশান্ত বৰগোহাই৷কিন্তু তাৰপিছতো কালি সুশান্ত বৰগোহাঁইক দেখা গল এইদৰে- কংগ্ৰেছত থাকোতে সুশান্ত…

অক্সিজেনৰ তথ্য কিয় নিদিয়ে কেন্দ্ৰীয় চৰকাৰে ?

ৰাজ্যসভাত কংগ্ৰেছ সাসংদ কে চি বেনুগোপালে কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় চৰকাৰে কৈছিল যে দেশত অক্সিজেনৰ অভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা শূণ্য। অৰ্থাৎ এজনো ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰা নাই। কংগ্ৰেছ সাসংদ বেনুগোপালে কেন্দ্ৰক প্ৰতিখন ৰাজ্যত যোগান ধৰা অক্সিজেনৰ…

টকিঅ’ অলিম্পিক : মহিলা হকীত নতুন ইতিহাস

মহিলা হকীত সৃষ্টি হ’ল নতুন ইতিহাস৷ তিনিবাৰৰ স্বৰ্ণবিজয়ী অষ্ট্ৰেলিয়া দলক পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে মহিলা হকী দলটোৱে ৷ আজি কোৱাৰ্টাৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰে ৷ ভাৰতৰ হৈ একমাত্ৰ গ’লটো প্ৰদান কৰে গুৰজিৎ কৌৰে ৷…

মিজোৰামৰ সাংসদক গোচৰৰ পৰা ৰেহাই কিয় ?

মিজোৰামৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰ প্ৰত্যাহাৰ কৰিছে অসম আৰক্ষীয়ে ৷ অসম- মিজোৰামৰ সীমান্তকেন্দ্ৰিক সংঘাত অব্যাহত থকাৰ সময়তে নতুন দিল্লীত উচটনিমূলক বক্তব্য প্ৰদান কৰিছিল সাংসদগৰাকীয়ে ৷ ইয়াৰ পাছতে অসম আৰক্ষীয়ে কে ভানলালভেনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওক…

আপুনি কিয় সাংবাদিক হব নালাগে?

আপুনি নিজকে অথবা আপোনাৰ আপোন কাৰোবাক সাংবাদিক হব নিদিব৷কিন্তু কিয়? ইণ্ডিয়া প্ৰেছ ফ্ৰীডমৰ সাংবাদিক আক্ৰমণৰ তালিকাত এইবাৰ নাম আহিছে অসমৰ৷ইণ্ডিয়া প্ৰেছ ফ্ৰীডমে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২০ চনত অসমত ৭ জনকৈ সাংবাদিক আক্ৰমণৰ বলি হোৱা হোৱা বুলি উল্লেখ কৰা হৈছে৷ইয়াৰে…