ৰাজ্যত আজিৰ পৰা নতুন SOP জাৰি।গোলাঘাট আৰু লখিমপুৰ জিলাত অব্যাহত থাকিব সম্পূৰ্ণ লকডাউন।যোৰহাট, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত শিথিল কৰা হৈছে লকডাউন।এই তিনি জিলাত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন।মৰিগাঁও আৰু গোৱালপাৰা জিলাতো দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।কামৰূপ মহানগৰকে ধৰি ২৫ খন জিলাত সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব সান্ধ্য আইন।পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়াত ব্যৱস্থা।