Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
দেওবাৰে আন্তৰাষ্ট্ৰীয় অলিম্পিক সংস্থা(IOC)ই অলিম্পিক ক্ৰীড়াৰ পৰা কেতবোৰ নিৰ্দিষ্ট খেল বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ জি নিউজত প্ৰকাশ হোৱা খবৰ অনুসৰি, IOCৰ সদস্যই ভোটগ্ৰহণ প্ৰক্ৰিয়াৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ভাৰোত্তোলন বিভাগত দেখা…
পেগাছাছ : ছোচিয়েল মেডিয়াত বিতৰ্ক নকৰিবলৈ কিয় ক’লে উচ্চতম ন্যায়ালয়ে ?
পেগাছাছক লৈ ছোচিয়েল মেডিয়াত বিতৰ্ক কৰাৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে ৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে মঙলবাৰে পেগাছাছ কাণ্ডৰ তদন্ত বিচাৰি কৰা আবেদনৰ…
অসমৰ সাধাৰণ নাগৰিকৰ হাতে হাতে মাৰণাস্ত্ৰ কিয় ?
ৰাজ্যত নিৰাপদ নহয় সাধাৰণ নাগৰিক। বৃদ্ধি হৈছে ভয়-ভাবুকি । সেয়ে হাতে হাতে এতিয়া মাৰণাস্ত্ৰ। ৰাজ্যৰ মুঠ ১৯,১৪৫ গৰাকী ব্যক্তিৰ হাতত আছে অনুজ্ঞাপত্ৰ থকা মাৰণাস্ত্ৰ। সোমবাৰে বিধানসভাত বিধায়ক তেৰছ গোৱালাই উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ…
কাৰ কথা মতে বন্ধ কৰা হ’ল ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট ?
কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইটাৰ একাউন্ট অস্থায়ী ৰূপত বন্ধ কৰাৰ বিৰুদ্ধে সোমবাৰে প্ৰতিবাদত নামিল এন এছ ইউ আই আৰু যুৱ কংগ্ৰেছৰ সদস্য ৷ কংগ্ৰেছৰ ভাতৃ সংগঠনৰ সদস্যসকলে আজি টুইটাৰৰ নতুন দিল্লীস্থিত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন…
পেগাছাছৰ নামত কোনো লেনদেন হোৱা নাই বুলি ক’ত ক’লে চৰকাৰে ?
পেগাছাছৰ জড়িয়তে চোৰাংছোৱাগিৰি কৰাৰ অভিযোগক লৈ দেশত তুমুল বিতৰ্ক চলি আছে ৷ অচল হৈ পৰিছে দুয়োখন সদন ৷ কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোৰ পৰা দূৰৈত অৱস্থান কৰিছে ৷ তাৰ মাজতে আজি প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰীয়ে ৰাজ্যসভাত ঘোষণা কৰিছে যে পেগাছাছ…
পৃথিৱীখন মানুহৰ বাবে বাসোপযোগী হৈ থাকিবগৈনে?
সোমবাৰে IPCC ৰ ৱৰ্কিং গ্ৰুপৰ এক প্ৰতিবেদন প্ৰকাশিত হৈছে। প্ৰতিবেদনখনে ভাৰতৰ বতৰ আৰু শতিকাৰ জলবায়ু সম্পৰ্কীয় বহুকেইটা উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে। প্ৰতিবেদনখনত কোৱা হৈছে যে, পৰৱৰ্তী কেইটামান দশকত ভাৰতত তাপমাত্ৰা বৃদ্ধিৰ লগতে,খৰাং,ধাৰাষাণ…
মমতা – অখিলৰ আলোচনাৰ মাজত প্ৰশান্ত কিশোৰ সোমাল কিয় ?
তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰে ইতিমধ্যে তিনি লানি আলোচনাত মিলিত হৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷প্ৰতিবাৰেই তেওক ৰাজ আতিথ্যৰে লৈ যোৱা হৈছে কলকাতালৈ ৷ পশ্চিমবংগৰ কালীঘাটত থকা কাৰ্যালয়ত তৃণমূলৰ শীৰ্ষ নেতৃত্বৰে কেবাখনো বৈঠকত…
দিল্লীত প্ৰধানমন্ত্ৰীৰে কি কথা পাতিলে হিমন্ত বিশ্ব শৰ্মাই ?
অসমৰ সীমা সমস্যা শেহতীয়াকৈ যেন সমাধানহীন প্ৰশ্ন হৈ পৰিছে ৷ অসম – মিজোৰামৰ লাইলাপুৰ সীমান্তৰ ৰক্তাক্ত ঘটনাৰ পাছত চুবুৰীয়া ৰাজ্য মেঘালয়ে নতুনকৈ আৰম্ভ কৰিছে আগ্ৰাসন ৷ এনে পৰিস্থিতিত সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে সোমবাৰে প্ৰধানমন্ত্ৰী…
মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাবলৈ জনতা ভৱনত ধন লয় কোনে ?
মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাই দিয়াৰ নামত জনতা ভাৱনত লোৱা হয় উৎকোচ ৷ এইদৰে উৎকোচ লৈ ৰঙাঘৰৰ আলহী হ’ল এজন চৰকাৰী কৰ্মচাৰী ৷ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে এগৰাকী মহিলাৰ পৰা ৫ হাজাৰ টকা লৈছিল আবকাৰী বিভাগৰ ভূপেন হাজৰিকা নামৰ এজন…
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কোন অধ্যাপকৰ বিৰুদ্ধে চৌৰ্য বৃত্তিৰ অভিযোগ ?
অসমৰ এখন গুৰুত্বপূৰ্ণ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷ বিগত কিছুদিন ধৰি এই বিশ্ববিদ্যালয়খনে বাৰম্বাৰ বাতৰিৰ শিৰোণাম দখল কৰিছে ৷ কোনো উল্লেখযোগ্য শৈক্ষিক বৰঙণিৰ বাবে বিশ্ববিদ্যালয়খন চৰ্চালৈ অহা নাই ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়…